Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজ্যত বৃদ্ধি লিংগকেন্দ্ৰিক হিংসা, অস্বাভাৱিক হাৰত বৃদ্ধি যৌন হিংসাও

ৰাজ্যত ১৫ বছৰ ঊৰ্ধ্বৰ ধপাত-সুৰা সেৱন কৰা লোকৰ হাৰ বৃদ্ধি

publisher by publisher
December 2, 2021
in Assam, India, News
Reading Time: 1 min read
0
ৰাজ্যত বৃদ্ধি লিংগকেন্দ্ৰিক হিংসা, অস্বাভাৱিক হাৰত বৃদ্ধি যৌন হিংসাও
1
SHARES
14
VIEWS
ShareShareShareShare

ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে ৰাজ্যত বৃদ্ধি পালে লিংগকেন্দ্ৰিক হিংসা । ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্যৰ জৰীপ-পঞ্চমৰ প্ৰতিবেদনত ২০১৫-১৬ৰ তুলনাত ৰাজ্যত ২০১৯-২০ বৰ্ষত ১৮ বছৰৰ পৰা ২৯ বছৰ বয়সৰ যুৱতী-মহিলাৰ বিৰুদ্ধে যৌন হিংসা অস্বাভাৱিকভাৱে বৃদ্ধিৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে । ২০১৫-১৬ৰ জৰীপৰ প্ৰতিবেদনত ৰাজ্যত যৌন হিংসাৰ হাৰ আছিল ৫.৮ শতাংশ আৰু ই ২০১৯-২০ৰ জৰীপত অৰ্থাৎ শেহতীয়াকৈ প্ৰকাশ পোৱা প্ৰতিবেদনত আঠ শতাংশলৈ বৃদ্ধি পায় ।

ADVERTISEMENT

উল্লিখিত যৌন হিংসাৰ বলি হোৱা যুৱতী-মহিলাসকলৰ ৭.৪ শতাংশ চহৰৰ আৰু ৮.১ শতাংশ গ্ৰামাঞ্চলৰ । সমান্তৰালভাৱে স্বামীৰ দ্বাৰা হিংসাৰ ঘটনাও ৰাজ্যত বৃদ্ধি হৈছে । প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি, ১৮ৰ পৰা ৪৯ বছৰ মহিলাৰ ভিতৰত স্বামীৰ দ্বাৰা হিংসাৰ ঘটনাৰ হাৰ ৩২ শতাংশ; ২০১৫-১৬ত ইয়াৰ হাৰ আছিল ২৪.৫ শতাংশ । ইয়াৰে চহৰ অঞ্চলত স্বামীৰ দ্বাৰা হিংসাৰ ঘটনাৰ হাৰ ২৬.৬ শতাংশ আৰু গ্ৰামাঞ্চলত ‌৩২.৯ শতাংশ বুলি তথ্য প্ৰকাশ পাইছে । একেদৰে ২০১৫-১৬ত ৰাজ্যত গৰ্ভৱতী অৱস্থাত হিংসাৰ হাৰ আছিল দুই শতাংশ আৰু ২০১৯-২০ত ইয়াৰ হাৰ ২.৩ শতাংশলৈ বৃদ্ধি পায় ।

RelatedPosts

Garubondha PolyClinik ; মিছামাৰীত গৰুবন্ধা পলি ক্লিনিকত উত্তপ্ত পৰিস্থিতি,ক্লিনিকত কৰ্মৰত যুৱতী কৰ্মচাৰীক শালিনতাৰ হানিৰ অপচেষ্টাৰ অভিযোগ স্বত্বাধিকাৰীৰ বিৰুদ্ধে,ক্লিনিকখন বন্ধ কৰাৰ দাবী দল -সংগঠনৰ

Rangia JNV:জেএনভিৰ অভিযুক্ত সাত ছাত্রক শিশু গৃহলৈ প্ৰেৰণ

 Jharkhand:ঝাৰখণ্ডত এন্দুৰে পান কৰিলে আঠশ বটল সুৰা ! জাননী জাৰিৰ প্ৰস্তুতি চৰকাৰৰ

ইফালে, ৰাজ্যত ধপাতজাতীয় আৰু সুৰা সেৱনকাৰীৰ সংখ্যা বৃদ্ধিৰ তথ্য‌ও প্ৰতিবেদনত পোহৰলৈ আহিছে । ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্যৰ জৰীপৰ ২০১৯-২০ৰ প্ৰতিবেদন অনুসৰি ৰাজ্যত ১৫ বছৰৰ ওপৰৰ ২২.১ শতাংশ মহিলাই ধপাতজাতীয় সামগ্ৰী আৰু ৭.৩ শতাংশ মহিলাই সুৰাজাতীয় সামগ্ৰী সেৱন কৰে; ২০১৫-১৬ত ইয়াৰ হাৰ আছিল ক্ৰমে ১৯.৭ আৰু ৬.৯ শতাংশ ।

প্ৰকাশিত তথ্য অনুসৰি, ধপাত সেৱন কৰা এই ২২.১ শতাংশ যুৱতী-মহিলাৰ ভিতৰত গ্ৰামাঞ্চলৰ ২৩.২ শতাংশ আৰু চহৰ অঞ্চলৰ ১৬.২ শতাংশ । একেদৰে সুৰা সেৱন কৰা মহিলাৰ ভিতৰত ৮.২ শতাংশ গ্ৰামাঞ্চলৰ আৰু ২.৬ শতাংশ চহৰৰ বুলি প্ৰকাশ পাইছে । একেদৰে ৰাজ্যত ধপাত সেৱনৰ ক্ষেত্ৰত ১৫ৰ ঊৰ্ধ্বৰ পুৰুষৰ হাৰ ৫১.৮ শতাংশ আৰু ইয়াৰ ৫৩.৩ শতাংশ গ্ৰামাঞ্চল তথা ৪৩.৯ শতাংশ চহৰ অঞ্চলৰ । ইয়াৰ উপৰি সুৰা সেৱনৰ ক্ষেত্ৰত পুৰুষৰ হাৰ ২৫.১ শতাংশ আৰু ইয়াৰে ২১.৩ শতাংশ চহৰৰ তথা ২৫.৯ শতাংশ গ্ৰামাঞ্চলৰ ।

উল্লেখ্য যে ১৫ বছৰৰ ঊৰ্ধ্বৰ পৰাই ৰাজ্যত যুৱক-যুৱতীয়ে সুৰা সেৱনৰ তথ্য পোহৰলৈ অহা দিশটোৱেও বিশেষ তাৎপৰ্য বহন কৰিছে । ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্যৰ এই জৰীপ ২০১৯ৰ ১৭ জুনৰ পৰা ২১ ডিচেম্বৰলৈ ৩০,১১৯ টা পৰিয়াল, ৩৪,৯৭৯ গৰাকী মহিলা আৰু ৪,৯৭৩ জন পুৰুষৰ ওপৰত ভিত্তি কৰি চলোৱা হৈছিল বুলি প্ৰকাশ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: liquorNational Family Health SurveySexual Harassment
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d