Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা

    ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 

    পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

    পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

    ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ

    Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

    Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি নলবাৰীৰ হাবলখাৰ খাইৰুল-হাবুলে চলাইছে জীৱন সংগ্ৰাম

বৃটিছৰ দিনৰে পৰা উন্নত নহ'ল হাবলখাৰ ৰাস্তা-ঘাত

publisher by publisher
December 4, 2021
in Assam, India, News
Reading Time: 1 min read
0
শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি নলবাৰীৰ হাবলখাৰ খাইৰুল-হাবুলে চলাইছে জীৱন সংগ্ৰাম
2
SHARES
21
VIEWS
ShareShareShareShare

“আনৰ সহায় নোহোৱাকৈ মই ভালকৈ থিয়ই হ’ব নোৱাৰো । তথাপি চেষ্টা কৰিছো নিজে কাম কৰি খোৱাৰ । যথেষ্ঠ কষ্ট কৰি পঢ়া-শুনা কৰিলো যদিও এই পৰ্যন্ত কোনো চৰকাৰী সংস্থাপন পোৱা নাই । আজিৰ ব্যৱস্থাত হয়তো সেয়া সম্ভৱো নহ’ব । গতিকে অকণমান আনৰ সহায় লৈ হ’লেও ওচৰৰে বৰাজোল আৰু নীলপুৰৰ দুখন সাপ্তাহিক বজাৰত জোতা-চেণ্ডেল বিক্ৰী কৰি চলি আছো । এই কামত বৰ কষ্ট হয়, কিন্তু চৰকাৰীভাৱে এখন ই-ৰিক্সা পোৱা হ’লে সুবিধা হ’লহেঁতেন ।” এই মন্তব্য নলবাৰী চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ উত্তৰ-পূবৰ এখন ভিতৰুৱা গাঁও হাবলখাৰ এজন বিশেষভাৱে সক্ষম শিক্ষিত নিবনুৱা যুৱক খাইৰুল হক (৩৫)ৰ ।

ADVERTISEMENT

উল্লেখ্য যে খাইৰুল হক জন্মৰে পৰা শাৰিৰীকভাৱে বাধাগ্ৰস্ত নাছিল । কিন্তু তৃতীয় শ্ৰেণীত পঢ়ি থকা সময়ত তেওঁৰ নিউমনিয়া হৈ দুয়োখন ভৰি আৰু এখন হাত অক্ষম হৈ পৰে । কিন্তু শৰীৰ-ভাগ্যৰ এনে দুৰৱস্থাৰ মাজতো খাইৰুল হকে চলাই গৈছিল দৈনন্দিন অধ্যয়ন । তেওঁ বৰাজোল হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু ৰঙিয়াৰ কৃষ্ণকান্ত সন্দিকৈ মহাবিদ্যালয়ৰ পৰা কলা বিভাগত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় ।

RelatedPosts

Nalbari:পঞ্চায়ত নির্বাচনত নলবাৰী জিলাত কেনেকৈ নাকচ ৩০ হেজাৰ ভোট

Ghagrapar:ঘগ্রাপাৰ জিলা পৰিষদত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্রাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱা বিপুল ভোটত জয়লাভ

নলবাৰী সমষ্টিৰ সাহানবিষ্টুপুৰত এটি পথৰ বাবে ৰাইজৰ হাহাকাৰ

ইতিমধ্যে তেওঁ ডি এল এড সম্পূৰ্ণ কৰিছে । লক্ষ্যণীয় যে পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ বাবে পঢ়া-শুনাৰ সমান্তৰালভাৱে চলাই গৈছে ক্ষুদ্ৰ ব্যৱসায় । নিজৰ পঢ়া-শুনা আৰু ঔষধৰ বাবেই অশেষ কষ্ট হ’লেও যুৱকজনে সাধাৰণ জোতা-চেণ্ডেলৰ ব্যৱসায় চলাই যোৱা বুলি প্ৰকাশ কৰিছেড়। যুৱকজনে স্পষ্টভাৱে ‘দৈনিক অগ্ৰদূত’ক কয়, “মই কাৰো বোজা হ’ব নোখোজো, যেতিয়ালৈ পাৰো শ্ৰম কৰি চলাৰ চেষ্টা কৰিম । কিন্তু মোৰ শাৰিৰীক বধাগ্ৰস্ততাক অস্বীকাৰ কৰিব নোৱাৰো, যাৰ বাবে সুস্থ মানুহ এজনৰ তুলনাত মোৰ জীৱন কষ্টকৰ হোৱাটোৱেই স্বাভাৱিক। গতিকে চৰকাৰে যিহেতু আমাৰ দৰে লোকসকলৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে, গতিকে মোক চৰকাৰীভাৱে এখন ই-ৰিক্সাৰ ব্যৱস্থা কৰি দিলে সহায় হলহেঁতেন ।”

ইপিনে, একেখন গাঁৱৰে আন এজন বিশেষভাৱে সক্ষম যুৱক হাবুল আলিয়ে অঞ্চলটোৰ বাট-পথৰ উন্নয়নৰ আহ্বান জনাইছে স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাক । উল্লেখ্য যে খাইৰুল হকৰ দৰে হাবুল আলিও জন্মৰে পৰা শাৰীৰিকভাৱে বাধাগ্ৰস্ত নাছিল । যুৱকজন শিক্ষিত নহয় যদিও সৰুৰে পৰা লোকৰ ঘৰত দিন হাজিৰা কৰি পৰিয়াল চলাই আহিছিল । কিন্তু ইয়াৰ মাজতে লোকৰ ঘৰত গছ কাটি থকা অৱস্থাত গছৰ পৰা পৰি তেওঁৰ দুয়োখন ভৰি প্ৰায় ৮০ শতাংশ অক্ষম হৈ পৰে । হাবুল আলিৰ এই ঘটনাই পৰিয়ালতোলৈ হঠাৎ অন্ধকাৰ নমাই আনিলে ।

পত্নী, ল’ৰা-ছোৱালী আন ভালেকেইজন সদস্যৰে পৰিয়ালটো চলোৱাটো হাবুলৰ বাবে দুৰ্বিষহ হৈ উঠে । কিন্তু এনে কঠিন প্ৰত্যাহ্বান নেওচি হাবুলে নিজৰ ঘৰতে এখন সৰু দোকান গঢ়ি তোলাৰ লগতে দুবছৰ পূৰ্বে এখন ই-ৰিক্সা লয় । কিন্তু লক্ষ্যণীয় যে অঞ্চলটোৰ ৰাস্তা-ঘাটৰ যি অৱস্থা তাৰ বাবে হাবুলে ই-ৰিক্সা চলোৱাটো যথেষ্ঠ কষ্টকৰ হৈ উঠিছে । হাবুলে ‘দৈনিক অগ্ৰদূত’ক কয়, “আমাৰ ইয়াত ৰাস্তাঘাট কিয় ভাল নকৰে নাজানো । কিন্তু ৰাস্তা-ঘাটৰ বাবে আমাৰ মানুহখিনিৰ বৰ কষ্ট হয় । তাতে আকৌ মোৰ দৰে শাৰীৰিকভাৱে বাধাগ্ৰস্ত মানুহখিনিৰ অৱস্থা আৰু অধিক কষ্টকৰ হৈ পৰে । চৰকাৰক মই অনুৰোধ জনাব খোজো মই ব্যক্তিগতভাৱে চৰকাৰৰ সহায়লৈ বাট চাই থকা মানুহ নহয়, কিন্তু ৰাস্তা-ঘাট খিনিত চৰকাৰে অলপ গুৰুত্ব দিব লাগে ।”

উল্লেখ্য যে হাবুল আলিৰ দৰে পৰিয়াল এটাইও এই পৰ্যন্ত চৰকাৰী আঁচনিৰ এখন ঘৰ পাবলৈ সক্ষম হোৱা নাই বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে ।

বৃটিছৰ দিনৰে পৰা উন্নত নহ’ল হাবলখাৰ ৰাস্তা-ঘাত

নলবাৰী সদৰ সমষ্টিৰ অন্তৰ্গত বতাহগিলা মৌজাৰ এখন গাঁও হাবলখা । নীলপূৰ, ষাঠিকুছি আৰু বৰাজোল হৈ অন্যান্য প্ৰান্তৰে সংযোজিত হোৱা মাত্ৰ দুই-আঢ়ৈ কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাৰ উক্ত গাঁওখনত আছে মুঠ ছটা ঘাই পথ । কিন্তু লক্ষ্যণীয় যে উন্নয়নৰ গান গাই থকা চৰকাৰখনৰ চকু নপৰিল এইখন গাঁৱৰ বাট-পথ, অনুষ্ঠান- প্ৰতিষ্ঠানৰ ওপৰত । ৰাজ্যৰ চৰকাৰী ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই এই পৰ্যন্ত ব্ৰিটিছৰ সাক্ষ্য বহন কৰি আছে ইয়াৰ ছটাকৈ কেঁচা আলিয়ে ।

এই গাঁওখনত জন্মগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিক প্ৰতিনিধিত্ব কৰা আছু নেতা ৰিয়াজ উদ্দিন আহমেদে কয়, ‘অন্যান্য ঠাইৰ দৰে প্ৰতিটো নিৰ্বাচনতে আমাৰ গাঁওখনলৈও ৰাজনৈতিক নেতা-পালিনেতাৰ সোঁত বয় । কিন্তু নিৰ্বাচন শেষ হোৱাৰ পাছতে হাবলখাকো পাহৰি যায় সকলোৱে । প্ৰতিজন বিধায়কক গাঁওখন উন্নয়নৰ আবেদন-নিবেদন জনোৱা হয় । বিধায়কসকলে আশ্বাসো দিয়ে । দুৰ্ভাগ্যজনকভাৱে আশ্বাসতে পাৰ হৈ যায় প্ৰতি পাঁচ বছৰ ।”

উল্লেখ্য যে গাঁওখনৰ ষাঠিকুচি সংযোগী পথছোৱাত এইবাৰ উন্নয়নৰ কাম-কাজ আৰম্ভ হৈছে । পথছোৱা সম্পূৰ্ণ হৈ উঠিলে হাবলখাত এইবাৰ স্বাধীনোত্তৰ চৰকাৰৰ অস্তিত্ব প্ৰথম জিলিকি উঠিব বুলি আছুৰ কেন্দ্ৰীয় নেতা ৰিয়াজ উদ্দিন আহোমেদে ‘দৈনিক অগ্ৰদূত’ক কয় ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CM AssamNALBARI
publisher

publisher

Related Posts

ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা
India

May 14, 2025
ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 
India

ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 

May 14, 2025
পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম
News

পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

May 14, 2025
ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ
India

ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ

May 14, 2025
Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ
News

Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

May 14, 2025
Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ
News

Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

May 14, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d