Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

    Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি নলবাৰীৰ হাবলখাৰ খাইৰুল-হাবুলে চলাইছে জীৱন সংগ্ৰাম

বৃটিছৰ দিনৰে পৰা উন্নত নহ'ল হাবলখাৰ ৰাস্তা-ঘাত

publisher by publisher
December 4, 2021
in Assam, India, News
Reading Time: 1 min read
0
শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি নলবাৰীৰ হাবলখাৰ খাইৰুল-হাবুলে চলাইছে জীৱন সংগ্ৰাম
3
SHARES
25
VIEWS
ShareShareShareShare

“আনৰ সহায় নোহোৱাকৈ মই ভালকৈ থিয়ই হ’ব নোৱাৰো । তথাপি চেষ্টা কৰিছো নিজে কাম কৰি খোৱাৰ । যথেষ্ঠ কষ্ট কৰি পঢ়া-শুনা কৰিলো যদিও এই পৰ্যন্ত কোনো চৰকাৰী সংস্থাপন পোৱা নাই । আজিৰ ব্যৱস্থাত হয়তো সেয়া সম্ভৱো নহ’ব । গতিকে অকণমান আনৰ সহায় লৈ হ’লেও ওচৰৰে বৰাজোল আৰু নীলপুৰৰ দুখন সাপ্তাহিক বজাৰত জোতা-চেণ্ডেল বিক্ৰী কৰি চলি আছো । এই কামত বৰ কষ্ট হয়, কিন্তু চৰকাৰীভাৱে এখন ই-ৰিক্সা পোৱা হ’লে সুবিধা হ’লহেঁতেন ।” এই মন্তব্য নলবাৰী চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ উত্তৰ-পূবৰ এখন ভিতৰুৱা গাঁও হাবলখাৰ এজন বিশেষভাৱে সক্ষম শিক্ষিত নিবনুৱা যুৱক খাইৰুল হক (৩৫)ৰ ।

ADVERTISEMENT

উল্লেখ্য যে খাইৰুল হক জন্মৰে পৰা শাৰিৰীকভাৱে বাধাগ্ৰস্ত নাছিল । কিন্তু তৃতীয় শ্ৰেণীত পঢ়ি থকা সময়ত তেওঁৰ নিউমনিয়া হৈ দুয়োখন ভৰি আৰু এখন হাত অক্ষম হৈ পৰে । কিন্তু শৰীৰ-ভাগ্যৰ এনে দুৰৱস্থাৰ মাজতো খাইৰুল হকে চলাই গৈছিল দৈনন্দিন অধ্যয়ন । তেওঁ বৰাজোল হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু ৰঙিয়াৰ কৃষ্ণকান্ত সন্দিকৈ মহাবিদ্যালয়ৰ পৰা কলা বিভাগত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় ।

RelatedPosts

নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন

Bhelaghar:কাইলৈ হেঁপাহৰ বিহুৰ উৰুকা

School inspector fired:১৫ হাজাৰ টকা উৎকোচ লৈ নিলম্বিত বিদ্যালয়ৰ পৰিদৰ্শকৰ বৰ্খাস্ত

ইতিমধ্যে তেওঁ ডি এল এড সম্পূৰ্ণ কৰিছে । লক্ষ্যণীয় যে পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ বাবে পঢ়া-শুনাৰ সমান্তৰালভাৱে চলাই গৈছে ক্ষুদ্ৰ ব্যৱসায় । নিজৰ পঢ়া-শুনা আৰু ঔষধৰ বাবেই অশেষ কষ্ট হ’লেও যুৱকজনে সাধাৰণ জোতা-চেণ্ডেলৰ ব্যৱসায় চলাই যোৱা বুলি প্ৰকাশ কৰিছেড়। যুৱকজনে স্পষ্টভাৱে ‘দৈনিক অগ্ৰদূত’ক কয়, “মই কাৰো বোজা হ’ব নোখোজো, যেতিয়ালৈ পাৰো শ্ৰম কৰি চলাৰ চেষ্টা কৰিম । কিন্তু মোৰ শাৰিৰীক বধাগ্ৰস্ততাক অস্বীকাৰ কৰিব নোৱাৰো, যাৰ বাবে সুস্থ মানুহ এজনৰ তুলনাত মোৰ জীৱন কষ্টকৰ হোৱাটোৱেই স্বাভাৱিক। গতিকে চৰকাৰে যিহেতু আমাৰ দৰে লোকসকলৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে, গতিকে মোক চৰকাৰীভাৱে এখন ই-ৰিক্সাৰ ব্যৱস্থা কৰি দিলে সহায় হলহেঁতেন ।”

ইপিনে, একেখন গাঁৱৰে আন এজন বিশেষভাৱে সক্ষম যুৱক হাবুল আলিয়ে অঞ্চলটোৰ বাট-পথৰ উন্নয়নৰ আহ্বান জনাইছে স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাক । উল্লেখ্য যে খাইৰুল হকৰ দৰে হাবুল আলিও জন্মৰে পৰা শাৰীৰিকভাৱে বাধাগ্ৰস্ত নাছিল । যুৱকজন শিক্ষিত নহয় যদিও সৰুৰে পৰা লোকৰ ঘৰত দিন হাজিৰা কৰি পৰিয়াল চলাই আহিছিল । কিন্তু ইয়াৰ মাজতে লোকৰ ঘৰত গছ কাটি থকা অৱস্থাত গছৰ পৰা পৰি তেওঁৰ দুয়োখন ভৰি প্ৰায় ৮০ শতাংশ অক্ষম হৈ পৰে । হাবুল আলিৰ এই ঘটনাই পৰিয়ালতোলৈ হঠাৎ অন্ধকাৰ নমাই আনিলে ।

পত্নী, ল’ৰা-ছোৱালী আন ভালেকেইজন সদস্যৰে পৰিয়ালটো চলোৱাটো হাবুলৰ বাবে দুৰ্বিষহ হৈ উঠে । কিন্তু এনে কঠিন প্ৰত্যাহ্বান নেওচি হাবুলে নিজৰ ঘৰতে এখন সৰু দোকান গঢ়ি তোলাৰ লগতে দুবছৰ পূৰ্বে এখন ই-ৰিক্সা লয় । কিন্তু লক্ষ্যণীয় যে অঞ্চলটোৰ ৰাস্তা-ঘাটৰ যি অৱস্থা তাৰ বাবে হাবুলে ই-ৰিক্সা চলোৱাটো যথেষ্ঠ কষ্টকৰ হৈ উঠিছে । হাবুলে ‘দৈনিক অগ্ৰদূত’ক কয়, “আমাৰ ইয়াত ৰাস্তাঘাট কিয় ভাল নকৰে নাজানো । কিন্তু ৰাস্তা-ঘাটৰ বাবে আমাৰ মানুহখিনিৰ বৰ কষ্ট হয় । তাতে আকৌ মোৰ দৰে শাৰীৰিকভাৱে বাধাগ্ৰস্ত মানুহখিনিৰ অৱস্থা আৰু অধিক কষ্টকৰ হৈ পৰে । চৰকাৰক মই অনুৰোধ জনাব খোজো মই ব্যক্তিগতভাৱে চৰকাৰৰ সহায়লৈ বাট চাই থকা মানুহ নহয়, কিন্তু ৰাস্তা-ঘাট খিনিত চৰকাৰে অলপ গুৰুত্ব দিব লাগে ।”

উল্লেখ্য যে হাবুল আলিৰ দৰে পৰিয়াল এটাইও এই পৰ্যন্ত চৰকাৰী আঁচনিৰ এখন ঘৰ পাবলৈ সক্ষম হোৱা নাই বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে ।

বৃটিছৰ দিনৰে পৰা উন্নত নহ’ল হাবলখাৰ ৰাস্তা-ঘাত

নলবাৰী সদৰ সমষ্টিৰ অন্তৰ্গত বতাহগিলা মৌজাৰ এখন গাঁও হাবলখা । নীলপূৰ, ষাঠিকুছি আৰু বৰাজোল হৈ অন্যান্য প্ৰান্তৰে সংযোজিত হোৱা মাত্ৰ দুই-আঢ়ৈ কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাৰ উক্ত গাঁওখনত আছে মুঠ ছটা ঘাই পথ । কিন্তু লক্ষ্যণীয় যে উন্নয়নৰ গান গাই থকা চৰকাৰখনৰ চকু নপৰিল এইখন গাঁৱৰ বাট-পথ, অনুষ্ঠান- প্ৰতিষ্ঠানৰ ওপৰত । ৰাজ্যৰ চৰকাৰী ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই এই পৰ্যন্ত ব্ৰিটিছৰ সাক্ষ্য বহন কৰি আছে ইয়াৰ ছটাকৈ কেঁচা আলিয়ে ।

এই গাঁওখনত জন্মগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিক প্ৰতিনিধিত্ব কৰা আছু নেতা ৰিয়াজ উদ্দিন আহমেদে কয়, ‘অন্যান্য ঠাইৰ দৰে প্ৰতিটো নিৰ্বাচনতে আমাৰ গাঁওখনলৈও ৰাজনৈতিক নেতা-পালিনেতাৰ সোঁত বয় । কিন্তু নিৰ্বাচন শেষ হোৱাৰ পাছতে হাবলখাকো পাহৰি যায় সকলোৱে । প্ৰতিজন বিধায়কক গাঁওখন উন্নয়নৰ আবেদন-নিবেদন জনোৱা হয় । বিধায়কসকলে আশ্বাসো দিয়ে । দুৰ্ভাগ্যজনকভাৱে আশ্বাসতে পাৰ হৈ যায় প্ৰতি পাঁচ বছৰ ।”

উল্লেখ্য যে গাঁওখনৰ ষাঠিকুচি সংযোগী পথছোৱাত এইবাৰ উন্নয়নৰ কাম-কাজ আৰম্ভ হৈছে । পথছোৱা সম্পূৰ্ণ হৈ উঠিলে হাবলখাত এইবাৰ স্বাধীনোত্তৰ চৰকাৰৰ অস্তিত্ব প্ৰথম জিলিকি উঠিব বুলি আছুৰ কেন্দ্ৰীয় নেতা ৰিয়াজ উদ্দিন আহোমেদে ‘দৈনিক অগ্ৰদূত’ক কয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CM AssamNALBARI
publisher

publisher

Related Posts

Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড
News

April 24, 2026
Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
News

Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
News

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

April 24, 2026
Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা
News

Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

April 24, 2026
Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত
News

Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

April 24, 2026
অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d