Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ব্যর্থ ইটোৰ পাছত সিটো আক্ৰমণ, ৬০০-ৰো অধিক পাক ড্র’ন ধ্বংস কৰে ভাৰতৰ এয়াৰ ডিফেন্স ছিষ্টেমে 

    Cm Meeting in Sankardev Kalakhetra :শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু কৃষি বিভাগৰ বিশেষ অনুষ্ঠান

    Noonmati Incident:আৰক্ষীয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে এগৰাকী মহিলাই

    Dispur Police:তন্ত্র-মন্ত্রৰে ৰাইজক প্রলোভিত কৰা এজন ভণ্ড বাবা দিছপুৰ আৰক্ষীৰ জালত

    দিল্লীত জন্ম হ’ব নতুন ৰাজনৈতিক দল !

    দিল্লীত জন্ম হ’ব নতুন ৰাজনৈতিক দল !

    সন্ত্ৰাসবাদৰ বিৰুদ্ধে অবিৰত অভিযান, কাশ্মীৰৰ ১০টা স্থানত আৰক্ষীৰ তালাচী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ শিশু সন্তানৰ হাতত ম’বাইল ফোন তুলি দিয়াৰ পূৰ্বে সাৱধান হওক!

    জানেনে চুলিকো ৰ’দত সুৰক্ষাৰ প্ৰয়োজন?

    জানেনে চুলিকো ৰ’দত সুৰক্ষাৰ প্ৰয়োজন?

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    কাঁচৰ দৰে চিকচিকিয়া ছাল বিচাৰে নেকি ? এনেদৰে ঘৰত নিজৰ যত্ন লওক

    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

COVID-19 vaccine : দুর্বলসকলক আগতে বুষ্টাৰ ড’জ দিয়াৰ পৰামর্শ দিলে হু-ৱে

publisher by publisher
December 10, 2021
in International, News
Reading Time: 1 min read
0
COVID-19 vaccine : দুর্বলসকলক আগতে বুষ্টাৰ ড’জ দিয়াৰ পৰামর্শ দিলে হু-ৱে
3
SHARES
25
VIEWS
ShareShareShareShare

আজি ভেকচিনৰ বুষ্টাৰ ড’জ দিয়াৰ পৰামর্শ দিলে বিশ্ব স্বাস্থ্য সংস্থা (হু)ৱে । বার্ধক্য বা কোনো শাৰীৰক অসুস্থতাত দুর্বল লোকসকলক আৰু যিসকলে ইন‌এক্টিভেটেড ভেকচিন লৈছে, তেওঁলোকক আগতে বুষ্টাৰ ড’জ দিয়াত জোৰ দিছে হু-ৱে । উল্লেখ্য যে, এই ইন‌এক্টিভেটেড ভেকচিনৰ তালিকাত আছে ভাৰত বায়’টেকৰ তৈয়াৰী ক’ভেক্সিনো ।

ADVERTISEMENT

কৰ’নাৰ অ’মিক্রন ষ্ট্ৰেন অহা বহু আগতেই একাধিক দেশে বুষ্টাৰ ড’জ দিয়া আৰম্ভ কৰিছিল । মূলত প্রবীণ বা অসুস্থতাত দুর্বল লোকসকলক প্ৰথমতে তৃতীয় ড’জ দিয়াত অগ্রাধিকাৰ দিয়া হৈছে এইসমূহ দেশত । বুষ্টাৰ ড’জ দিয়া প্রথম আৰম্ভ কৰে ব্রিটেইন আৰু ইজৰায়েলে । তেতিয়া দেশসমূহৰ এই সিদ্ধান্তৰ তীব্র সমালোচনা কৰিছিল হু-ৱে । টিকাৰ অসমবণ্টনক লৈও অভিযোগ কৰিছিল তেওঁলোকে । তেওঁলোকৰ মতে, বিশ্বৰ একাংশ‌ই টিকাহীন অৱস্থাত থকাৰ সময়তে ধনী দেশসমূহে কিয় তৃতীয় ড’জ দিয়া আৰম্ভ কৰিছে । এই ঘটনাৰ কিছু মাহৰ পাছতে এইবাৰ হু-ৱেও বুষ্টাৰ ড’জৰ পৰামর্শ দিলে । হু-ৰ ‘ষ্ট্ৰেটেজিক এডভাইজৰী গ্রুপ অৱ এক্সপার্টছ’ (ছেজ)ৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয় ।

RelatedPosts

যিকোনো সময়তে আৰম্ভ হ’ব পাৰে নতুন মহামাৰী : পুনৰ সকীয়নি বিশ্ব স্বাস্থ্য সংস্থাৰ 

Two children infected with SMPV for the first time in India:তলাবন্ধৰ দু:সহ স্মৃতিয়ে জোঁকাৰিছে দেশক

No need to worry about HMPV:এইছএমপিভিক লৈ উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই কিন্তু সাৱধান !

হু-ৱে কয় যে, যিসকল শাৰীৰকভাৱে দুর্বল আৰু যিসকলে ইন‌এক্টিভেটেড ভেকচিন লৈছে, তেওঁলোকক বুষ্টাৰ ড’জ দিয়া হ‌ওক । ইন‌এক্টিভেটেড ভেকচিন হ’ল, যিসমূহ শৰীৰত ছাৰ্ছ-ক’ভ-২-ৰ প্রৱেশ ঘটে তাক নিষ্ক্রিয় কৰে বা হত্যা কৰে । চীনৰ ‘ছিনোভেক’, ‘ছিনোফার্ম’ আৰু ভাৰতৰ ‘ভাৰত বায়’টেক’ সংস্থাই প্ৰস্তুত কৰা টিকা এই ধৰণৰ ভেকচিন ।

ছেজ-ৰ তৰফৰ পৰা জনোৱা হৈছে, প্রবীণসকলৰ শৰীৰত ভেকচিনৰ কার্যকাৰিতা উল্লেখযোগ্যভাৱে কমি গৈছে । তেওঁলোকৰ মতে, টিকাৰ দ্বিতীয় ড’জ লোৱাৰ পাছত ছমাহ পর্যন্ত ভেকচিনে ভালকৈ কাম কৰে । কিন্তু তাৰ পাছতেই ইয়ৰ কার্যক্ষমতা কমে । যিহেতু প্রবীণসকলক সৰ্বপ্ৰথমে টিকাকৰণ কৰা হৈছে, সেয়ে এতিয়া তেওঁলোকৰ শৰীৰত টিকাৰ প্রভাৱ কমি আহিছে ।

অ’মিক্রন আতংকত সম্প্ৰতি সার্বিকভাৱেই দেশবাসীক বুষ্টাৰ ড’জ দিয়া আৰম্ভ কৰিছে একাধিক দেশে । এই সন্দৰ্ভত হু-ৰ বক্তব্য, বুষ্টাৰ ড’জ দিয়াৰ লগতে দেশৰ প্রত্যেকৰে প্রথম ড’জ নিশ্চিত কৰাও প্ৰয়োজনীয় ।

প্রথম বিশ্বৰ একাধিক দেশত টিকাকৰণৰ গতি বেচ শিথিল । ইউৰোপৰ বহুকেইখন দেশত মুঠ টিকাকৰণৰ হাৰ ৫৫ শতাংশৰ তলত । ইয়াৰ বাবে অনেকাংশত দায়ী বাসিন্দাসকলৰ টিকা লোৱাত অনীহা । সম্প্রতি জার্মানী, ইটালীসহ কিছু দেশে ঘোষণা কৰিছে, টিকা নল’লে গৃহবন্দী হৈ থাকিব লাগিব । পোলেণ্ডত স্বাস্থ্যকর্মী আৰু শিক্ষকসকলৰ টিকা লোৱা বাধ্যতামূলক ঘোষণা কৰা হৈছে ।

ইপিনে, টিকা ল’বৰ বাবে বাসিন্দাসকলৰ একাংশক জোৰ কৰিবলগীয়া হৈছে, অন্য অংশত বুষ্টাৰ (তৃতীয়) ড’জ দিয়া আৰম্ভ হৈছে । ফলত একাংশ লোক মাৰাত্মক শংকাপূৰ্ণ অৱস্থাত আছে বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Booster VaccineCORONAVIRUSWHO
publisher

publisher

Related Posts

ব্যর্থ ইটোৰ পাছত সিটো আক্ৰমণ, ৬০০-ৰো অধিক পাক ড্র’ন ধ্বংস কৰে ভাৰতৰ এয়াৰ ডিফেন্স ছিষ্টেমে 
India

May 17, 2025
Cm Meeting in Sankardev Kalakhetra :শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু কৃষি বিভাগৰ বিশেষ অনুষ্ঠান
News

Cm Meeting in Sankardev Kalakhetra :শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু কৃষি বিভাগৰ বিশেষ অনুষ্ঠান

May 17, 2025
Noonmati Incident:আৰক্ষীয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে এগৰাকী মহিলাই
News

Noonmati Incident:আৰক্ষীয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে এগৰাকী মহিলাই

May 17, 2025
Dispur Police:তন্ত্র-মন্ত্রৰে ৰাইজক প্রলোভিত কৰা এজন ভণ্ড বাবা দিছপুৰ আৰক্ষীৰ জালত
News

Dispur Police:তন্ত্র-মন্ত্রৰে ৰাইজক প্রলোভিত কৰা এজন ভণ্ড বাবা দিছপুৰ আৰক্ষীৰ জালত

May 17, 2025
দিল্লীত জন্ম হ’ব নতুন ৰাজনৈতিক দল !
India

দিল্লীত জন্ম হ’ব নতুন ৰাজনৈতিক দল !

May 17, 2025
সন্ত্ৰাসবাদৰ বিৰুদ্ধে অবিৰত অভিযান, কাশ্মীৰৰ ১০টা স্থানত আৰক্ষীৰ তালাচী
News

সন্ত্ৰাসবাদৰ বিৰুদ্ধে অবিৰত অভিযান, কাশ্মীৰৰ ১০টা স্থানত আৰক্ষীৰ তালাচী

May 17, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d