★কৰ্কট ৰােগ প্ৰতিৰােধ কৰিব পৰা উপাদান পােৱা যায় পালেং শাকত।
ADVERTISEMENT
★এইবিধ শাক হ’ল এন্টি অক্সিডেন্টৰ ভঁৰাল।
★পালেঙত কেৰােটিন থাকে।
★ এইবিধ শাকে দৃষ্টিশক্তি স্বাভাৱিক কৰি ৰখাত সহায় কৰে।
★ইয়াত ভিটামিন ‘চি’, পটাছিয়াম, কেলছিয়াম আদি প্ৰচুৰ পৰিমাণে পােৱা যায়।
★লিপিডৰ স’তে অন্ত্রত শােষিত ভিটামিন ‘এ’ থাকে।
★ পালেং শাক আদি নিয়মীয়াকৈ খালে শৰীৰে দৈনিক প্রয়ােজনীয় বিভিন্ন খনিজ দ্রব্য লাভ কৰে।