Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পুৱালৈকে আছিল গাড়ীচালক ,দুপৰীয়া পৰিণত হ’ল কোটিপতিত

publisher by publisher
December 18, 2021
in India, News
Reading Time: 1 min read
0
পুৱালৈকে আছিল গাড়ীচালক ,দুপৰীয়া পৰিণত হ’ল কোটিপতিত
4
SHARES
38
VIEWS
ShareShareShareShare

কোৱা হয় যে যেতিয়া মানুহৰ ভাগ্য সলনি হয়, তেতিয়া পলকতে সকলাে সলনি হৈ যায়। ভাগ্য পৰিৱৰ্তনৰ এনে এক আজৱ ঘটনা সংঘটিত হ’ল পশ্চিমবংগৰ পূর্ব বর্ধমান জিলাত।

ADVERTISEMENT

এই অঞ্চলৰ এজন এম্বুলেঞ্চ চালকৰ ভাগ্য মুহূর্ততে এইদৰে সলনি হ’ল যে নিশাটোৰ ভিতৰতে তেওঁ কোটিপতিত পৰিণত হ’ল।

RelatedPosts

WB- Tamilnadu Election Polling:আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ

First phase election in WB:পশ্চিমবংগ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ হ’ব বৃহস্পতিবাৰে

Assam Assembly Election:এটা পর্যায়ত নির্বাচন অনুষ্ঠিত হোৱাৰ সুযোগত বিহাৰ-পশ্চিমবংগৰ পৰা ২৬শ বাহন আমদানি

এম্বুলেঞ্চ চালকে পুৱা ২৭০ টকা মূল্যৰ এখন লটাৰী টিকট ক্রয় কৰিছিল আৰু দুপৰীয়া তেওঁ পৰিণত হৈছিল এজন কোটিপতি ব্যক্তিত। এম্বুলেঞ্চ চালকজনক নাম শ্বেম হীৰা।

অলপতে হীৰাই পুৱা শুই উঠি কাষৰ বজাৰলৈ গৈছিল আৰু অন্যান্য সামগ্রীৰ লগতে তেওঁ ২৭০ টকা মূল্যৰে এখন লটাৰী টিকট ক্রয় কৰিছিল।

ইয়াৰ পাছত আনদিনাৰ দৰে হীৰা কামলৈ ওলাই গৈছিল৷ যেতিয়া দুপৰীয়া লটাৰীৰ ফলাফল ঘােষণা কৰিলে, তেতিয়া হীৰাই জানিব পাৰিলে যে তেওঁ ক্ৰয় কৰা টিকটটোৱে এক কোটি টকা লাভ কৰিছে।

এইদৰে হঠাতে লটাৰীত এক কোটি টকা লাভ কৰাত হীৰা আনন্দিত হােৱাৰ লগতে শংকিতও হৈ পৰিছিল। কোনােবাই টিকটখন কাঢ়ি নিব পাৰে বুলি শংকা প্রকাশ কৰি হীৰাই স্থানীয় থানাৰ স’তে যােগাযােগ কৰাত
আৰক্ষীয়ে তেওঁক নিৰাপত্তা প্রদান কৰে।

হীৰাই প্রকাশ কৰা অনুসৰি, লটাৰীত লাভ কৰা ধনৰে তেওঁ প্ৰথমে মাতৃৰ সু-চিকিৎসা কৰাব। হীৰাৰ মাতৃ অসুস্থ আৰু তেওঁৰ চিকিৎসাৰ বাবে ধনৰ প্রয়ােজন হৈছিল যদিও হীৰাই ধনৰ যােগাৰ কৰিব পৰা নাছিল।

কিন্তু লটাৰীত এক কোটি টকা লাভ কৰাত এতিয়া মাতৃৰ চিকিৎসা কৰাব পাৰিব হীৰাই। হীৰাই লগতে কয় যে তেওঁ প্রায়ে লটাৰী টিকট ক্রয় কৰি আহিছে যদিও কোনােদিনে পুৰস্কাৰ লাভ কৰা নাছিল।

কিন্তু এইবাৰ ভাগ্য উদয় হ’ল হীৰাৰ। এই ধনৰে মাতৃৰ চিকিৎসাৰ লগতে এটা ধুনীয়া বাসগৃহও নির্মাণ কৰিব হীৰাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ambulance driverCrorepatiLotterysheikh heeraWEST BENGAL​​Bardhaman
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d