- কাহিলীপাৰাত শিক্ষাকৰ্মী কাৰ্যালয়ৰ সন্মুখত সৰ্বশিক্ষাৰ অধীনত সংযোগী শিক্ষাকৰ্মীৰ প্ৰতিবাদ ।
- অসম সৰ্বশিক্ষা অভিযান মিছন কাৰ্যালয় ঘেৰাও প্ৰতিবাদকাৰীৰ ।
- কোনো জাননী নিদিয়াকৈ শিক্ষকসকলক অব্যাহতি দিয়াৰ বিৰোধিতাত প্ৰতিবাদ ।
- সংযোগী শিক্ষাকৰ্মী সন্থা, ইভি সন্থা, শিক্ষা সাৰথিৰ অধীনস্থ সকলো শিক্ষকক পুনৰ সংস্থাপনৰ দাবী ।
- দাবী মানি নল’লে ৰাজভৱন ঘেৰাও, মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাওৰ লগতে ১০ জানুৱাৰীত সমূহীয়া আত্মজাহৰ হুংকাৰ প্ৰতিবাদী শিক্ষকসকলৰ ।
ADVERTISEMENT