বিধানসভাত লোকসভাৰ অধ্যক্ষ ওম বিৰলা

Screenshot 277

অসম বিধানসভাত উপস্থিত লোকসভাৰ অধ্যক্ষ ওম বিৰলা ।

অধ্যক্ষগৰাকীয়ে অসম বিধানসভাৰ লাইভ ডিজিটেল প’ৰ্টেল মুকলি কৰে ।

অধ্যক্ষ বিৰলাই বিধানসভাত তেওঁৰ বক্তব্য আগবঢ়াব ।

বিধানসভাত উপস্থিত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিধায়ক দেৱব্ৰত শ‌ইকীয়াসহ বহু মন্ত্ৰী, বিধায়কসকল ।

Exit mobile version