Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Amrapali Gan : প্রাপ্তবয়স্কৰ ৱেবছাইটৰ দায়িত্ব ল’লে ভাৰতীয় কন্যাই, কোন এইগৰাকী

publisher by publisher
December 24, 2021
in India, International, News
Reading Time: 1 min read
0
Amrapali Gan : প্রাপ্তবয়স্কৰ ৱেবছাইটৰ দায়িত্ব ল’লে ভাৰতীয় কন্যাই, কোন এইগৰাকী
5
SHARES
46
VIEWS
ShareShareShareShare

এগৰাকী ভাৰতীয় কন্যাক প্রাপ্তবয়স্কসকলৰ ৱেবছাইট নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব দিলে আন্তর্জাতিক সংস্থা ‘অনলি ফেনছে’ । গুগল, মাইক্র’ছফট, টুইটাৰৰ পাছত পুনৰ আন্তর্জাতিক সংস্থাৰ চিইঅ’ পদত উত্তৰণ হ’ল এগৰাকী ভাৰতীয় সন্তান ।

ADVERTISEMENT

সুন্দৰ পিচাই, সত্য নাদেলা, পৰাগ আগৰৱালাৰ দৰেই আম্রপালি গান । তেওঁ ২০২১ৰ ২২ ডিচেম্বৰত প্রাপ্তবয়স্কসকলৰ নেটমাধ্যম সংস্থা অনলি ফেনছ-ৰ চিফ এগ্‌জিকিউটিভ অফিচাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছে ।

RelatedPosts

বছৰি ১০কোটি টকা উপাৰ্জন কৰা মডেল প্ৰেমত পৰিল কাঠমিস্ত্ৰীৰ,কৰাব বিবাহো

১০০ কোটি ডলাৰৰ সংস্থা । আম্রপালিৰ আগতে এই সংস্থাৰ প্রধান আছিল টিম ষ্টোকলে । তেঁৱেই অনলি ফেনছ-ৰ প্রতিষ্ঠাতা ।

টিমে পদত্যাগৰ সিদ্ধান্ত ঘোষণা কৰি জনাইছে, নতুন লক্ষ্য চোৱাৰ ইচ্ছাতে পদত্যাগ কৰিছো । লগতে টিমে তেওঁৰ উত্তৰসূৰী আম্রপালিৰ প্রশংসাও কৰিছে । টিমে কয়, অনলি ফেনছক লৈ তেওঁৰ দৰেই আবেগপ্রৱণ আম্রপালি । তেওঁৰ বিশ্বাস, ৱেবছাইটৰ উন্নতিসাধনত আম্রপালিয়ে তেওঁতকৈও ভাল কাম কৰিব । আম্রপালিৰ ভাল কাম ইতিমধ্যে অনলি ফেনছৰ ব’র্ড সদস্যসকলৰ দৃষ্টিগোচৰ হৈছে ।

২০১৬ত আৰম্ভ হয় অনলি ফেনছ । অৱশ্যে নাম-যশ পায় অতিমাৰীৰ সময়ত । আম্রপালিও সেই সময়ৰ পৰাই অনলি ফেনছৰ স’তে ।

আম্রপালিৰ বয়স ৩৬ বছৰ । তেওঁ মুম্বাইত জন্মগ্ৰহণ কৰে । ইয়াতকৈ বেছি আম্রপালিৰ আৰু কোনো ভাৰতীয় যোগৰ উল্লেখ তেওঁৰ নেটমাধ্যম বা অন্যত্রত নাই । তেওঁ মূলত বিদেশী কলেজ-বিশ্ববিদ্যালয়তে উচ্চশিক্ষা গ্ৰহণ কৰিছে ।

কেলিফ’র্নিয়াৰ এক বেচৰকাৰী শিক্ষা প্রতিষ্ঠানৰ পৰা মার্চেণ্ডাইজ মার্কেটিং বিষয় লৈ স্নাতক হোৱাৰ পাছত কেলিফ’র্নিয়া বিশ্ববিদ্যালয়ত জনসংযোগ আৰু আন্তঃসংগঠন যোগাযোগ বিষয়ত স্নাতকোত্তৰ উত্তীর্ণ হয় । পাছত হার্ভার্ড বিজনেছ স্কুলৰ পৰা অন্তৰপ্রিনিয়ৰশ্বিপ লৈ শিক্ষাগ্ৰহণ কৰে ।

আম্রপালিয়ে অনলি ফেনছত কাম আৰম্ভ কৰে ২০২০ত । বিভিন্ন ক্ষেত্রৰ বৃত্তিধাৰীসকলে সেই সময়ত অর্থৰ প্রয়োজনত অনলি ফেনছৰ দ্বাৰস্থ হয়, আম্রপালি তেতিয়া সংস্থাৰ বিপণন প্রধান । টিমে জনায়, বিপণন প্রধান হিচাপে আম্রপালিয়ে সংস্থাটোক আগবাঢ়ি যোৱাত বহু সহায় কৰিছিল ।

বৈশিষ্টৰ বিচাৰত অনলি ফেনছ এটা নেটমাধ্যম । অন্য নেটমাধ্যমতকৈ ইয়াৰ নীতি-নিয়ম কিছু পৃথক । ইয়াত ছাবক্ৰিপছনৰ বিনিময়ত সদস্য পদ ল’ব লাগে । অৱশ্যে এবাৰ সদস্য হ’লে অবাধ স্বাধীনতা । সদস্যসকলে ইচ্ছেমতে বিষয়বস্তু আপলোড কৰিব পাৰে । বিষয়বোৰ অন্য সদস্যৰ পছন্দ হ’লে তাৰ পৰা অর্থ উপার্জনো কৰিব পাৰে এই ৱেবছাইটৰ পৰা ।

অনলি ফেনছত ফিটনেছ প্রশিক্ষকৰ পৰা আৰম্ভ কৰি অংকৰ শিক্ষকো সদস্যপদত আছে । তেওঁলোকে দিয়া বিষয়বস্তুবোৰ পৃথক পৃথক । যদিও ২০২০ত অনলি ফেনছ পৰিচিতি প্ৰায় মূলত প্রাপ্ত বয়স্কসকলৰ ভিডিঅ’ আৰু ছবিৰ বাবে । পর্ন তাৰকাৰ পৰা আৰম্ভ কৰি যৌনকর্মীসকলেও এই ৱেবছাইটৰ সদস্যপদ লয় । প্রাপ্তবয়স্ক বিষয়বস্তুও দিবলৈ আৰম্ভ কৰে ।

হলিউডৰ তাৰকাসকলেও সদস্যপদ লয় অনলি ফেনছত । প্ৰত্যেকজন সদস্য‌ই প্রতি মাহে কোটি কোটি ডলাৰ উপার্জন কৰে বুলিও দাবী কৰিছে বহুতে । অনলি ফেনছে তেওঁলোকৰ পৰা কমিছন হিচাপে ২০ শতাংশ অর্থ লয় । তাৰ বিপৰীতে সুৰক্ষাৰ প্রতিশ্রুতি দিয়ে । নিশ্চিত কৰে যে, সদস্যৰ বাহিৰে অন্য কোনোৱে দিয়া ব্যক্তিগত বিষয়বস্তু চাব নোৱাৰে ।

ৱেবছাইটৰ দায়িত্ব লৈ আম্রপালিয়ে কয়, ‘‘অনলি ফেনছ পৃথিৱীৰ সুৰক্ষিততম ৱেবছাইট । সদস্যসকললৈ মোৰ প্রতিশ্রুতি, এই নিৰাপত্তা বিন্দুমাত্র নকমে । লগতে তেওঁলোকে যাতে ইয়াৰ পৰা আৰু অর্থ উপার্জন কৰিব পাৰে সেয়াও আমি পৰ্যবেক্ষণ কৰিম ।’’

অনলি ফেনছত আম্রপালিৰ তীব্ৰ গতিতে উত্থান হয় । ৱেবছাইটত তেওঁৰ কামৰ অভিজ্ঞতা মাত্র এবছৰ । অৱশ্যে তাৰ আগতে অন্যান্য সংস্থাতো গুৰুত্বপূর্ণ পদৰ দায়িত্ব ভাৰ লৈছে ।

ইয়ৰ আগতে আৰকেড এজেন্সিৰ পৰামর্শদাতা আছিল । আমেৰিকাৰ প্রথম গাঞ্জা সেৱনৰ ৰেস্তোৰাঁ কেনাবি কেফে-ৰ দায়িত্বত আছিল । ইয়াৰ উপৰি বলবর্ধক পানীয় ৰেড বুলৰ বিপণনৰ দায়িত্বতো আছিল আম্রপালি ।

অৱশ্যে তেওঁ নেটমাধ্যমত সিমান সক্রিয় নহয় । অনলি ফেনছত তেওঁৰ সদস্যপদ আছে । অৱশ্যে তাতো নিজৰ ব্যক্তিগত কিছু মুহূর্তৰ বাহিৰে বিশেষ কিছু শ্বেয়াৰ কৰা নাই আম্রপালিয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Amrapali GanOnlyFans
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d