আজিৰে পৰা আৰম্ভ কিশোৰ-কিশোৰীসকলক ক’ভিড ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া

corona vaccine23 1640589285

আজিৰে পৰা সমগ্ৰ দেশত আৰম্ভ হৈছে কিশোৰ-কিশোৰীসকলক ক’ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া। ১৫ বছৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক প্ৰদান কৰা হ’ব ক’ভিড প্ৰতিষেধক । প্ৰতিখন বিদ্যালয়তে ১৫ বছৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক প্ৰদান কৰা হ’ব ক’ভিড প্ৰতিষেধক ।

ভেকচিন প্ৰদানৰ বাবে ইতিমধ্যে ক’উইন এপৰ জৰিয়তে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে আধাৰ কাৰ্ডৰ লগতে বিদ্যালয়ৰ পৰিচয় পত্ৰৰ জৰিয়তেও ভেকচিনৰ বাবে পঞ্জীয়ন কৰিব পাৰিব।কিশোৰ–কিশোৰীসকলক প্ৰদান কৰা হ’ব ক’ভাক্সিন ।

Exit mobile version