ৰাজ্য-কেন্দ্ৰশাসিত অঞ্চলত ক’ভিড-১৯ প্ৰতিষেধক উপলব্ধতাৰ আপডেট

new covid19 vaccine hero

সমগ্ৰ দেশতে ক’ভিড প্ৰতিষেধক প্ৰদানৰ গতি তীব্ৰতৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ । বিগত বৰ্ষৰ ১৬ জানুৱাৰীত দেশব্যাপী ভেকচিনেছন কাৰ্যসূচী আৰম্ভ কৰা হয় ।

ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চলত ১৫২.৯৬ কোটিৰো অধিক প্ৰতিষেধকৰ ড’জ সৰবৰাহ কৰা হৈছে । ১৯.৬৯ কোটিৰো অধিক অব্যৱহৃত ভেকচিন ড’জ মজুত আছে ৰাজ্য আৰু কেন্দ্ৰশাসিত জিলাসমূহৰ ।

Exit mobile version