Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পৃথিৱীত এসপ্তাহৰ বাবে সম্পূৰ্ণ লকডাউন দিয়ক, জলবায়ু পৰিৱৰ্তন আহিব : অৰণ্য মানৱ যাদৱ পায়েং

publisher by publisher
January 21, 2022
in Assam, India, News
Reading Time: 1 min read
0
4
SHARES
38
VIEWS
ShareShareShareShare

অৰণ্য মানৱ তথা ফৰেষ্ট মেন অৱ ইণ্ডিয়া পদ্মশ্ৰী যাদৱ পায়েঙে আজি চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ স’তে পৰিৱেশ সজাগতা আৰু বহনক্ষম উন্নয়ন বিষয়ত মত বিনিময় কৰে ৷ অসম ৰাজ্যিক প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ (ASTEC) সহযোগত আৰু বিজনী মহাবিদ্যালয়ৰ, মহাবিদ্যালয় পৰিৱেশ আৰু বতৰ পৰিৱৰ্তন কোষসহ কে’বাটাও বিভাগৰ উদ্যোগত আয়োজিত বিজনী মহাবিদ্যালয়ৰ বীৰেন্দ্ৰগিৰি বসুমতাৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত পদ্মশ্ৰী যাদৱ পাঙেয়ে নিজৰ অৰণ্য সৃষ্টিৰ দীঘলীয়া পৰিক্ৰমাৰ ওপৰত ভাষণ প্ৰদান কৰে ৷

ADVERTISEMENT

বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে সম্প্ৰতি মাজুলী জিলাৰ অন্তৰ্গত মূলা কাঠনিবাৰী জংঘলত হাতী, অন্য জীৱ-জন্তুৰ আগমন ঘটাত স্থানীয় লোকে যাদৱ পায়েঙক অৰণ্য ধ্বংস কৰিবলৈ ধমকি দিছিল যদিও এই লৈ তেওঁ কোনো ভ্ৰুক্ষেপ নকৰি আগুৱাই অহাৰ কথা প্ৰকাশ কৰে ৷ তেওঁৰ কাম-কাজৰ বাবে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ফৰেষ্ট মেন অৱ ইণ্ডিয়া সন্মান প্ৰদান কৰাৰ লগতে বিভিন্ন দেশ-বিদেশৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গৱেষক শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ স’তে সময়ে সময়ে হোৱা মত বিনিময়ৰ ওপৰত আলোকপাত কৰে ৷

RelatedPosts

পশ্চিম কাৰ্বি আংলঙত অৰণ্য মানৱ যাদৱ পায়েঙ

তেওঁ বিগত দুবছৰত জলবায়ু পৰিৱৰ্তনৰ বাবে ক’ভিড পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি দাবী কৰে ৷ লগতে পৃথিৱীখন আগৰ দৰে সুন্দৰ হৈ পৰিব বুলিও আশা ব্যক্ত কৰে ৷

ভাষণ প্ৰসংগত তেওঁ অসমত এখন পৰিৱেশ বিশ্ববিদ্যালয় স্থাপনৰ পোষকতা কৰে ৷ লগতে মেক্সিকোত চৰকাৰে ১০ বছৰৰ বাবে তেওঁক নিমন্ত্ৰণ কৰাৰ তথ্য ব্যক্ত কৰে ৷ অনুষ্ঠানত মহাবিদ্যালয়ৰ লগতে অন্যান্য ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ স’তে তেওঁৰ জীৱন সংগ্ৰামৰ ওপৰত মত বিনিময় কৰে ৷

আদৰণি ভাষণ প্ৰদান কৰে বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বীৰহাস গিৰি বসুমতাৰীয়ে ৷ অনুষ্ঠানত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় আৰু চিৰাঙৰ বন প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰিয়ে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: jadav payeng
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d