Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

    উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

    ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল

    অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পশ্চিম কাৰ্বি আংলঙত অৰণ্য মানৱ যাদৱ পায়েঙ

publisher by publisher
January 10, 2021
in Assam, India, News
Reading Time: 1 min read
0
পশ্চিম কাৰ্বি আংলঙত অৰণ্য মানৱ যাদৱ পায়েঙ
15
SHARES
152
VIEWS
ShareShareShareShare

RelatedPosts

Kaac Cem Announced:কাৰ্বি আংলঙত অনুপ্ৰৱেশ মনিপুৰৰ সন্দেহজনক কুকি জনগোষ্ঠীৰ লোকৰ

Chhath Puja In Assam:ৰাজ্যৰ ভিন্ন প্ৰান্তত ষট্ পূজাক লৈ উখল-মাখল পৰিৱেশ

West Karbianglong:পশ্চিম কাৰ্বি আংলঙৰ জেংখাত অঘটন !

পশ্চিম কাৰ্বি আংলঙৰ খেৰনিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় গ্ৰাম্য বিজ্ঞান মেলা। উল্লেখযোগ্য যে অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সৌজন্যত অসম বিজ্ঞান সমিতিৰ সহযোগত কঁপিলী ভেলী শাখাৰ উদ্যোগত খেৰণিত অনুষ্ঠিত হোৱা এই মেলাৰ প্ৰথম কাৰ্যসূচী হিচাপে অসম বিজ্ঞান সমিতিৰ পশ্চিম কাৰ্বি আংলং জিলা সমন্নয়ক বীৰেন বৰাৰ সহযোগত কঁপিলী ভেলী শাখাৰ সভাপতি ধনেশ্বৰ বৈশ্যই পতাকা উত্তোলন কৰে।

ADVERTISEMENT

অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থকা ৰাষ্ট্রীয় সন্মান প্ৰাপ্ত অৰণ্য মানৱ যাদৱ পায়েঙে মেলাখনৰ উদ্বোধন কৰে। লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অংকন কৰা ছবি, বিজ্ঞান আৰ্হি প্ৰকল্প আদিৰ মুকলি প্ৰদৰ্শন কৰে এই মেলাৰ যোগেদি।

ইয়াৰ উপৰিও চিত্ৰাংকণ আৰু কভিড-১৯ মহামাৰীক লৈ ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত কৰে উদ্যোগতাই। কাৰ্যসূচী অনুসৰি পায়েঙে ছাত্ৰ ছাত্ৰীৰ মাজত গছ পুলি বিতৰণ আৰু বৃক্ষ ৰোপন কৰে খেৰণি হাই স্কুল চৌহদত।

লগতে সংবাদ মাধ্যম যোগে কাৰ্বি আংলঙৰ সংৰক্ষিত বনাঞ্চল কোনো কাৰণতে সংকুচিত নকৰিবলৈ কাৰ্বি আংলংবাসীক আহ্বান জনায় যাদৱ পায়েঙে। গ্ৰামাঞ্চলত সজাগতা অনাৰ বাবে অসম বিজ্ঞান সমিতিয়ে এনেদৰে গাঁৱে-ভূঞে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক লৈ বিজ্ঞান মেলা অনুষ্ঠিত কৰাটো খুবেই এক ভাল পদক্ষেপ বুলিও মন্তব্য কৰে পায়েঙে।

আয়োজিত অনুষ্ঠানত হামৰেন ডি এফ অ ৰাজীৱ ইংতি, শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ ছাত্ৰী আৰু কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে গ্ৰাম্য বিজ্ঞান মেলাত। ইয়াৰ পাছতে একেদৰে টুমপ্ৰেঙত অনুষ্ঠিত হোৱা গ্ৰাম্য বিজ্ঞান মেলাতো অংশগ্ৰহণ কৰে যাদৱ পায়েঙে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: jadav payengWest karbi Anglong
publisher

publisher

Related Posts

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বেংগালুৰুত CJPৰ প্ৰতিবাদ
India

October 8, 2026
AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত
Entertainment

AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

October 8, 2026
অন্ধ্ৰপ্ৰদেশৰ অধিকাংশ জিলা খৰাঙৰ কবলত, ২১ জিলাৰ ৩৮৮টা মণ্ডলত খৰাং

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও
International

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও

October 8, 2026
মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি
International

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

October 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d