চিৰাঙৰ বিজনীৰ বড়োবাজাৰত ‘গৌথাৰ বাথৌ সান” উদযাপন

চিৰাঙৰ বিজনীৰ বড়োবাজাৰত সদৌ বাথৌ মহাসভাৰ অন্তৰ্গত বিজনী জিলা বাথৌ সভাৰ উদ্যোগত “গৌথাৰ বাথৌ সান” উদযাপন কৰা হয় ।

তদুপলক্ষে বাথৌ ধৰ্মীয় প্ৰাৰ্থনা “আৰোজ”, বিজনী জিলা বাথৌ সভাৰ সভাপতি উপেন চন্দ্ৰ ঔৱাৰীৰ ধৰ্মধ্বজা উত্তোলন আৰু শোভাযাত্ৰা উলিওৱা হয় ।

বিটিচিৰ সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ প্ৰভাত বসুমতাৰীয়ে শোভাযাত্ৰা উদ্বোধন কৰে ।

Exit mobile version