Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

    ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

    Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

    Result HS 2026

    Result HS 2026

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

উত্তৰ গুৱাহাটী শিশু গ্ৰামত পিঞ্জৰাবদ্ধ হ’ল পূৰ্ণ বয়স্ক প্ৰকাণ্ড নাহৰ ফুটুকি

publisher by publisher
February 3, 2022
in Assam, News
Reading Time: 1 min read
0
উত্তৰ গুৱাহাটী শিশু গ্ৰামত পিঞ্জৰাবদ্ধ হ’ল পূৰ্ণ বয়স্ক প্ৰকাণ্ড নাহৰ ফুটুকি
1
SHARES
11
VIEWS
ShareShareShareShare

উত্তৰ গুৱাহাটীত বহু দিনৰ পৰাই আতঙ্কময় পৰিৱেশ সৃষ্টি কৰি অহা দুচিন্তা কিছু আতৰিল যদিও অবকাশ থাকিয়ে গ’ল । কিয়নো এটা নাহৰ ফুটুকি বাঘ পিঞ্জৰাবদ্ধ হ’ল যদিও গুজৰি গুমৰি আছে আন এটি প্ৰকাণ্ড নাহৰ ফুটুকি বাঘে ।

ADVERTISEMENT

দীৰ্ঘদিনৰ পৰা আতঙ্ক নমোৱা প্ৰকাণ্ড নাহৰ ফুটুকি বিচৰণৰ অভিযোগ উঠিছিল বহুদিনৰ পৰা । শিশু গ্ৰামৰ সমীপৰ জি এন আৰচি আৰু আই আই টি গেটৰ সমীপত পশুধন খাই তহিলঙ কৰি আহিছিল বাঘটোৱে।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

North Guwahati:উত্তৰ গুৱাহাটী চিলা কৰৈবাৰী ৰাষ্ট্ৰীয় ঘাইপথত গৰুভৰ্তি বাহন জব্দ

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

কিছুদিন পুৰ্বে এ আই আই টি গেটৰ পথত নাহৰ ফুটুকি আৰু ডাম্পাৰ চালক নিশা মুখামুখি হৈছিল । ডাম্পাৰ চালকৰ বাঘৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেলৰ হোৱাৰ পাছত সক্ৰিয় হ’ল চিলা বনাঞ্চলিক বিষয়াৰ দল ।

চাৰিদিন ধৰি শিশু গ্ৰাম চৌহদত পিঞ্জৰা পতা পাছতো আৱদ্ধ হোৱা নাছিল বাঘটো ।অৱশেষত আজি পিঞ্জৰাবদ্ধ হ’ল এটা পুৰ্ণ বয়স্ক নাহৰ ফুটুকি ।

বাঘ পিঞ্জৰাবদ্ধ খবৰ পোৱা মাত্ৰকে ,স্বস্তিৰ নিশ্বাস এৰিলে শিশু গ্ৰামৰ কন কন শিশু তথা স্থানীয় লোকে । স্থানীয় লোকৰ অভিযোগ, আই আই টি গেটৰ পাহাৰত এটা বাঘেই নহয় আছে হেনো বহু বাঘ ।

এজন স্থানীয় লোকে কোৱা আনুসৰি বাঘটো পিঞ্জৰাবদ্ধ হোৱা সময়ত তেওঁ চাবলৈ গৈছিল যদিও পিঞ্জৰাৰ বাহিৰত আন এটা প্ৰকাণ্ড বাঘ দেখি প্ৰাণ লৈ পলায়ন কৰে ।

ৰঙিয়া উত্তৰ কামৰূপ সংমণ্ডল বন বিষয়া চানি দেওল চৌধুৰীয়ে কয় ,’এই অঞ্চল নাহৰ ফুটুকীৰ বিচৰণভুমি । গতিকে নাহৰ ফুটুকীৰ ওপৰত আমি পৰ্যবেক্ষণত আছো ,ইয়াত বহু বাঘ আছে । আমি ইতিমধ্যে অঞ্চলটিৰ ঠায়ে ঠায়ে গণনাৰ বাবে ভিন্ন স্থানত লগাইছো চি চি কেমেৰা । ‘ পিঞ্জৰাবদ্ধ নাহৰ ফুটুকী টো পুনৰ অভয়াৰণ্যত মুকলি কৰাৰ বাবে উদ্যোগ লৈছে বন বিভাগে । আনটো বাঘ পিঞ্জৰাবদ্ধ কৰাৰ বাবে পুনৰ ফান্দ পাতিব বুলিও কলে বন সংমণ্ডল বিষয়া গৰাকীয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamNorth Guwahatitiger
publisher

publisher

Related Posts

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান
News

April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’
India

কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

April 28, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

April 28, 2026
ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল
News

ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

April 28, 2026
Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ
News

Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

April 28, 2026
Result HS 2026
News

Result HS 2026

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d