Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

    CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

    Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

    Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Hong Kong : পুনৰ বৃদ্ধি পাইছে ক’ভিড সংক্রমণ, হাস্পতালৰ নাটনি ! প্রশাসনিক ব্যর্থতাত ভুগিছে হংকং

publisher by publisher
February 20, 2022
in COVID-19, International, News
Reading Time: 1 min read
0
Hong Kong : পুনৰ বৃদ্ধি পাইছে ক’ভিড সংক্রমণ, হাস্পতালৰ নাটনি ! প্রশাসনিক ব্যর্থতাত ভুগিছে হংকং
1
SHARES
13
VIEWS
ShareShareShareShare

হংকঙত পুনৰ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ । দেশখনত ৰোগীৰ ভিৰৰ বাবে হাস্পতালৰ নাটনি হৈছে । প্রায় প্রতিদিনেই বৃদ্ধি পাইছে সংক্রমণ। পৰিস্থিতি নিয়ন্ত্রণত আনিবলৈ প্রশাসনে পুনৰ তলাবন্ধ জাৰি কৰাৰ সম্ভাৱনা আছে ।

ADVERTISEMENT

হংকঙত ডিচেম্বৰৰ শেষৰ ফালে অ’মিক্রন সংক্রমণৰ প্রথম সন্ধান পোৱা যায় । তাৰ পাছৰ পৰাই দ্রুত গতিত বিয়পি পৰে কৰ’না ভাইৰাছৰ এই ৰূপ । শুকুৰবাৰ পর্যন্ত ২০ হেজাৰৰো অধিক লোক সংক্রমিত হৈছে অ’মিক্রনত । এই সংক্রমণ বিয়পিছে মাত্র দুমাহৰ ভিতৰত । বিগত দুটা ক’ভিড স্ফীতিত হংকঙত মুঠ ১২ হেজাৰ লোক আক্রান্ত হৈছে ।

RelatedPosts

বিকল ফায়াৰ এলাৰ্ম , হংকঙত অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ১২৮ লৈ বৃদ্ধি

তিনি দশকৰ ভিতৰত হংকঙত সংঘটিত হোৱা আটাইতকৈ বৃহৎ অগ্নিকাণ্ড!

Covid Update : সাত দিনত প্ৰায় ৭৫ হেজাৰ ! হুৰ হুৰাই বৃদ্ধি পাইছে দেশৰ ক’ভিড সংক্ৰমণ

ডিচেম্বৰত অ’মিক্রন আক্রান্তৰ সন্ধান পোৱাৰ পাছৰ পৰা প্রশাসনে দ্রুত কঠোৰ ক’ভিড বিধি জাৰি কৰে । উৰনতো নিষেধাজ্ঞা জাৰি কৰা হয় । বিধি-নিষেধ জাৰি কৰা হয় জনসমাগম-অনুষ্ঠানতো । কিন্তু তাৰ পাছতো সংক্রমণ ৰোধ কৰিব পৰা নাযায় । অ’মিক্রন আক্রান্তসকল হাস্পতালত ভিৰ কৰিছে । ক’ভিডৰ মৃদু উপসর্গ দেখা দিলেই তেওঁলোকে হাস্পতাললৈ যায় । সেয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ চৰকাৰে কিছুসংখ্যক মেগা হাস্পতাল নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে ।

কিন্তু কিয় হাস্পতালত মৃদু উপসর্গ থাকিলেই ভিৰ কৰিছে ৰোগীয়ে ? ইয়াৰ বাবে চহৰ প্রশাসনৰ আগৰ এটা সিদ্ধান্ততেই আঙুলি তুলিছে অনেকে । কাৰণ প্রথম স্ফীতিৰ পাছত তেওঁলোকে সিদ্ধান্ত লয় যে, ক’ভিডৰ মৃদু উপসর্গ থাকিলেই তেওঁলোকে হাস্পতালত ভর্তি হ’ব লাগিব । কোনো নিভৃতবাসৰ বিধি ৰখা নহয় । বর্তমান পৰিস্থিতিত চৰকাৰে সিদ্ধান্তৰ পৰিৱৰ্তন কৰিলেও পূৰ্বৰ বিধি মানিয়ে ক’ভিডৰ উপসর্গ দেখা দিলেই হাস্পতাললৈ লৰ মাৰে অনেকে । ফলত ভিৰ বঢ়াইছে হাস্পতালবোৰত ।

অৱশ্যে ক’ভিড সংক্রমণ বঢ়াতো ৰাজনীতি আছে বুলিও অনেকৰ মত । কাৰণ, হংকঙে দীর্ঘদিন ধৰি মূল ভূখণ্ডৰ ‘জিৰো-ক’ভিড’ নীতি মানি চলে । চীনে চহৰব্যাপী তলাবন্ধ, গণ হাৰত কৰ’না পৰীক্ষা আৰু চৰকাৰী তদাৰকিৰ মাধ্যমত অতিমাৰী দূৰ কৰিবলৈ সক্ষম হৈছে । কিন্তু হংকং প্রশাসনে কেৱল সীমান্ত বন্ধ কৰিয়ে ‘জিৰো-ক’ভিড’ নীতিত অটল হৈ আছিল । ইয়াৰ ফলত তেওঁলোকে কৰ’না পৰীক্ষা, টিকা প্রদানৰ দৰে কোনো কাৰ্যসূচী নলয় । বিশেষজ্ঞসকলে সতর্ক কৰিছিল যে এই দেৱাল চিৰকাল নাথাকে । তৃতীয় স্ফীতিত তেওঁলোকৰ সেই সর্তকবার্তা সত্য প্ৰমাণিত হয় ।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কৰ’না পৰীক্ষাৰ হাৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয় চৰকাৰে । প্রশাসনৰ এগৰাকী বিষয়াই জনাইছে, চাৰে সাত কোটি বাসিন্দাৰ কৰ’না পৰীক্ষা কৰিবৰ বাবে চৰকাৰে নির্দিষ্ট ‘পৰিকল্পনা তৈয়াৰ’ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CovidHong Kong
publisher

publisher

Related Posts

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

April 29, 2026
Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

April 29, 2026
Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী
News

Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

April 29, 2026
CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল
News

CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

April 29, 2026
Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ
News

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

April 29, 2026
Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা
News

Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d