Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Narendra Modi : কাচা বাদাম গোৱা কিলি আৰু নিমাৰ দৰে ‘টিক্‌টক্‌’ ভিডিঅ’ বনাওক শিশুসকলে, হেঁপাহ প্ৰধানমন্ত্ৰী মোদীৰ

publisher by publisher
February 27, 2022
in India, News
Reading Time: 1 min read
0
Narendra Modi : কাচা বাদাম গোৱা কিলি আৰু নিমাৰ দৰে ‘টিক্‌টক্‌’ ভিডিঅ’ বনাওক শিশুসকলে, হেঁপাহ প্ৰধানমন্ত্ৰী মোদীৰ
0
SHARES
3
VIEWS
ShareShareShareShare

বীৰভূমৰ ভুৱন বাদ্যকৰৰ ‘কাচা বাদাম’ গীতটিয়ে সম্প্ৰতি বিশ্বজুৰি খ্যাতি অৰ্জন কৰিছে । বাদাম বেচা গান ভাইৰেল হোৱাৰ পাছত ই আন্তর্জাতিক মঞ্চতো বিয়পি যায় । সেই গানত উঠ মিলাই নাচিছে অনলাইনৰ বিখ্যাত যুগল কিলি আৰু নিমাই । তানজানিয়াৰ এই যুগলে ইষ্টাটাগ্রামত বেংগলী কাচা বাদাম গানত নাচি যি ভিডিঅ’ বনায়, সেয়াও ভাইৰেল হৈ যায় । এইবাৰ সেই ভাতৃ-ভগ্নীৰ যুগলৰ নাম শোনা গ’ল প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মুখত । ইয়াৰ উপৰি, ভাৰতৰ শিশুসকলে যাতে এই ধৰণৰ ভিডিঅ’ বনায় তাৰ বাবে আবেদন কৰিছে প্ৰধানমন্ত্ৰীয়ে ।

ADVERTISEMENT

দেওবাৰে প্ৰাধানমন্ত্ৰী মোদীৰ ‘মন কি বাত’ অনুষ্ঠানৰ ৮৬তম সম্প্রচাৰ । এই সম্প্ৰচাৰতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় ভাষাৰ প্রচাৰ আৰু প্রসাৰ বৃদ্ধি কৰিবলৈ এই ধৰণৰ লিপ ছিংকিং ভিডিঅ’ বনাবলৈ সৰুসকলক উৎসাহিত কৰিবলৈ কয় । ভাৰতত এতিয়া টিক্‌টক্‌ এপ্ নিষিদ্ধ হ’লেও এসময়ত অতি জনপ্রিয় আছিল । সেয়ে এই ধৰণৰ ভিডিঅ’ক সাধাৰণভাৱে টিক্‌টক্ ভিডিঅ’ বুলি কোৱা হয় ।

RelatedPosts

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

সামাজিক মাধ্যমত বিশ্বৰ শীৰ্ষস্থানত Modi, ইনষ্টাগ্ৰামত ১০ কোটি অনুসৰণকাৰী সম্পূৰ্ণ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওচৰৰ বস্তিবাসীক উচ্ছেদৰ নিৰ্দেশ!

Just like the sibling duo of Kili & Neema, I urge everyone, especially kids from different states to make lip-syncing videos of popular songs (from a state different than theirs). We'll redefine 'Ek Bharat Shreshtha Bharat' & popularise Indian languages: PM Modi in Mann Ki Baat pic.twitter.com/Bk6mabccnj

— ANI (@ANI) February 27, 2022

অৱশ্যে প্ৰধানমন্ত্ৰী মোদীয়ে বিনোদনৰ বাবে এনে ভিডিঅ’ বনোৱাত উৎসাহ দিয়া নাই । তেওঁ কয়, ‘‘কিলি আৰু নিমা ভাতৃ-ভগ্নীৰ দৰে সকলোৱে বিশেষকৈ বিভিন্ন ৰাজ্যৰ শিশুসকলে এনে ভিডিঅ’ বনাওক ।’’ প্ৰধানমন্ত্ৰী মোদীয়ে বিচাৰিছে, এখন ৰাজ্যৰ গান গাওক অন্য ৰাজ্যৰ ল’ৰা-ছোৱালীয়ে । ইয়াৰ ফলত ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ গঠনৰ লক্ষ্যত দেশৰ বিভিন্ন ভাষা জনপ্রিয় হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: MANN KI BAATNarendra Modi
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d