Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

বাহিৰত বোমা-মৰ্টাৰৰ ভয়ংকৰ শব্দ, ভিতৰত অনিশ্চয়তাত কটাইছো

আৰু চাৰিদিন পাছতে মজুত থকা খাদ্য শেষ হোৱাৰ আশংকা

publisher by publisher
March 1, 2022
in India, International, News
Reading Time: 1 min read
0
বাহিৰত বোমা-মৰ্টাৰৰ ভয়ংকৰ শব্দ, ভিতৰত অনিশ্চয়তাত কটাইছো
1
SHARES
9
VIEWS
ShareShareShareShare

ৰাছিয়া আৰু ইউক্রেইনৰ মাজৰ যুদ্ধ‌ই আজি ছয় দিন অতিক্ৰম কৰিলে । ক্ৰমে পৰিস্থিতিৰ অধিক অবনতি ঘটা ইউক্ৰেইনত আবদ্ধ ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য লোকসকলক উদ্ধাৰ কৰি দেশলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া কেন্দ্ৰীয় চৰকাৰে অব্যাহত ৰাখিছে । ইয়াৰ ফলশ্ৰুতিত আজিলৈকে অসমৰ নগৰাকী ছাত্ৰ-ছাত্ৰী গৃহৰাজ্যলৈ উভতি আহিবলৈ সক্ষম হয় । ইয়াৰে চাৰিগৰাকী ছাত্ৰ-ছাত্ৰী কালি উপস্থিত হয় বুলি অসম চৰকাৰৰ গৃহসচিব দিগন্ত বৰাই জনায় । তদুপৰি কমেও চাৰিগৰাকী ছাত্ৰ-ছাত্ৰী যুদ্ধ জৰ্জৰিত ৰাষ্ট্ৰখনৰ পৰা আহি কালি দিল্লীত উপস্থিত হয় । এইসকলৰ বিপৰীতে ইউক্ৰেইনত আবদ্ধ হৈ আছে অসমৰ কে’বা শতাধিক ছাত্ৰ-ছাত্ৰী । ইউক্ৰেইনৰ সীমান্তৱৰ্তী ৰাষ্ট্ৰ ৰোমানিয়া আৰু পোলেণ্ডৰ সীমাৰ ওচৰে-পাজৰে থকা ছাত্ৰ-ছাত্ৰীসকলকহে উদ্ধাৰৰ ক্ষেত্ৰত এই সময়ত ভাৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে । অসমৰ বহু ছাত্ৰ-ছাত্ৰী দেশখনৰ ছুমি আৰু খাৰকিভত আবদ্ধ হৈ আছে । এই দুখন স্থানতে ৰাছিয়ান সেনাৰ দ্বাৰা সৰ্বাধিক আক্ৰমণ হৈছে । যাৰ বাবে এই দুখন ঠাইত আবদ্ধ কোনেও এই সময়ত ওলাব পৰা নাই । গতিকে এক চৰম অনিশ্চয়তা আৰু আতংকৰ মাজত সময় পাৰ কৰিবলগীয়া হৈছে আবদ্ধ ছাত্ৰ-ছাত্ৰীয়ে ।

ADVERTISEMENT

ছুমিৰ পৰা কি জনালে আবদ্ধ ছাত্ৰ‌ই

RelatedPosts

বৃদ্ধি পাইছে যুদ্ধৰ তীব্রতা!

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতলৈ ৩০ দিনৰ বিশেষ ৰেহাই আমেৰিকাৰ

Russia:আকাশলংঘী মূল্যত বিক্রী তিয়হ, ৰাছিয়াত অভাৱনীয় মুদ্রাস্ফীতি

ছুমিত আবদ্ধ হৈ থকা ছাত্ৰসকলৰ ভিতৰত এজন হ’ল দেৰগাঁৱৰ আৰক্ষী পৰীক্ষণ মহাবিদ্যালয় চৌহদৰ আবাসী তথা ছুমি ষ্টেট মেডিকেল ইউনিভাৰ্চিটিৰ পঞ্চম বৰ্ষৰ ছাত্ৰ নীলম কলিতা । কালি ছুমিৰ পৰা নীলমে ‘দৈনিক অগ্ৰদূত’ক কয় যে প্ৰতিদিনে ছুমিৰ পৰিস্থিতি অৱনমিত ঘটিছে । চৌদিশে কেৱল বোমা বিস্ফোৰণৰ শব্দ, ৰকেট লাঞ্চাৰ মৰ্টাৰৰ শব্দ । বাহিৰত সকলো বন্ধ হৈ পৰিছে । গতিকে যিয়ে য’ত আছে তাতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে । চাৰিজন বন্ধুৰ স’তে এটা ফ্লেটত বাস কৰা নীলমে কয়, ‘আমি ফ্লেটত আছো । চাইৰেণ বাজিলে ফ্লেটৰ তলত থকা আশ্ৰয়স্থলীলৈ দৌৰ মাৰো । ৰাছিয়ান সেনাৰ আক্ৰমণত ছুমিৰ পৰিস্থিতি যথেষ্ট উদ্বেগজনক হৈ পৰিছে । ৰাছিয়ান সীমান্তৰ পৰা আমাৰ অঞ্চলটো ওচৰতে । যুদ্ধৰ আৰম্ভণিৰ সময়ত চাউল-দাইলকে ধৰি কিছু পৰিমাণে খাদ্য সামগ্ৰী যোগাৰ কৰিছিলো । সেইবোৰ ইতিমধ্যে শেষ হৈছে । এতিয়া ফল-মূল ওটছ আদি খাই আছো । এইবোৰো খুব বেছি চাৰিদিন যাব । তাৰ পাছত কি হ’ব নাজানো । আমাৰ ইয়াত দোকান-পোহাৰ, যোগাযোগ সকলো বন্ধ । অৱশ্যে ভাৰতীয় দূতাবাসে আমাৰ লগত যোগাযোগ ৰক্ষা কৰি আছে ।’

ভাৰতীয় দূতাবাসৰ পৰা পৰিস্থিতি কিছু নিয়ন্ত্ৰণ নোহোৱালৈকে ফ্লেটতে থকাৰ পৰামৰ্শ দিয়া হৈছে বুলিও নীলমে কয় । তেওঁ জনায় যে ছুমিত অসমৰ প্ৰায় ৩৮ জন ছাত্ৰ-ছাত্ৰী আছে । তাৰে দুজন যুদ্ধৰ আগমুহূৰ্তত যাবলৈ সক্ষম হয় । গতিকে অন্যান্য সকল নিজৰ নিজৰ স্থানত আবদ্ধ হৈ আছে । ভাৰতলৈ আহিবলৈ হ’লে ছুমিৰ পৰা ৰোমানিয়াৰ সীমান্তলৈ পথৰ দূৰত্ব কমেও ১,৩০৭ কিলোমিটাৰ বুলি নীলমে জনায় । গতিকে যি সময়ত মানুহ ঘৰৰ বাহিৰলৈ ওলোৱাটোৱে অসম্ভৱ, তেনে স্থলত ইমানদূৰ বাট অতিক্ৰম কৰাটো অবাস্তৱ কথা । যিসকল ভাৰতলৈ আহিবলৈ সক্ষম হৈছে তেওঁলোকৰ স্থানত যুদ্ধৰ প্ৰভাৱ সিমান পৰা নাই বুলিও নীলমে কয় ।

সীমান্ত পাৰ হ‌ওতে তিনি-চাৰিঘণ্টা সময়

ইউক্ৰেইনৰ পৰা আহি কালি ঘৰত উপস্থিত হোৱাৰ শ এজন ছাত্ৰ হ’ল নলবাৰীৰ বৰনৰ্দ্দী গাঁৱৰ দ্বীপেন্দ্ৰ নাৰায়ণ শৰ্মা আৰু চিত্ৰা দেৱীৰ পুত্ৰ অংশুমান শৰ্মা । ছাত্ৰজনে কয় যে যুদ্ধ লগাৰ পাছত এজন বন্ধুৱে তেওঁক ফোন কৰি ৰোমানিয়াৰ যোৱাৰ বাবে ১০ মিনিটৰ ভিতৰতে সাজু হ’বলৈ কৈছিল । তাৰ পাছত এখন টেক্সীৰে তেওঁলোকে যাত্ৰা কৰি নিশা প্ৰায় আঢ়ৈ বজাত ইউক্রেইন-ৰোমানিয়া সীমান্তত উপস্থিত হৈছিল । কিন্তু যথেষ্ট ভিৰ আৰু অন্যান্য কাৰণত তিনি-চাৰি ঘণ্টা পাছতহে ৰোমানিয়াত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল ।

অংশুমানে কয়, ‘ৰোমানিয়াত প্ৰৱেশ কৰাৰ পাছত ভাৰত চৰকাৰৰ প্ৰতিনিধিয়ে আমাৰ দায়িত্ব লৈছিল । আমাক খোৱা-লোৱাৰ ব্যৱস্থা কৰা হৈছিল । তাৰ ফলতে আমি ঘৰত উপস্থিত হ’বলৈ সক্ষম হ‌ও । ভাৰতীয় আৰু ২৪৯ গৰাকী ছাত্ৰ-ছাত্ৰী শীঘ্ৰে আমাৰ দেশত উপস্থিত হ’ব । তেওঁলোকে ইতিমধ্যে সীমান্ত পাৰ হৈছে ।’

যুদ্ধৰ অভিজ্ঞতা সন্দৰ্ভত তিনি বছৰ পূৰ্বে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম অধ্যয়ন কৰিবলৈ ইউক্ৰেইনলৈ যোৱা ছাত্ৰজনে জনায় যে ৰাছিয়ান সেনাৰ আক্ৰমণৰ খবৰ আহিলেই সংকেত ধ্বনি বাজি উঠে । লগে লগে তেওঁলোকে ঘৰৰ তলত থকা বাংকাৰলৈ দৌৰ মাৰে । বাংকাৰত খোৱা-বোৱাৰ কোনো ব্যৱস্থা নাই । প্ৰথমতে ইউক্ৰেইনৰ কোনো কোনো স্থানতহে কাৰ্ফিউ আছিল যদিও এতিয়া সকলোতে ঘোষণা কৰা হৈছে ।

লাহৰীঘাট-দেৰগাঁৱৰ ছাত্ৰ আবদ্ধ

ইউক্ৰেইনত আবদ্ধ হৈ থকা এজন ছাত্ৰ হ’ল ছুমি বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি থকা মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভূঞাবাৰী গাঁৱৰ আফজলুৰ ৰহমান । ভিডিঅ’ কলিঙৰ জৰিয়তে ছাত্ৰজনে পিতৃ-মাতৃক অৱগত কৰিছে যে ৰাছিয়ান সেনাৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ তেওঁ বাংকাৰত আশ্ৰয় লৈ আছে ।

ইপিনে, ইউক্ৰেইনৰ পৰা ওলাই ৰোমানিয়াত আশ্ৰয় লৈ আছে দেৰগাঁৱৰ ইন্দ্ৰানী দেৱী হাইস্কুলৰ সমীপৰ বাসিন্দা প্ৰয়াত নিজান তনু বৰপূজাৰী আৰু মিতালী বৰপূজাৰীৰ একমাত্ৰ পুত্ৰ নিশিকেশ কৌশিক । বিগত ২০১৮ত তেওঁ চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে দেশখনলৈ গৈছিল । নিশিকেশে ‘দৈনিক অগ্ৰদূত’ক জনোৱা মতে, ৰোমানিয়াত তেওঁ সুৰক্ষিত অৱস্থাত আছে । ছাত্ৰজনৰ মাতৃয়ে তেওঁৰ পুত্ৰৰ লগতে আন ছাত্ৰ-ছাত্ৰীসকলকো ঘৰলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক আহ্বান জনায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: RussiaUkraineWar
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d