বিগত ২৪ ঘণ্টাত নতুনকৈ ক’ভিড আক্রান্ত হ’ল ১,৫৮১ জন । সোমবাৰে সুস্থ হয় ২,৭৪১ জন । স্বাস্থ্য মন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী মুঠ সক্রিয় ৰোগীৰ সংখ্যা সামান্য হ্ৰাস পাইছে । সম্প্ৰতি সক্ৰিয় ৰোগীৰ সংখ্যা ২৩,৯১৩ ।
ADVERTISEMENT
মুঠ সংক্রমণৰ তুলনাত সক্রিয় ৰোগীৰ হাৰ ০.০৬ শতাংশ । ক’ভিডত সুস্থতাৰ হাৰ ৯৮.৭৪ শতাংশ । যোৱা ২৪ ঘণ্টাত ক’ভিড আক্রান্তৰ সংখ্যা ২,৭৪১ জনলৈ কমিছে । দেশত দৈনিক সংক্রমণৰ হাৰ ০.২৮ শতাংশ । সাপ্তাহিক সংক্রমণৰ হাৰ বর্তমান ০.৩৯ শতাংশ ।
উল্লেখযোগ্যভাৱে মহাৰাষ্ট্রত ২৪ ঘণ্টাত সোমবাৰে নতুনকৈ ক’ভিড সংক্রমণত মৃত্যুৰ কোনো খবৰ পোৱা নাই । নতুনকৈ আক্রান্ত ৯৯ জন ।