IPL : আজিৰ পৰা আৰম্ভ আইপিএল, কোন হ’ব জয়ী !

photo

আজিৰে পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল) !

জনপ্ৰিয় ক্ৰিকেট টুৰ্ণামেণ্ট আৰম্ভ হ’ব চেন্নাই ছুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ যুঁজেৰে ।

সন্ধিয়া সাত বজাৰ পৰা আৰম্ভ হ’ব ক্ৰিকেটৰ মহাৰণ ।

Exit mobile version