প্ৰথম দিনাই সকলো ভাৰতীয় চলচ্চিত্ৰৰ অভিলেখ ভংগ কৰিলে ‘আৰ আৰ আৰ’। ছবিখনে এদিনতে বিশ্বজুৰি ২২৩ কোটি টকাৰ ব্যৱসায় কৰিছে ।
সমগ্ৰ বিশ্বৰ ব্যৱসায়ৰ ক্ষেত্ৰত ২০১৭ চনৰ পৰা ভাৰতীয় চলচ্চিত্ৰত সৰ্বশ্ৰেষ্ঠ স্থান দশল কৰিছে এছ এছ ৰাজামৌলীৰ ‘বাহুবলী ২’ য়ে। ২০২২ চনত, সেই স্থান দখল কৰিলে একেজন পৰিচালকৰ অন্য এখন ছবি,’আৰআৰআৰ’।
#RRR Day 1 biz… Gross BOC…
⭐ #AP: ₹ 75 cr
⭐ #Nizam: ₹ 27.5 cr
⭐ #Karnataka: ₹ 14.5 cr
⭐ #TamilNadu: ₹ 10 cr
⭐ #Kerala: ₹ 4 cr
⭐ #NorthIndia: ₹ 25 cr#India total: ₹ 156 cr⭐ #USA: ₹ 42 cr
⭐ Non-US #Overseas: 25 cr
WORLDWIDE TOTAL: ₹ 223 cr pic.twitter.com/B7oAjPXj40— taran adarsh (@taran_adarsh) March 26, 2022
বলীউড উদ্যোগৰ ছবি ১০ দিনৰ ভিতৰত যি লাভ নহয় সেই লাভ তেলেগু ছবিয়ে এদিনতে কৰিলে । অৱশ্যে, ছবিখন একেলগে পাঁচটা ভাষাত মুক্তি দিয়া হৈছে। তেলেগুৰ বাহিৰেও তামিল, কানাড়া, মালায়ালম, হিন্দীত মুক্তি দিয়া হৈছে।