গ্ৰীষ্ম কালত এই পানীয় খাই দূৰ কৰক ৰোগ

227 articlesbenefits of sugarcane juice for skin hair and health 636628678

★গ্ৰীষ্ম কালত ঘাম বেছি ওলোৱাৰ ফলত শৰীৰত পানীৰ পৰিমাণ কমি যায় ক্লান্তি ভাব আহে। কুঁহিয়াৰৰ ৰস পান কৰিলে কাৰ্বহাইড্ৰেট লাভ কৰাৰ ফলত শক্তি লাভ কৰা হয়।

★ যকৃত বা লিভাৰ ভালে ৰাখিবলৈ কুঁহিয়াৰৰ ৰস অতি প্ৰয়োজনীয়।

★কুঁহিয়াৰৰ ৰসত থাকে হাইড্ৰক্সি এচিড। এইবিধ উপাদানে শালমনৰ সমস্যা দূৰ কৰাৰ লগতে উফি নাইকিয়া কৰে।

★কুঁহিয়াৰৰ ৰসত থকা প্ৰচুৰ পৰিমানৰ এন্টি অক্সিডেন্টে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে।

Exit mobile version