Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দেশৰ পাচঁখন শ্ৰেষ্ঠ ৰাজ্যৰ এখন হ’ব অসম : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অগপৰ কাৰ্যালয়ত অভিনন্দন অনুষ্ঠান

publisher by publisher
May 8, 2022
in Assam, India, News, Politics
Reading Time: 1 min read
0
দেশৰ পাচঁখন শ্ৰেষ্ঠ ৰাজ্যৰ এখন হ’ব অসম : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
1
SHARES
9
VIEWS
ShareShareShareShare

পৌৰ সভা আৰু গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজয়ী হোৱা অসম গণ পৰিষদ দলৰ শতাধিক নিৰ্বাচিত প্ৰতিনিধিক আজি আমবাৰীৰ মুখ্য কাৰ্যালয়ত সম্বৰ্ধনা জনোৱা হয় । এই উদ্দেশ্যে অনুষ্ঠিত হোৱা এক বিশেষ অভিনন্দন অনুষ্ঠানত সভাপতিত্ব কৰে সভাপতি তথা মন্ত্ৰী অতুল বৰাই ।

ADVERTISEMENT

WhatsApp Image 2022 05 08 at 8.19.01 PM

RelatedPosts

Himanta Biswa Sarma:যুদ্ধকালীন পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰৰ চতুৰ্থ বর্ষপূর্তিত নহয় কোনো বিশেষ অনুষ্ঠান

অপাৰেচন সিন্দূৰ সন্দৰ্ভত কেন্দ্ৰত সৰ্বদলীয় বৈঠক, নেতৃত্বত শ্বাহ-ৰাজনাথ !

বৃদ্ধি পাইছে উগ্ৰপন্থীৰ সংখ্যা

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, মিত্ৰজোঁটৰ চৰকাৰখনে বিগত এটা বছৰত নিষ্ঠা আৰু সফলতাৰে অসমৰ ৰাইজৰ হকে সেৱা আগবঢ়াই আহিছে । ৰাজ্যখনৰ জনসাধাৰণৰ যথেষ্ট আশা চৰকাৰখনৰ প্ৰতি আছে । চৰকাৰখন সামূহিক দায়বদ্ধতাৰে জনসাধাৰণৰ কাষত থাকি সেৱা আগবঢ়াবলৈ অংগীকাৰবদ্ধ । চৰকাৰৰ লক্ষ্য দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমৰ স্থান সুনিশ্চিত কৰা । ইয়াৰ বাবে চৰকাৰে সৰ্বতোপ্ৰকাৰে কাম কৰি যোৱাৰ কথা মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে ।

WhatsApp Image 2022 05 08 at 8.19.03 PM 2

অসম গণ পৰিষদ দল সাংগঠনিকভাৱে শক্তিশালী হোৱাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু ইউ পি পি এল ঐক্যবদ্ধভাৱে শক্তিশালী হোৱাটো প্ৰয়োজন । বিগত নিৰ্বাচনৰ ধাৰাবাহিক সফলতাৰ বাবে অসম গণ পৰিষদ দলৰ সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰি সকলোকে চৰকাৰখন শক্তিশালী কৰাত অংশীদাৰ হ’বলৈ আহ্বান জনায় ।

WhatsApp Image 2022 05 08 at 8.19.02 PM

অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰে উন্নয়ন আৰু বিকাশৰ নতুন বাট ৰচনা কৰিছে বুলি মন্তব্য কৰি দলৰ প্ৰতিজন সদস্যকে দলক সেৱাৰ মাধ্যম হিচাপে লৈ ৰাজ্যখনৰ উন্নয়নৰ যাত্ৰাত সেৱক হিচাপে কাম কৰিবলৈ আহ্বান জনায় । বৰাই লগতে মুখ্যমন্ত্ৰী শৰ্মাই দলটোৰ প্ৰতি আগবঢ়োৱা আন্তৰিকতা আৰু সন্মানৰ বাবে ধন্যবাদ জ্ঞাপন কৰি, ৰাজ্যখনৰ উন্নয়ন আৰু প্ৰগতি অসম গণ পৰিষদ দলৰ মূল উদ্দেশ্য বুলি উল্লেখ কৰে ।

WhatsApp Image 2022 05 08 at 8.19.04 PM

দলৰ প্ৰতিগৰাকী নিৰ্বাচিত প্ৰতিনিধিকে ৰাইজৰ সেৱাত নিজকে উৎসৰ্গিত কৰিবলৈ বৰাই মুকলি আহ্বান জনায় । অনুষ্ঠানত দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ পদাৰ্পনে মিত্ৰতাৰ বান্ধোন অধিক শক্তিশালী কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ দৃঢ় আৰু সঠিক পৰিকল্পনাত ৰাজ্যখনে উন্নয়নৰ সোণোৱালী বাটেৰে অগ্ৰসৰ হোৱা বুলি মন্তব্য কৰে । কাৰ্যকৰী সভাপতি মহন্তই প্ৰতিগৰাকী নিৰ্বাচিত প্ৰতিনিধিকে শুভেচ্ছা জ্ঞাপন কৰে ।

WhatsApp Image 2022 05 08 at 8.19.03 PM

সভাত দলটোৰ জ্যেষ্ঠ নেতৃবৰ্গ, বিধায়কসকল, ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল আৰু বহু সংখ্যক দলীয় বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে । অনুষ্ঠানৰ আঁত ধৰে সাধাৰণ সম্পাদক মনোজ শইকীয়াই । এই অনুষ্ঠানত শতাধিক পৌৰসভা আৰু পৌৰ নিগমৰ নিৰ্বাচিত প্ৰতিনিধিক সম্বৰ্ধনা জনোৱা হয় । অভিনন্দন অনুষ্ঠানৰ পূৰ্বে অসম যুৱ পৰিষদৰ উদ্যোগত এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

WhatsApp Image 2022 05 08 at 8.19.02 PM 1

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AgpAtul BoraBJPGuwahati MunicipalHimanta Biswa Sarma
publisher

publisher

Related Posts

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 
India

May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d