Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বড়োভূমিত চৰকাৰ সাল-সলনিৰ ৰাজনীতি

প্ৰমোদ বড়োৱে পাঁচ বছৰ সম্পূৰ্ণ কৰিব নোৱাৰে, ঘোষণা যুৱ বিপিএফৰ

publisher by publisher
May 8, 2022
in Assam, India, News, Politics
Reading Time: 1 min read
0
বড়োভূমিত চৰকাৰ সাল-সলনিৰ ৰাজনীতি
2
SHARES
15
VIEWS
ShareShareShareShare

বড়ো ভূমিত যি সময়ত ইউপিপিএল, বিজেপি আৰু জিএছপিৰ এখন সুস্থিৰ চৰকাৰ চলি আছে তেনে সময়তে এতিয়া বড়োভূমিৰ ৰাজনীতিত এক চৰ্চিত বিষয় হৈ পৰিছে যে সলনি হ’ব নেকি প্ৰমোদ বড়ো চৰকাৰ আৰু পুনৰ ক্ষমতা দখল কৰিব নেকি বিপিএফৰ হাগ্ৰামা মহিলাৰীয়ে । আজি বাগসাৰ শালবাৰীৰ কামাৰদৈছা লক্ষীবজাৰত অনুষ্ঠিত যুৱ বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত তেনে ৰাজনৈতিক বক্তব্যই হৈ পৰিল সবাতোকৈ চৰ্চিত বিষয় ।

ADVERTISEMENT

বিগত বড়ো ভূমিৰ পৰিষদীয় নিৰ্বাচনত বিপিএফ দলে ১৭ খন আসন লাভ কৰি বঞ্চিত হৈছিল চৰকাৰ গঠন কৰাত আৰু প্ৰমোদ বড়োৰ নেতৃত্বত গঠন হৈছিল ইউপিপিএল, বিজেপি আৰু জিএছপিৰ চৰকাৰ । কিন্তু আজি পৰ্যন্ত ক্ষমতা দখলৰ আশা নেৰিলে হাগ্ৰামা মহিলাৰীয়ে । তেনে ক্ষণতে বাগসাৰ কামাৰদৈছা লক্ষীবজাৰত বৰ্তমানৰ বিপিএফ নেতা তথা এনডিএফবিৰ প্ৰাক্তন সভাপতি ধীৰেণ বড়োৱে বিস্ফোৰক মন্তব্য কৰি কয়, ‘শীঘ্ৰেই বড়ো ভূমিত পট পৰিৱৰ্ত্তন হ’ব ।’

RelatedPosts

প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

Hagrama Mohilary:মই আইনৰ মাষ্টাৰ নহয়, আইনে চাব এইবিলাক:হাগ্ৰামা মহিলাৰী

UPPL:বিধানসভা নিৰ্বাচনত অকলেই নিৰ্বাচন খেলাৰ সম্ভাৱনা ইউপিপিএলৰ

বিটিআৰ চুক্তিকাৰীৰ ভিতৰত অন্যতম ধীৰেন বড়োৱে কয় যে ভুৱা এনডিএফবি সৃষ্টি কৰি তিনি বা চাৰে তিনি হেজাৰৰ বিপৰীতে ১২ হেজাৰ দেখুওৱা হৈছে পুনৰ সংস্থাপনৰ নামত ৷ আনকি প্ৰমোদ বড়োৰ নেতৃত্বত সন্তুষ্ট নহয় এনডিএফবি সদস্যসকল ৷ ধীৰেন বড়োৱে কয়, ‘বৰ্তমান বিটিআৰৰ বিজেপি দলৰে এজন পাৰিষদে স্পষ্টভাৱে কৈছে যে বিপিএফে পুনৰ বিটিচি চৰকাৰ দখল কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আছে আৰু যিকোনো সময়ত চৰকাৰ ৰদবদল হ’ব পাৰে ৷ পাৱাৰত আহিবলৈ বিজেপি, জিএছপি বা বিপিএফেই হওক চেষ্টা কৰিবই ৷ জিএছপিৰ নেতা হীৰা শৰণীয়াইও কৈ আছে যে বৰ্তমানো ২৭ খন পাৰিষদ বিপিএফৰ পিনে আছে ৷ বিপিএফে যে চৰকাৰ গঠন কৰিব তেনে ছিগনেল বিজেপিৰ পৰাও আহি আছে ৷ বিজেপি-বিপিএফৰ মাজত পূৰ্বৰ পৰাই ভাল সম্পৰ্ক এটা আছে ৷ মাজতে অলপ মনোমালিন্য হৈছিল যদিও আগৰ সেই সম্পৰ্ক পুনৰ ঘূৰি অহাৰ দিশত ৷ ৰাজনীতিত পাৰ্মানেণ্ট শত্ৰুও নাথাকে মিত্ৰও নাথাকে ৷ চৰকাৰ সলনি হ’বলৈ বেছি সময় নালাগিব পাৰে যিহেতু চেষ্টাতো চলিয়ে আছে ৷ পৰিস্থিতিও সলনি হৈছে ৷ ইউপিপিএল চৰকাৰে ৰাইজৰ বাবে জাতি জনগোষ্ঠীৰ বাবে একো এটাই কৰিব পৰা নাই আৰু সেয়া তেওঁলোকে নিজেই জানে ৷’

এনডিএফবিৰ সংস্থাপন সন্দৰ্ভত বড়োৱে কয়, ‘চুক্তিক লৈ ৰাজনীতি হ’ব নালাগিছিল ৷ বিটিআৰ চুক্তিত যি ধৰণে লিখা আছিল আজি প্ৰমোদ বড়োৱে গাদী দখল কৰি সেয়া পূৰণ কৰিব নোৱাৰিলে ৷ প্ৰমোদ বড়োৱে এনডিএফিৰ কেডাৰ বা নেতৃত্বৰ যি মনোভাব সেয়া বুজি নাপালে বা বুজিবলৈ চেষ্টাই নকৰিলে ৷ সেই কাৰণে আজি অসম বা বিটিচি অঞ্চলত অশান্তিৰ সৃষ্টি হৈয়ে আছে ৷ আজিৰ দিনতো এনডিএফবিসকল শান্তিত থাকিব পৰা নাই ৷ চুক্তি মতে এনডিএফবিৰ কোনো এটা সমস্যাৰে সমাধান নকৰিলে প্ৰমোদ বড়ো চৰকাৰে ৷ আজিলৈ কোন এনডিএফবি সঁচা অৰ্থত সদস্য হয় সেই সিদ্ধান্তও ল’ব পৰা অৱস্থাত নাই ৷ এনডিএফবি মাত্ৰ তিনি হেজাৰমান হ’ব ৷এতিয়া কিন্তু ১২ হেজাৰ এনডিএফবি আহি গ’ল ৷ ক’ৰ পৰা আহিল এইসকল ৷ নিশ্চয় কোনো এটা সংগঠনৰ পৰাই আহিছে বা চিভিল মানুহক সোমাই লৈছে ৷ আজি এনডিএফবিয়ে পাব লগা পইচা এনডিএফবিয়ে পোৱা নাই, আন কোনোৱে সেয়া ভোগ কৰি আছে ৷ মুঠতে ১৭ বছৰ শাসনভাৰ চলাই যোৱা নেতৃত্ব যদি পুনৰ শাসনলৈ আহে তেতিয়া মুখ্যত ৰাইজৰ কাম কৰিব ৷ বিটিচিৰ ৰাইজে আজি প্ৰমোদ বড়োক বিশ্বাসত ল’ব পৰা নাই ৷ প্ৰমোদ বড়ো এজন এবছু নেতা ৷ তেওঁ এবছুৰ বাবেহে কাম কৰিলে, কৰিব ৷ কোনো জাতি বা জনগোষ্ঠীৰ কাম কোনোদিনে নকৰিব ৷ বক্তব্যৰ জৰিয়তে শীঘ্ৰেই বিটিআৰত বৃহৎ ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত দিলে ধীৰেন বড়োৱে ৷’

বিপিএফ সভাপতি হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত শীঘ্ৰেই পট পৰিৱৰ্ত্তন হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ধীৰেন বড়োৱে ৷ বড়োৰ চীফৰ চকী বেছি দিন নাই বুলি মন্তব্য কৰি এগৰাকী বিটিচি চৰকাৰৰ পাৰিষদে মুকলিভাৱে সমৰ্থন দিয়া বুলিও মন্তব্য কৰে ধীৰেন বড়োৱে ৷

আনহাতে, যুৱ বিপিএফৰ কেন্দ্ৰীয় সভাপতি তথা বিপিএফৰ এমএলএ চৰণ বড়োৱে মুকলি ঘোষণা কৰি কয় যে পাঁচ বছৰ সম্পূৰ্ণ কৰিব দিয়া নহ’ব প্ৰমোদ বড়োক ৷ ইতিমধ্যে প্ৰমোদ বড়োৰ সতীৰ্থ কে’বাগৰাকী পাৰিষদে সংগ দিছে হাগ্ৰামা মহিলাৰীক আৰু শীঘ্ৰেই মহিলাৰীয়ে দখল কৰিব নেতৃত্ব । বিটিচি চীফ প্ৰমোদ বড়োৰ লগত যিসকল এমচিএলএ আছে তেওঁলোকো দলটোত থাকি সন্তুষ্ট নহয় ৷ আমি বিটিচি চৰকাৰত নাথাকিব পাৰো কিন্তু এনডিএফিসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সদায় মাত মাতি আহিছো ৷ বিজেপিৰ স’তে এতিয়া সম্পৰ্ক আমাৰ বহুত ভাল ৷ যোৱা ৰাজ্যসভাতো আমি তেওঁলোকক ভোট দিলো ৷ বিজেপিয়ে আমাক সহায় কৰি আহিছে ৷ আমি বিজেপিৰ লগত ভাল বুজাবুজিত আছো ৷ প্ৰমোদ বড়োৱে বিটিচিৰ উন্নয়নৰ ক্ষেত্ৰত স্থবিৰতা আনিছে ৷ তেওঁ সম্পূৰ্ণ বিফল ৷ তেওঁ এগৰাকী মিছলীয়া ব্যক্তি ৷ বিটিচিত হাগ্ৰামা মহিলাৰীৰ দিনত উন্নয়নে যি গতি লৈছিল সেয়া প্ৰমোদ বড়োৰ দিনত বৰ বেয়াকৈ পিছপৰি গ’ল ৷

সভাত উপস্থিত থাকে বিপিএফৰ জ্যেষ্ঠ নেতা তথা তিনিবাৰকৈ ইএমৰ পদ দখল কৰা ডেৰহাচাত বসুমতাৰী, প্ৰাক্তন বিধায়ক থানেশ্বৰ বসুমতাৰী, মনেশ্বৰ ব্ৰহ্ম, হিতেশ বসুমতাৰী, প্ৰাক্তন ইএম বনমালী বড়োকে আদি কৰি কে’বাগৰাকী দলীয় নেতা ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BPFCharan BoroHagrama MohilaryNDFBPramod BoroUPPL
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d