Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নগাঁও জিলাৰ কামপুৰৰ বানাক্ৰান্ত অঞ্চলত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা

publisher by publisher
May 16, 2022
in Assam, India, News
Reading Time: 1 min read
0
নগাঁও জিলাৰ কামপুৰৰ বানাক্ৰান্ত অঞ্চলত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা
2
SHARES
17
VIEWS
ShareShareShareShare

অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অধীনৰ কপিলী নদীৰ বানত আক্ৰান্ত অঞ্চলসমূহ পৰিভ্ৰমণ কৰি বান ৰোধ কৰিবলৈ গ্ৰহণ কৰি থকা বিভাগীয় কামৰ প্ৰত্যক্ষ বুজ লোৱাৰ লগতে বানাক্ৰান্তসকলৰো খবৰ লয় । মন্ত্ৰীগৰাকীয়ে আজি পুৱাৰ ভাগতে কামপুৰ ৰাজহ চক্ৰৰ অধীনৰ ধলধলীয়া পঞ্চায়তৰ অধীনত বানত আক্ৰান্ত অঞ্চলসমূহত উপস্থিত হৈ বানৰ বুজ লয় ।

ADVERTISEMENT

শেহতীয়াকৈ ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত প্ৰবল বৰষুণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ নামনি অঞ্চলত, বিশেষকৈ কপিলী নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈ ইয়াৰ কাষৰীয়া একাংশ অঞ্চল প্লাৱিত কৰি বানৰ সৃষ্টি কৰিছে । ধলধলীয়া গাঁও পঞ্চায়তৰ অধীনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে নিৰ্মাণ কৰা বান্ধ চিঙি কাষৰীয়া অঞ্চলত বানৰ সৃষ্টি কৰাত জলসম্পদ মন্ত্ৰীগৰাকীৰ নিৰ্দেশত জিলা জলসম্পদ বিভাগৰ বিষয়া, অভিযন্তাসকলে বিগত তিনি দিন ধৰি যুদ্ধকালীন তৎপৰতাৰে বান্ধ সুৰক্ষাৰ কামত ব্ৰতী হৈ আছে । বিভাগীয় বিষয়াসকলৰ পৰা অহৰহ পৰিস্থিতিৰ বুজ লৈ থকা মন্ত্ৰীগৰাকীয়ে আজি বিধায়কদ্বয় জিতু গোস্বামী আৰু শশীকান্ত দাসক লগত লৈ অঞ্চলটোত উপস্থিত হয় আৰু বান্ধ সুৰক্ষাৰ বাবে বিভাগে গ্ৰহণ কৰি থকা ব্যৱস্থাৱলীৰ প্ৰত্যক্ষ বুজ লয় ।

RelatedPosts

ডিব্ৰুগড়ৰ খনিকৰ পথাৰত অনুষ্ঠিত হ’ব লগীয়া আধাৰশিলা অনুষ্ঠানৰ বুজ ল’লে মন্ত্রী পিযুষ হাজৰিকাই

বানপীড়িত নেপালত ৫১ জন লোকৰ মৃত্যু!

North Bengal Flood Situation:উত্তৰ বংগৰ দুৰ্যোগত বিপৰ্যস্ত বন্যপ্ৰাণী,গড়ৰ মৃতদেহো ভাহিছে

মন্ত্ৰীগৰাকীয়ে উপস্থিত সাংবাদিকৰ আগত প্ৰকাশ কৰে যে যদিও খহনীয়া হৈ থকা বান্ধকেইটাৰ নিৰ্মাণ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনতহে হৈছিল, জলসম্পদ বিভাগৰ কোনোধৰণৰ বান্ধ নাছিল, তথাপিও তেঁও ইতিমধ্যেই জলসম্পদ বিভাগক সষ্টম কৰি বান্ধ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিছিল আৰু এই নিৰ্দেশৰ ফলতেই বিগত তিনিদিন ধৰি বিভাগীয় বিষয়া অভিযন্তাই দিনে নিশাই অঞ্চলটোত বান প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰি আছে ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে নিৰ্মাণ কৰা বান্ধ আৰু জলসম্পদ বিভাগৰ মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত প্ৰাৰ্থক্য থকা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰপৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক বান্ধ নিৰ্মাণৰ সময়ত বান্ধৰ নিৰ্ধাৰিত নীতি প্ৰস্তুতৰ ক্ষেত্ৰত জলসম্পদ বিভাগৰ সৈতে একেলগে কাম কৰিবলৈ তেঁও আহ্বান জনাব । জলসম্পদ বিভাগৰ মথাউৰিসমূহ তুলনামূলকভাৱে ডাঙৰ তথা নিৰ্মাণ কৰোতে প্ৰতি মিটাৰৰ মূৰত ৰোলাৰ চলোৱাটো নিশ্চিত কৰা হয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সন্মানীয় মন্ত্ৰী আৰু বিষয়াসকলকো তেঁও আহ্বান জনায়, “আমি সকলোৱে একেলগে মথাউৰি বনাম যাতে বান্ধৰ কাম ভাল হয় আৰু বান্ধ ভাঙি এনেদৰে বানৰ সমস্যাত কোনো পৰিব লগা নহয় ।” এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়েও মন্ত্ৰীগৰাকীক নিৰ্দেশ প্ৰদান কৰা বুলি তেঁও উল্লেখ কৰে |

আনহাতে, প্ৰকৃতিৰ স’তে যুঁজা ইমান সহজ নহয় বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বিগত বৰ্ষৰ বানত জলসম্পদ বিভাগৰ এটা মথাউৰিহে ভাঙিছিল যদিও চলিত বৰ্ষত এই পৰ্যন্ত জলসম্পদ বিভাগৰ এটাও মথাউৰি ভঙা নাই আৰু মথাউৰিসমূহ ৰক্ষা কৰাৰ ক্ষেত্ৰত বিভাগীয়ভাৱে পাৰ্যমানে প্ৰয়াস কৰি যোৱা হ’ব । বিগত বৰ্ষত অসমৰ দুখনকৈ বানপানীত ক্ষতিগ্ৰস্ত হোৱা জিলা ক্ৰমে ধেমাজি আৰু মৰিগাঁৱত বান নিয়ন্ত্ৰণৰ বাবে প্ৰধানত প্ৰয়াস কৰা হৈছিল বুলি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই বছৰ জিলাদুখনত এতিয়ালৈকে বানপানী নিয়ন্ত্ৰণাধীন হৈ আছে ।

আনহাতে, বাৰিষাৰ সময়ত জলসম্পদ বিভাগৰে হওক অথবা আন বিভাগে নিৰ্মাণ কৰাই হওক, প্ৰয়োজনত সকলো মথাউৰিৰ সুৰক্ষাৰ বাবে জলসম্পদ বিভাগ তৎপৰ হৈ আছে বুলিও মন্ত্ৰী পীযুষ হাজৰীকাই উল্লেখ কৰে । আজিৰ পৰিদৰ্শন কালত এগৰাকী সাংবাদিকে বাৰিষা মথাউৰি নিৰ্মাণ বন্ধ থকাক লৈ মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰী পুঁজিৰ সদব্যৱহাৰ হোৱা নাই নেকি বুলি প্ৰশ্ন কৰাত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে তেঁও জলসম্পদ বিভাগৰ দায়িত্ব লোৱাৰে পৰা প্ৰতিটো ক্ষেত্ৰতে নিৰীক্ষণ কৰি আছে আৰু বাৰিষাৰ সময়ত ৰাজহুৱা পুঁজি অপব্যৱহাৰ নহ’বৰ বাবেহে স্থায়ী কামসমূহ স্থগিত ৰাখি আপাতকালীন সুৰক্ষাৰ কামত মনোনিৱেশ কৰা হৈছে ।

ইপিনে, আজিৰ পৰিদৰ্শন কালতে নগাঁও জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে বানত আক্ৰান্তসকলক ততকালীনভাৱে উপযুক্ত সাহাৰ্যৰ ব্যৱস্থা কৰিবলৈ জিলা উপায়ুক্তগৰাকীক নিৰ্দেশ দিয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: FloodPijush Hazarika
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d