মিনি দিছপুৰত পৰিণত সাংস্কৃতিক চহৰ তেজপুৰ

◼️ তেজপুৰত কনভেনচন চেণ্টাৰ মুকলি ।

◼️ কনভেনচন চেণ্টাৰ মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

◼️ ইয়াৰ পাছতেই অনুষ্ঠিত কেবিনেট বৈঠক ।

◼️ কেবিনেটত কে’বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

◼️ ১১ আৰু ১৩ জুনত উপায়ুক্ত সন্মিলন ।

◼️ জুলাইত অনুষ্ঠিত হ’ব পৰৱৰ্তী বৈঠক ।

◼️ তেজপুৰ কাৰাগাৰ চাৰিদুৱাৰলৈ স্থানান্তৰ কৰা হ’ব ।

◼️ কাৰাগাৰৰ ঠাইত নিৰ্মাণ কৰা হ’ব সাংস্কৃতিক প্ৰকল্প ।

◼️ ৰাজ্যত নিৰ্মাণ হ’ব পাঁচ হেজাৰ কোটি টকাৰ বৃহৎ সৌৰ শক্তি প্ৰকল্প ।

◼️ এহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হ’ব ।

◼️ গৰুখুটিৰ কৃষি প্ৰকল্প পৰিচালনা কৰিব স্থায়ী সমিতিয়ে ।

◼️ এজন এচিএছ বিষয়াৰ দ্বাৰা পৰিচালনা কৰা হ’ব গৰুখুটিৰ কৃষি প্ৰকল্প

◼️ বটদ্ৰৱাৰ দ্বিতীয় প্ৰকল্পৰ বাবে ১০৮ কোটি টকাৰ অনুমোদন ।

◼️ মৰাভৰলীৰ খননৰ বাবে ১৫ কোটি টকা অনুমোদন ।

◼️ গ্ৰাম্য উন্নয়ন আঁচনিৰ বাবে ৩৫০ কোটি টকা অনুমোদন ।

◼️ ঘূণাসুতিৰ ওপৰত দলং নিৰ্মাণ ।

Exit mobile version