ধাৰাষাৰ বৰষুণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক অনাকাংক্ষিত পৰিস্থিতিৰ পৰা ৰক্ষা পৰিবৰ বাবে কাকো অপ্ৰয়োজনত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবৰ বাবে আহ্বান কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ।
ADVERTISEMENT
ভূমিস্খলনপ্ৰৱণ এলেকাৰ পৰা নিৰাপদ স্থানত অৱস্থান কৰিবৰ বাবে আহ্বান প্ৰশাসনৰ ।
যিকোনো জৰুৰী অৱস্থাৰ বাবে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াক 95082-09686 অথবা দিছপুৰ ৰাজহ চক্ৰ বিষয়াক 83760-29984 নম্বৰত অথবা প্ৰশাসনৰ টোল ফ্ৰী নং 1099/93654-29314 নম্বৰত যোগাযোগ কৰক । প্ৰশাসনে সকলো সময়তে সহায় কৰিবলৈ প্ৰস্তুত ।