উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উজলিল নলবাৰীৰ অসম ভেলী একাডেমিৰ প্ৰিয়ংকা বৈশ্য । কলা শাখাত চতুৰ্থ স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে প্ৰিয়ংকা ।

WhatsApp Image 2022 06 27 at 12.19.45 PM
Exit mobile version