২০২২ৰ উচ্চতৰ মাধ্যমিকত কলা শাখাত ৮৩.৪৮ শতাংশ, বাণিজ্য শাখাত ৮৭.২৭ শতাংশ আৰু বিজ্ঞান শাখাত ৯২.১৯ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ।
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উজলিল নলবাৰীৰ বিদিশা মিশ্ৰ । শংকৰদেৱ একাডেমিৰ বিদিশাই কলা শাখাত দ্বিতীয় স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
News Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ May 12, 2025
News Buddha purnima:আজি বৌদ্ধ পূৰ্ণিমা, মহানগৰীৰ আদিংগিৰিৰ বৌদ্ধ বিহাৰ ট্ৰাষ্টত বিশেষ আয়োজন May 12, 2025
India ‘অপাৰেচন সিন্দূৰ’ৰ পাছত প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! May 12, 2025