COVID-19 : ক’ভিড আপডেট

20201212205L

Coদেশৰ দৈনিক কৰ’না লেখচিত্রত সামান্য স্বস্তি । শনিবাৰৰ তুলনাত দেওবাৰে প্রায় এহেজাৰ হ্ৰাস পালে সংক্রমণ । যদিও আগৰ দিনতকৈ দৈনিক মৃত্যুৰ সংখ্যা সামান্য বাঢ়িছে ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ সংক্রমিত হৈছে ১৬ হেজাৰ ১০৩ জন । শনিবাৰ এই সংখ্যা আছিল ১৭ হেজাৰ ৯২ । এদিনত ক’ভিডত মৃত্যু হৈছে ৩১ জনৰ । শনিবাৰে এই সংখ্যা আছিল ২৯ । দেশত কৰ’নাত মুঠ মৃতৰ সংখ্যা পাঁচ লাখ ২৫ হেজাৰ ১৯৯ ।

কৰ’নাক পৰাস্ত কৰি এদিনত সুস্থ হৈছে ১৩ হেজাৰ ৯২৯ জন । সম্প্ৰতি দেশত ক’ভিডত সক্রিয় ৰোগীৰ সংখ্যা এক লাখ ১১ হেজাৰ ৭১১ । দৈনিক সুস্থতাৰ হাৰ ৪.২৭ শতাংশ । দেশত সুস্থতাৰ হাৰ ৯৮.৫৪ শতাংশ ।

দেশৰ বিভিন্ন ৰাজ্যত ঊর্ধ্বমুখী ক’ভিড সংক্রমণ । তামিলনাডুত দৈনিক আক্রান্তৰ সংখ্যা ২,৫৩৩ । দিল্লীত শনিবাৰে কৰ’না আক্রান্তৰ সংখ্যা ৬৭৮ । গুজৰাটত সংক্রমিত হৈছে ৫৮০ জন

Exit mobile version