Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

    CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

    Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

    Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

    West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

কন্যাই সম্পদ ! পুত্ৰতকৈ কন্যা শিশু তুলি লোৱাৰ প্রৱণতা বৃদ্ধি দেশত, পৰিসংখ্যাত প্ৰকাশ

publisher by publisher
July 17, 2022
in India, News
Reading Time: 1 min read
0
কন্যাই সম্পদ ! পুত্ৰতকৈ কন্যা শিশু তুলি লোৱাৰ প্রৱণতা বৃদ্ধি দেশত, পৰিসংখ্যাত প্ৰকাশ
4
SHARES
38
VIEWS
ShareShareShareShare

সমাজত পৰিৱৰ্তন হৈছে নেকি ? কন্যাভ্রুণ হত্যাৰ কদর্য অভ্যাস এৰি শিশুকন্যাক তুলি (Adoption) লোৱাৰ প্রৱণতা বৃদ্ধি পাইছে নেকি দেশত ? এতিয়াই স্পষ্টভাৱে ক’ব নোৱাৰিলেও সাম্প্রতিক পৰিসংখ্যাই কিন্তু আশা জগাইছে । বিগত বিত্তবর্ষ, অর্থাৎ ২০২১ৰ এপ্রিলৰ পৰা ২০২২ৰ মার্চ পর্যন্ত সময়কালত সমগ্ৰ দেশত তুলি লোৱা হৈছে দুহেজাৰ ৯৯১টি শিশু । তাৰ ভিতৰত অধিকাংশই শিশুকন্যা । যাৰ সংখ্যা এহেজাৰ ৯৬৮। অর্থাৎ সিংহভাগই ছোৱালী । যি শুনিলে আশা জাগে । অৱশ্যে দিন সলনি হৈছে নেকি ?

ADVERTISEMENT

কেৱল আগৰ বছৰতেই নহয় । তুলনীয়া সংক্রান্ত কেন্দ্রীয় সংস্থা ‘চেন্ট্রেল এডপ্টেছন ৰিছ’ৰ্ছ অথ’ৰিটি’ৰ ৱেবছাইটত ২০১৩-১৪ৰ পৰা যি পৰিসংখ্যা আছে, সেয়া দেখিলে আচৰিত হ’বলগীয়া হয় । প্রতি বছৰেই শিশুপুত্রতকৈ শিশুকন্যাৰ তুলি লোৱাৰ সংখ্যা অধিক ।

RelatedPosts

India’s Male Child Preference : কন্যা নহয়, পুত্র সন্তান জন্ম দিবলৈ আগ্রহী ৮০ শতাংশ ভাৰতীয় !

অৱশ্যে এই পৰিসংখ্যাত উৎফুল্লিত হোৱাৰ লগতে এটা শংকাৰো সৃষ্টি হয় । ইপিনে যেনেদৰে শিশুকন্যা তুলি লোৱাৰ সংখ্যা শিশুপুত্রতকৈ অধিক হৈছে, তেনেদৰেই পৰিত্যক্তসকলৰ ভিতৰত শিশুকন্যাৰ সংখ্যাই সৰ্বাধিক । তৎস্বত্ত্বেও শিশুকন্যা তুলি লোৱাৰ সংখ্যা যে বাঢ়িছে, সম্প্ৰতি তাতেই স্বস্তি সংশ্লিষ্ট মহলৰ ।

এক সর্বভাৰতীয় সংবাদমাধ্যমৰ দাবী, বিশেষ সূত্রৰ পৰা তেওঁলোকে জানিব পাৰিছে যে তুলি ল’বলৈ ইচ্ছুক দম্পতিসকলে যি ফর্ম পূৰণ কৰিবলগীয়া হয়, তাত ল’ৰা নে ছোৱালী তেওঁলোকে কি বিচাৰে তাত জনাবলগীয়া হয় । সেই ফর্ম পৰ্যবেক্ষণ কৰা হৈছে, ল’ৰাৰ তুলনাত ছোৱালী সন্তানৰ চাহিদা অধিক তেনে নহয় । অথবা ইয়াৰ উলোটাটোও নহয় । অর্থাৎ পৃথককৈ ‘ল’ৰাই বিচাৰে’ এই মানসিকতাত পৰিৱৰ্তন আহিছে ।

যদিও এনে পৰিস্থিতিতো অন্য এটা ছবি প্ৰকাশ্যত আহিছে । দেখা গৈছে, প্রতি বছৰেই তুলি লোৱা শিশুৰ সংখ্যা কম-বেছি পৰিমাণে একেই । অর্থাৎ তুলনীয়া শিশুৰ সংখ্যা বাঢ়িলেও তুলি লোৱা সংখ্যা বঢ়া নাই । অৱশ্যে এই ক্ষেত্ৰত আইনী জটিলতা আৰু নানা বিষয় আছে। সম্প্ৰতি আশা, আগন্তুক দিনত এই সংখ্যা নিশ্চয় বাঢ়িব । পৰিত্যক্ত শিশুসকলে আৰু বেছিকৈ অভিভাৱকৰ স্নেহ পাব । শিশুকন্যা তুলি লোৱাৰ পৰিমাণ বৃদ্ধিৰ লগতে শিশু তুলি লোৱাৰ সংখ্যাও বাঢ়ক, এই ক্ষেত্ৰতেই সম্প্ৰতি লক্ষ্য সংশ্লিষ্ট মহলৰ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Child AdoptionGirl Child
publisher

publisher

Related Posts

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

April 29, 2026
Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী
News

Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

April 29, 2026
CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল
News

CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

April 29, 2026
Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ
News

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

April 29, 2026
Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা
News

Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

April 29, 2026
West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত
News

West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d