Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Sri Lanka Cricket Team in Guwahati:প্ৰথমবাৰলৈ গুৱাহাটীত বিশ্বকাপ ক্ৰিকেটৰ প্ৰস্তুতি মেচ

    Assam is burdened with Debt of 24.4 Percent of the State’s GDP:ৰাজ্যৰ জিডিপিৰ ২৪.৪ শতাংশ ধাৰৰ বোজাত ককবকাইছে অসমে

    Afghanistan’s Currency at the top of World Economy:বিশ্ব অর্থনীতিৰ শীৰ্ষত আফগানিস্তানৰ মুদ্ৰা

    ‘Disease X’ Looms As A Potential Global Threat:কৰ’নাতকৈ সাত গুণ বেছি প্রাণঘাতী ‘ডিজিজ এক্স’!

    Delhi Robbery:দিল্লীত চাঞ্চল্যকৰ চুৰিকাণ্ড: শ্ব’ৰূমৰ দেৱাল কাটি ২৫ কোটি টকাৰ অলংকাৰ লুট

    Air India Flight Attendants to be Replaced:সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পৰিধান!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Dadasaheb Phalke Lifetime Achievement Award to Waheeda Rehman:প্ৰথিতযশা বলিউড অভিনেত্ৰী-নৃত্যশিল্পী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা

    69th National Film Awards Announced:৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

    Chirang Sidli  koch-Rajbonshi Video Song :চিৰাঙৰ চিদলীত কোচ-ৰাজবংশী ভিডিঅ গীতৰ শুভমুক্তি

    Sri Raghupati:ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ !

    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel

    Sneezing Unceremoniously:অনর্গলভাৱে হাঁচি মাৰিছে !

    Car Can Also Lead To Disease:মৰমৰ গাড়ীখনেও ৰোগ মাতি আনিব পাৰে

    Lipstick Usage: লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা

    Mangaldoi Food Poisoning :মঙ্গলদৈত খাদ্যত বিষক্ৰিয়া

    Mangaldoi  Bajrang Dal  Leader Arrested :মঙলদৈত অস্ত্ৰ প্ৰশিক্ষণৰ কৰ্মশালা অনুষ্ঠিত কৰা বজৰংৰ দুই নেতাক আটক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

মহানগৰৰ মাধৱদেৱ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত সফল মঞ্চায়ন ‘জোঙালবলহু’

publisher by publisher
August 11, 2022
in Assam, Entertainment, India, News
Reading Time: 1 min read
0
মহানগৰৰ মাধৱদেৱ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত সফল মঞ্চায়ন ‘জোঙালবলহু’
2
SHARES
20
VIEWS
ShareShareShareShare

মহানগৰত কৰ্মৰত হৈ থকা এচাম নাট্যপ্ৰেমী সাংবাদিকৰ সু-প্ৰচেষ্টাত তথা গুৱাহাটী প্ৰেছ ক্লাৱ আৰু জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ গুৱাহাটী মহানগৰ কমিটিৰ সহযোগত কলং নাট্য গোষ্ঠীয়ে বুধবাৰে পান্জাবাৰীৰ মাধৱদেৱ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত সন্ধিয়া সাত বজাত মঞ্চস্হ কৰে অসম বুৰঞ্জী প্ৰসিদ্ধ ‘জোঙালবলহু’ নাটখনি ৷

ADVERTISEMENT

উদীয়মান নাট্যকাৰ মুনমী বৰদলৈ ৰছিত আৰু অসীম কুমাৰ নাথৰ পৰিচালনা আৰু সাংবাদিক-নাট্যকৰ্মী কনক শইকীয়া সামগ্ৰিক পৰিকল্পনাত মঞ্চ সফল নাট খনি শুভ উদ্বোধন কৰে জনপ্ৰিয় সংগীত শিল্পী তথা জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে৷অনুষ্ঠানত তিৱা সাহিত্য সভাৰ সভাপতি -সম্পাদক,তিৱা জনগোষ্ঠীয় গৱেষক-সাহিত্যিক ড:বিদ্যুৎ বিকাশ সেনাপতি,জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ কাৰ্য্যকৰী সভানেত্ৰী চেমিম চুলতানা আহমেদ, জুৱাৰ মহানগৰ কমিটিৰ সভাপতি পলাশ ৰন্জন দাস,গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক সন্জয় ৰায় উপস্থিত থাকে৷

RelatedPosts

Appointment Letter Distribution : কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিল ৬৫৫ গৰাকীক নিযুক্তি পত্ৰ

সাধনীৰ জীৱনক লৈ আধাৰিত নাট মঞ্চায়ন

সন্ধিয়া ৫:৩০ বজাত দেশবাসীক উদ্দেশ্যি ৰাষ্ট্ৰপতিৰ ভাষণ

IMG 20220810 WA0106‘জোঙালবলহু’ৰ বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰে অমৰেন্দ্ৰ ডেকা, নাৰায়ণ শইকীয়া,আইচেংফা কোঁৱৰ,মানসজ্যোতি বৰুৱা, ৰিতুমণি বৰা,সৌমিত মজুমদাৰ,ত্ৰিদিপ লহকৰ,হিমাংশু দেউৰী,যুক্তা বৰা,দেৱপ্ৰতিম বৰা,ভোকেশ ৰাভা অংকিত ভূঞা,পল্লৱ দ্বীজেন,অভিলাশ বৰবৰা,পংকজ মেধি,ওখৰাং বসুমতাৰী,শৰৎ শৰ্মা,মীনাক্ষী ফুকন,দীপ হাজৰিকা সোনোৱাল,এন্জেলা চাংমাই আৰু শিশুশিল্পী অনুলদ্যুতি৷তিৱা স্বায়ত্ত্বশাসিত পৰিষদে ব্যৱস্থাপনা কৰা ‘জোঙালবলহু’ৰ নেপথ্য সংগীত পৰিচালক ড:বিদ্যুৎ বিকাশ সেনাপতি,সংগীত সহযোগী প্ৰভাত বণিয়া, ৰহিন বাংঠাই,তপন বৰদলৈ,হৰিচৰণ পাটৰ,বুদ্ধেশ্বৰ বড়ো,দুলেন চন্দ্ৰ দেউৰী,জনাৰ্দন পাটৰ,ৰূপসজ্জা তীব্ৰজ্যোতি বৈৰাগী,পোহৰ তপন বৰুৱা,সাজসজ্জা লালসিং মাডাৰ,মঞ্চসজ্জা পংকজ বৰা৷

উল্লেখ্য যে অসমৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায় হ’ল তিৱা বীৰ জোঙালবলহু ৰজা৷নগাঁও জিলাৰ ৰহাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত সুপৰিকল্পিতভাৱে নিৰ্মিত জোঙালবলহু গড়ে বিচক্ষণ প্ৰজাহিতকৰ ৰজাজনৰ স্মৃতি বহন কৰি ৰাখিছে। ৷ জোঙালবলহুৰ বিষয়ে কাষৰীয়া অঞ্চলৰ লোকসকলৰ মাজত প্ৰচলিত অনেক কথা- কাহিনীক সংগ্ৰহ কৰি ৰুদ্ৰ ডেকাই ৰছনা কৰা জোঙালবলহু গীতৰ কথাই নাটক খনৰ মুল কথা৷প্ৰাচী বিনিময় প্ৰথাৰ ঐতিহ্য বহন কৰি অহা তিৱা জনগোষ্ঠীৰ গোভা ৰজাৰ দিনৰ পৰা প্ৰচলিত জোনবিল মেলাৰ লগতে বহুকেইটা উৎসৱ তথা কৃষ্টি- সংস্কৃতিকো নাটখনিত উপস্থাপন কৰা হৈছে ৷

নাটখনিত বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰা নাট্যকৰ্মী সকল গুৱাহাটী মহানগৰত কৰ্মৰত হৈ থকা সাংবাদিক৷ প্ৰতিগৰাকীয়ে নিজ নিজ চৰিত্ৰসমুহ সুন্দৰভাৱে অভিনয় কৰি নাট্যপ্ৰমী দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয় ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: DramaSrimanta Sankardev Kalakshetra
publisher

publisher

Related Posts

Cattle Thief Arrested In Rangalu:চুইফ্ট ডিজায়াৰত অহা গৰু চোৰক ৰাইজৰ পহু খেদা
Assam

September 27, 2023
Dhubri Police Station Fire:সদৰ থানাত অগ্নিকাণ্ড

Jalukbari Police :ৰেডিছন ব্লুত বিহুক বিকৃতকৰণ

Ulfa (I) Cadre Surrenders:মুল সূতিলৈ উভতিল আলফা (স্বাঃ)ৰ দুধৰ্ষ কেডাৰৰ

Cbi Team In Manipur:অশান্ত জৰ্জড়িত মণিপুৰত উপস্থিত চি বি আইৰ  দল
India

Cbi Team In Manipur:অশান্ত জৰ্জড়িত মণিপুৰত উপস্থিত চি বি আইৰ  দল

September 27, 2023
Sri Lanka Cricket Team in Guwahati:প্ৰথমবাৰলৈ গুৱাহাটীত বিশ্বকাপ ক্ৰিকেটৰ প্ৰস্তুতি মেচ
Assam

Sri Lanka Cricket Team in Guwahati:প্ৰথমবাৰলৈ গুৱাহাটীত বিশ্বকাপ ক্ৰিকেটৰ প্ৰস্তুতি মেচ

September 27, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: