Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

NAGAON:নগাঁৱত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোণপখিলী মঞ্চস্থ

সূত্ৰধাৰৰ শিশু শিল্পী সকলৰ সাৱলীল অভিনয়ত মন্ত্ৰমুগ্ধ নাট্যপ্ৰেমী

publisher by publisher
April 3, 2026
in News
Reading Time: 1 min read
0
NAGAON:নগাঁৱত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোণপখিলী মঞ্চস্থ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

Heroin Seize in Juria:নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালত হে’ৰইন সহ দুই সৰবৰাহকাৰী

NAGAON:নগাঁৱৰ বৰজহাৰ সমাজকৰ্মী প্ৰবীন মজুমদাৰৰ দেহাৱসান

NAGAON:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সোণপখিলী শিশু-নাটিকাখনি অসম্পূৰ্ণ অৱস্থাতে এৰিছিল৷ পাছলৈ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাই সেইখন সম্পূৰ্ণ কৰে৷ এই শিশু-নাটিকাখনি নগাঁৱৰ এডু-আৰ্ট ফাউণ্ডেচ্‌নৰ ভগ্নী প্ৰতিষ্ঠান সূত্ৰধাৰে যোৱা নিশা নগাঁৱৰ কলংপাৰস্থিত স্থায়ী মঞ্চত মঞ্চস্থ কৰে৷ এই শিশু-নাটিকাখনিৰ বিষয়বস্তু আৰু কাব্যিক গাঁথনি অতি আকৰ্ষণীয় ৷ সোণপখিলীক বিচাৰি কবিতাকুমাৰ, চিন্তাকুমাৰ, মনীষাকুমাৰ, কল্পিতা আৰু ছন্দিতাৰ যি যাত্ৰা আৰু সেই যাত্ৰাত তেওঁলোকৰ বিভিন্ন অভিজ্ঞতাৰ কাহিনীয়েই এই সোণপখিলীৰ মূল বিষয় ৷

ADVERTISEMENT

WhatsApp Image 2026 04 03 at 4.27.49 PMকেনেদৰে তেওঁলোকে বাওনাৰ দেশ পাৰ হৈ গৈ ৰাক্ষসৰ দেশত সোমায় আৰু অৱশেষত নিদ্ৰাদেৱীৰ সহায়ত সকলো বাধা-বিঘিনি পাৰ কৰি সোণপখিলীৰ সোনৰ কাৰেংত উপস্থিত হয়, সেইয়া এই নাটিকাৰ কাহিনীৰ অতি আকৰ্ষণীয় দিশ৷ সোণপখিলী ৰূপকোঁৱৰৰ সৃষ্টিৰ জ্ঞান, ধ্যান, শান্তি, সম্প্ৰীতি, মৰম আৰু ভালপোৱাৰ প্ৰতীক৷ জ্যোতিপ্ৰসাদ আগৰৱালাই নাটিকাখনি সম্পূৰ্ণকৈ লিখা নাছিল৷ তথ্য অনুসৰি, সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাই এই নাটিকাখনিক সম্পূৰ্ণ ৰূপ দিছিল৷ সেইকাৰণে সম্পূৰ্ণ সংস্কৰণটো বিচাৰি উলিয়াই সংৰক্ষণৰ উদ্দেশ্যেৰে সূত্ৰধাৰৰ দ্বাৰা নাটিকাখনি পুনৰ মুদ্ৰন কৰাৰ প্ৰচেষ্টা কৰা হয়৷ উক্তদিনা মঞ্চ উদ্বোধন কৰাৰ লগতে সংৰক্ষণৰ উদ্দেশ্যেৰে পুনৰ মুদ্ৰন কৰা সোণপখিলীৰ সম্পূৰ্ণ সংস্কৰণটো ৰাইজৰ সুবিধাৰ্থে মুকলি কৰি দি বিশিষ্ট নাট্যকাৰ, পৰিচালক দীপক বৰাই এইয়া অসমৰ নাট্যক্ষেত্ৰৰ বাবে আশাপ্ৰদ পদক্ষেপ বুলি উল্লেখ কৰে৷ প্ৰায় এক ঘণ্টাৰ নাট্যপ্ৰদৰ্শনত সূত্ৰধাৰৰ শিশু শিল্পীসকলৰ অভিনয়, নৃত্য, গীত আৰু অঙ্গ সঞ্চালনে উপস্থিত প্ৰায় তিনিশতাধিক দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে ৷

WhatsApp Image 2026 04 03 at 4.27.47 PMপ্ৰতিকূল বতৰকো নেওঁচি দৰ্শকৰ উপস্থিতিয়ে নাট্যসন্ধিয়াটিক অধিক সজীৱ কৰি তোলে৷ উল্লেখযোগ্য যে এই নাটিকাখনত থকা প্ৰতিটো গীতত সুৰ-সংযোজন কৰাৰ লগতে বাণীবন্ধন কৰি সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ ফেণ্টাছী সমৃদ্ধ নাটিকাখনিৰ সংগীত পৰিচালনা আৰু গীতৰ সুৰ কৰে উদীয়মান শিল্পী আচাৰ্দ মাছুদ ৰহমানে৷ উদীয়মান শিল্পী প্ৰাচুৰ্য মহন্তৰ দ্বাৰা পৰিকল্পিত অপূৰ্ব দৃশ্যসজ্জা আৰু মূচ্চৰ্না মহন্ত হাজৰিকাৰ মনোমোহা পোহৰ সংযোজন আছিল নাট্যসন্ধিয়াটিৰ অন্যতম আকৰ্ষণ৷ সুদক্ষ পৰিচালনাৰে গৌৰৱ কুমাৰ হাজৰিকাই নিজৰ নিপুণতাৰ পৰিচয় দাঙি ধৰে৷ মূলতঃ নৃত্যশিল্পী ৰূপে পৰিচিত যদিও তেওঁ বৰ্তমানলৈকে কেইবাখনো শিশু নাট পৰিচালনা কৰিছে ৷

এই নাট্যসন্ধিয়াটিত দৰ্শকৰূপে উপস্থিত থাকে নগাঁৱৰ বিশিষ্ট শিল্পী তাৰিণী মোহন শৰ্মাকে প্ৰমুখ্য কৰি ধনঞ্জয় তালুকদাৰ, মনোজ বৰদলৈ, পবিত্ৰ কলিতা, ধৰ্মেশ্বৰ গোস্বামী, ৰাজেন ফুকনৰ দৰে নগাঁৱৰ বহুকেইজন নাট্যকৰ্মী৷ অনুষ্ঠানৰ শেষত সমূহ শিল্পীক মানপত্ৰ প্ৰদান কৰাৰ লগতে সূত্ৰধাৰৰ নাট্য শাখাৰ এবছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ প্ৰদান কৰে দীপক বৰাই ৷

এই নাটিকাখনত অংশগ্ৰহণকাৰী শিল্পী আৰু কলা-কুশলীসকল হ’ল দেৱাক্ষী, দেবাঙ্গনা, ঋদ্ধি, বেদাঙ্গনা, বিশ্ৰুতি, গৌৰাংগী, মনিতজ্যোতি, বনশিকা, হৰ্ষিতাৰাণী, এঞ্জেল, শিৱন্যা, হৰ্ষিতা, জিজ্ঞাসা, দিব্যংকা, অনভি, দেবলীনা, লৌচনা, আৰুশ, ইশান, সমীক্ষা, দৃশিকা, ভিক্টৰ, ৰাজ, সিদ্ধাৰ্থ,ময়ুৰজ্যোতি আৰু ফাৰহাট মেহজাবিন৷ পোহৰ ব্যবস্থাপনা তফজ্জল ইছলাম হাজৰিকা, ভাইটি, উৎপল ভূঞাৰ৷ শব্দ বাবুুৰ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DramaNagaonSutradhar
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d