Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অমঞ্জুৰীকৃত কলেজ শিক্ষকৰ পদ নিয়মীয়াকৰণৰ দাবী

শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুক স্মাৰক পত্ৰ প্ৰদান

publisher by publisher
August 14, 2022
in Assam, India, News
Reading Time: 1 min read
0
অমঞ্জুৰীকৃত কলেজ শিক্ষকৰ পদ নিয়মীয়াকৰণৰ দাবী
6
SHARES
61
VIEWS
ShareShareShareShare

অসমৰ বিভিন্ন কলেজৰ অমঞ্জুৰীকৃত বিভাগসমূহত কৰ্মৰত অমঞ্জুৰীকৃত কলেজ শিক্ষকসকলৰ পদসমূহ নিয়মীয়াকৰণৰ দাবীত সদৌ অসম অমঞ্জুৰীকৃত কলেজ শিক্ষক সন্থাই আজি ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত অসমৰ শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে । সদৌ অসম অমঞ্জুৰীকৃত কলেজ শিক্ষক সন্থাৰ সভাপতি পিনাকী ৰায় আৰু সাধাৰণ সম্পাদক নিপম নাথ দেৱশৰ্মা স্বাক্ষৰিত স্মাৰকপত্ৰত উল্লেখ কৰে যে অসমৰ প্ৰায় ১৫০খন মহাবিদ্যালয়ৰ অমঞ্জুৰীপ্ৰাপ্ত বিভিন্ন বিভাগত অমঞ্জুৰীকৃত কলেজ শিক্ষকসকলে ১০ৰ পৰা ১২ বছৰৰ অধিক কাল ধৰি নিয়মীয়া কলেজ শিক্ষকসকলৰ দৰে বিনা দৰমহাৰে শিক্ষাৰ্থীসকলক নিয়মীয়াভাৱে পাঠদান কৰি আহিছে ।

ADVERTISEMENT

উক্ত অমঞ্জুৰীকৃত কলেজ শিক্ষকসকলে নিয়মীয়াভাবে পাঠদান কৰাৰ উপৰি চৰকাৰী বিভিন্ন কাম-কাজ যেনে গুণোৎসৱ, নিৰ্বাচনৰ বিভিন্ন দায়িত্ব আদি নিয়মীয়া শিক্ষকসকলৰ দৰে পালন কৰি আহিছে । কিন্তু উক্ত অমঞ্জুৰীকৃত কলেজ শিক্ষকসকলৰ বিষয়ত কলেজ কৰ্তৃপক্ষ নাইবা বিভাগীয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ গুৰুত্ব নাই । ইয়াৰ ফলত দীৰ্ঘ দিন ধৰি বিনা দৰমহাৰে কৰ্তব্য পালন কৰি অহা কলেজ শিক্ষকসকলৰ অৱস্থা বৰ্তমান পানীত হাঁহ নচৰাৰ দৰে হৈ পৰিছে ।

RelatedPosts

Assam Cabinet: ৮ ছেপ্টেম্বৰত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

UGC journal cancelled: ইউজিচিৰ পত্রিকা তালিকা বাতিল

উল্লেখ্য যে ইউজিচিৰ (UGC) নাক (NAAC) মূল্যায়নৰ সময়ত নাইবা চৰকাৰৰ নতুন শিক্ষা নীতিৰ প্ৰসাৰৰ সময়ত কলেজসমূহত বিভিন্ন বিষয় বা বিভিন্ন বিভাগ খুলি অমঞ্জুৰীকৃত কলেজ শিক্ষকসকলক নিযুক্তি দিয়া হৈছিল । গতিকে উক্ত অমঞ্জুৰীপ্ৰাপ্ত বিভাগসমূহ মঞ্জুৰীকৃত কৰাৰ লগতে অমঞ্জুৰীকৃত কলেজ শিক্ষকসকলৰ পদসমূহ অতি শীঘ্ৰে নিয়মীয়াকৰণৰ দাবীত সদৌ অসম অমঞ্জুৰীকৃত কলেজ শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক নিপম নাথ দেৱশৰ্মাৰ নেতৃত্বত সন্থাৰ পাঁচজনীয়া এটা সজাতী দলে আজি অসমৰ শিক্ষামন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।

উল্লেখ্য যে আমাৰ দেশে স্বানীনতা লাভৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ আজাদী কা অমৃত মহোৎসৱৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে আজি শিক্ষামন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলাৰ ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত উপস্থিত হৈছিল । আনহাতে, শিক্ষামন্ত্ৰীগৰাকীয়ে স্মাৰকপত্ৰখন গ্ৰহণ কৰি বিহিত ব্যাৱস্থা গ্ৰহণ কৰিব বুলি সজাতী দলটোক আশ্বাস প্ৰদান কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: NAACRanoj PeguUGC
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d