Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

publisher by publisher
May 17, 2025
in Assam, News
Reading Time: 3 mins read
0
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Expansion of the Assam Cabinet:অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, বিপিএফৰ বিধায়ক চৰণ বড়োৰ মন্ত্ৰীৰূপে শপতগ্রহণ

Assam Cabinet Meeting:কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ

GMCH Incident: আজি কেবিনেটত জিএমচিএইছত নৱজাতকৰ মৃত্যুৰ প্ৰসংগই গুৰুত্ব লাভৰ সম্ভাৱনা

Newly formed panchayats are effective from July:

অহা পহিলা জুলাইৰ পৰা ৰাজ্যত নতুনকৈ গঠন হ’বলগীয়া পঞ্চায়তবোৰৰ কাম-কাজ আৰম্ভ হ’ব। ৰাজ্যিক কেবিনেটে এই সময়সীমা নির্ধাৰণ কৰে। দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এক সংবাদমেলত পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী ৰঞ্জিত কুমাৰ দাসে সদৰী কৰে যে ২১ জুনৰ পৰা ১০ জুলাইৰ ভিতৰত গাঁও পঞ্চায়তসমূহ গঠন হ’ব, ১১-২০ জুলাইৰ ভিতৰত আঞ্চলিক পঞ্চায়তসমুহ গঠন হ’ব আৰু ২১-৩০ জুলাইৰ ভিতৰত জিলা পৰিষদসমূহ গঠন হ’ব।

ADVERTISEMENT

আজিয়ে গাঁও পঞ্চায়তক অর্পণ কৰা নতুন ক্ষমতাতো অনুমোদন জনোৱা হয়। এই সম্পর্কত মন্ত্রী দাসে কয়, ‘ইমান দিনে চলি অহা নিয়ম অনুসৰি, এক লাখ টকালৈকে নিবিদা আঞ্চলিক পঞ্চায়তেহে আহ্বান কৰিব পাৰিছিল। এক লাখৰ অধিক টকাৰ নিবিদা আহ্বানৰ ক্ষমতা আছিল জিলা পৰিষদৰ। নতুন নিয়ম অনুসৰি, এতিয়াৰে পৰা গাঁও পঞ্চায়তে পাঁচ লাখ টকালৈকে নিবিদা আহ্বান কৰিব পাৰিব। পাঁচৰ পৰা ১০ লাখ টকালৈ আঞ্চলিক পঞ্চায়তে আহ্বান কৰিব পাৰিব। ১০ লাখ টকাৰ অধিক নিবিদা জিলা পৰিষদে আহ্বান কৰিব পাৰিব।

এই নিয়মে পঞ্চায়তবোৰক শক্তিশালী কৰিব।’ প্রসংগক্রমে মন্ত্রীজনে গাঁও পঞ্চায়তৰ সভাপতি বাছনি সন্দর্ভত কয় যে ১০ জন সদস্যৰ ভিতৰত যাৰ সপক্ষে ন্যূনতম ছজনৰ সমর্থন থাকিব, তেরেই উক্ত পদটোত নির্বাচিত হ’ব। ইয়াৰ কাৰণ হ’ল যে এইবাৰ গাঁও পঞ্চায়তৰ সদস্য পদৰ নির্বাচন নির্দলীয় ৰূপত হৈছিল। মন্ত্রী দাসে লগতে কয় যে ২১ জুনৰ পৰা ১০ জুলাইৰ ভিতৰত নবনির্বাচিত পঞ্চায়ত সদস্যসকলৰ শপত গ্রহণ প্রক্রিয়া অনুষ্ঠিত হ’ব।

# বিনিয়োগ-আঁচনিক লৈ কে’বাটাও সিদ্ধান্ত

ইপিনে, কেবিনেটত ৰাজ্যত বিনিয়োগৰ কে’বাটাও সিদ্ধান্তক চূড়ান্ত ৰূপ দিয়া হয়। তদুপৰি খাদ্য সুৰক্ষা আইনক লৈ গ্ৰহণ কৰা চৰকাৰৰ সিদ্ধান্ততো অনুমোদন জনোৱা হয়। এই বিষয়ে সদৰী কৰি সংবাদমেলত মন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে এডভান্টেজ আছাম-২ ত  হোৱা চুক্তি অনুসৰি ৰাজ্যত দুখন তাৰকাযুক্ত হোটেলত আজি অনুমোদন জনোৱা হয়। ইয়াৰে এখন হোটেল নিৰ্মাণ কৰিব জোনালী কনস্ট্রাকছন প্রাইভেট লিমিটেডে।

৩৩৫.২৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া হোটেলখনত প্রত্যক্ষভাবে চাবিশ আৰু পৰোক্ষভাৱেও চাবিশজনে নিযুক্তি লাভ কৰিব। দ্বিতীয়খন হোটেল নির্মাণ কৰিব ডাউন টাউন হাস্পতালে আৰু নাম হ’ব ‘ক’ৰ্টয়ার্ড দ্য মেৰিয়ট’। এই হোটেলখন নির্মাণত ব্যয় হ’ব ১২২.৯৩ কোটি টকা। এইখন হোটেলত ২০২ জনে নিযুক্তি লাভ কৰিব। বিনিয়োগ সম্মিলনৰ ফলশ্রুতি হিচাপে কামৰূপৰ ৰাণীত দুগ্ধ প্রতিষ্ঠান আমূলক প্রকল্প স্থাপনৰ বাবে ৩০ বছৰলৈ ২০ বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত কেবিনেটত গ্রহণ কৰা হয়।

ইপিনে,কেবিনেটতে অহা অক্টোবৰৰ পৰা ৰাজ্যৰ নিৰ্বাচিত জিলাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীক ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ যোগান ধৰা হ’ব। নৱেম্বৰত এই আঁচনিৰ অধীনত সকলো জিলাকে সামৰি লোবা হ’ব। প্রতিবিধ সামগ্রী সুকীয়া সুকীয়া পেকেটত উপলব্ধ হ’ব। ইয়াৰ কাৰণ হ’ল গ্রাহকে যাতে নিজে বিচৰা ধৰণে সামগ্রী ক্রয় কৰিব পাৰে। কেবিনেটে চূড়ান্ত কৰা অনুসৰি ৰাজসাহায্যযুক্ত মচুৰ দাইল প্রতি কিলোগ্রামত ৬৯ টকা, চেনি ৩৮ টকা আৰু নিমখ প্রতি কিলোগ্রামত ১০ টকাত উপলব্ধ হ’ব।

ড° বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা কার্যসূচীত অংশকালীনভাৱে কৰ্মৰত কম্পিউটাৰ প্রশিক্ষকসকলক লৈ আজিৰ কেবিনেটে এক সকাহজনক সিদ্ধান্ত গ্রহণ কৰে। এই বিষয়ে সদৰী কৰি ডাঃ পেগুৱে কয়, ‘এই আঁচনিখনৰ অধীনত ১.৩১৩ গৰাকী অংশকালীন প্রশিক্ষক নিয়োজিত হৈ আছে। আজিৰ কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে যে তেওঁলোকে মাহিলি ১৪ হেজাৰ টকাৰ পৰিবৰ্তে ২০ হেজাৰ টকাকৈ মাননি লাভ কৰিব। এই সিদ্ধান্ত অহা অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। তদুপৰি অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে থকা আপোন ঘৰ আৰু আপোন বাহন আঁচনি দুখনৰো সুবিধা ল’ব পাৰিব। মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাৰো তেওঁলোক অংশীদাৰ হ’ব।

ইয়াৰ উপৰি তেওঁলোকে ৬০ বছৰলৈ কাম কৰিব পাৰিব।’ সংবাদমেলতে ডাঃ পেগুৱে সদৰী কৰে যে অহা ন জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্তও কেবিনেটে গ্রহণ কৰে। সেইদিনা ড° ভূপেন হাজৰিকাৰ নামত ডিব্ৰুগড় বিমানকোঠৰ নামকৰণ কৰা আৰু সুধাকণ্ঠৰ জন্ম শতবার্ষিকী উদ্যাপনক লৈ আলোচনা কৰা হ’ব। ইয়াৰ পূৰ্বে আঠ ছেপ্টেম্বৰত শতবৰ্ষৰ বছৰেকীয়া কাৰ্যসূচী আৰম্ভ হ’ব আৰু এই কাৰ্যসূচীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Cabineteffective from JulyNewly formed panchayatsRanjit Kr DasRanoj Pegu
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d