Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Cabinet: ৮ ছেপ্টেম্বৰত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী গৰাকী' পঞ্চায়ত গঠন সন্দৰ্ভত ৰাজ্যিক কেবিনেটৰ অনুমোদন

publisher by publisher
May 16, 2025
in Assam, News
Reading Time: 2 mins read
0
Assam Cabinet: ৮ ছেপ্টেম্বৰত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

Vishwakarma Puja Celebration:আজি বিশ্বখনিকৰ বিশ্বকর্মা পূজা

Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

Assam Cabinet:

৮ ছেপ্টেম্বৰত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীত অংশ গ্ৰহণৰ বাবেই অসমলৈ আহিব প্ৰধানমন্ত্ৰী গৰাকী ৷ ৯ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব অসম বিধান সভাৰ বিশেষ অধিৱেশন ৷ অধিৱেশনত সুধাকণ্ঠৰ সৃষ্টিৰাজীৰ ওপৰত আলোচনা হ’ব ৷ এই অধিৱেশনতে ডিব্ৰুগড় বিমানবন্দৰ নাম ড:ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব সদনে ৷

ADVERTISEMENT

শুক্ৰবাৰে দিছপুৰস্থ জনতা ভৱনৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা কেবিনেটত উল্লিখিত সিদ্ধান্ত লোৱা হয় বুলি এক সংবাদমেল সদৰি কৰে শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৱে ৷ ডা:পেগুৱে আৰু কয় যে আই চি ডিৰ অধীনত নিযুক্ত পোৱা ঠিকাভিত্তিক শিক্ষক সকলে পূৰ্বতে পাই থকা ১৪ হাজাৰৰ পৰা ২০ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব তেওঁলোকৰ দৰমহা ৷ লগতে তেওঁলোকে লাভ কৰিব আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ সুবিধা।ইতিমধ্যে বাজেটত ঘোষণা কৰা এই সিদ্ধান্তক আজি অনুমোদন জনায় কেবিনেটে ৷

আনহাতে সংবাদমেলত উপস্থিত থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে পঞ্চায়ত গঠন সন্দৰ্ভত ৰাজ্যিক কেবিনেটৰ অনুমোদন সন্দৰ্ভত কয়, ২১ জুনৰ পৰা ১০ জুলাইৰ ভিতৰত গঠন হ’ব ২১৯২ খন গাঁও পঞ্চায়ত। এই সময়ছোৱাৰ ভিতৰত পঞ্চায়তৰ সভাপতি- উপ-সভাপতি নিৰ্বাচনৰ বাবে জিলা আয়ুক্ত সকলে নিৰ্দেশনা জাৰি কৰি একোজনকৈ বিষয়াক দায়িত্ব দিব ৷ অনুৰূপ ধৰনে ১১ জুলাইৰ পৰা ২০ জুলাইৰ ভিতৰত ১৮১ খন আঞ্চলিক পঞ্চায়তৰ সভাপতি- উপ- সভাপতি নিৰ্বাচিত কৰাৰ বাবেও জিলা আয়ুক্তই নিয়োজিত কৰিব একোজনকৈ চৰকাৰী বিষয়া ৷

আনহাতে ২১ জুলাইৰ পৰা ৩০ জুলাইৰ ভিতৰত গঠন কৰা হ’ব ২৭ খন জিলা পৰিষদ। জিলা পৰিষদৰ সভাপতি- উপ- সভাপতিৰ বাবেও জিলা আয়ুক্তই নিয়োজিত কৰা বিষয়াৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত সদস্য সকলে নিৰ্বাচিত কৰিব সভাপতি- উপ- সভাপতি ৷ গাওঁ পঞ্চায়ত,আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ গঠনৰ অন্তত নৱ নিৰ্বাচিত সদস সকলে শপত ল’ব বুলি উল্লেখ কৰে মন্ত্ৰী দাসে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Cabinet MeetingCM Dr. Himanta Biswa SarmaDispurLoksewa BhawanPressmeetranji kumar dasRanoj Pegu
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d