ভাৰতৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস, বকোত ত্ৰিৰংগা উত্তোলন

দেশৰ ভিন্ন প্ৰান্তৰ লগতে বকো ৰাজহ চক্রৰ উদ্যোগত ৰাজহুৱাভাৱে বকো গান্ধী মৈদাম খেলপথাৰত ৭৬ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয় ।

বকো ৰাজহ চক্ৰৰ চক্র বিষয়া দিৱস বৰদলৈয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৭৬ সংখ্যক স্বাধীনতাৰ পতাকা উত্তোলন কৰে‌ । ইয়াৰ পাছতে এন. চি. চি, স্কাউট এণ্ড গাইড আৰু মহাবিদ্যালয়, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পেৰেডক গাৰ্ড অৱ অনাৰ জনায় ।

দেশ ভক্তিমূলক নৃত্যৰে জীপাল কৰি তোলে বকো গান্ধী মৈদান প্ৰাংগন ।

Exit mobile version