অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযুক্ত, আই এ এছ বিষয়া ভাৰত ভূষণ দেৱচৌধুৰী নতুন অধ্যক্ষৰ দায়িত্ব

WhatsApp Image 2022 08 18 at 8.15.21 PM

অসম লোকসেৱা আয়োজৰ নতুন অধ্যক্ষ ৰূপে নিযুক্তি দিয়া হয় আই এ এছ বিষয়া ভাৰত ভূষণ দেৱচৌধুৰীক ৷ মাধ্যমিক শিক্ষা বিভাগৰ সচিব ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল দেৱচৌধুৰী ৷ ইয়াৰ পূৰ্বে জ্যেষ্ঠ আমোলা গৰাকী আছিল অসম লোকসেৱা আয়োগৰ পৰীক্ষা নিয়ন্ত্ৰক ৷

Exit mobile version