হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত,বিলুপ্ত হ’ব মণ্ডল পদ

Himanta Biswa Sarma

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজিজনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷এতিয়াৰ পৰা বিলুপ্ত হ’ব মণ্ডল পদ ৷ তাৰ বিপৰীতে সৃষ্টি কৰা নতুন পদ ৷

মণ্ডল পদটো এতিয়াৰ পৰা জনা যাব লেণ্ড ৰেকৰ্ড সহকাৰী আৰু কানানগো পদটোক লেণ্ড ৰেকৰ্ড চুপাৰভাইজাৰ ৷

আনহাতে লেণ্ড ৰেকৰ্ড চুপাৰভাইজাৰ পৰা লেণ্ড ৰেকৰ্ড ইন্সপেক্টৰলৈ ৷ লেণ্ড ৰেকৰ্ড ইন্সপেক্টৰৰ পৰা লেণ্ড ৰেকৰ্ড অফিচাৰলৈ পদোন্নতি দিয়া হ’ব ৷

উল্লেখ্য যে,লেণ্ড ৰেকৰ্ড ইন্সপেক্টৰ আৰু লেণ্ড ৰেকৰ্ড অফিচাৰ পদ দুটা হ’ব গ্ৰেজেটেড পদ ৷

Exit mobile version