Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ

    হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

    Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

    Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কনকসেন ডেকালৈ সাংবাদিকতাৰ জীৱনজোৰা সাধনাৰ ৰাষ্ট্ৰীয় বঁটা

বহু ভাষা-ধৰ্ম-সম্প্ৰদায়ক লৈও জাতিৰ ধাৰণা সলাই দিলে ভাৰতে

publisher by publisher
August 22, 2022
in Assam, India, News
Reading Time: 1 min read
0
5
SHARES
51
VIEWS
ShareShareShareShare

‘স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তিৰ সমান্তৰালভাৱে ভাৰতে জাতিৰ ধাৰণা সলাই দিবলৈ সক্ষম হৈছে । স্বাধীনতাৰ সময়ত ইমানবোৰ জাতি, ধৰ্ম, সম্প্ৰদায়ক লৈ ভাৰত এক জাতি হিচাপে সফল নহ’ব আৰু এই দেশ টিকি নাথাকিব বুলি বহু ৰাষ্ট্ৰনেতা আৰু পণ্ডিতে আশংকা প্ৰকাশ কৰিছিল যদিও দেশে সেই আশংকা ভুল বুলি প্ৰমাণ কৰি দিলে । বহু জাতি, ধৰ্ম, সম্প্ৰদায়ৰ সমাবেশেৰেও যে এক জাতি হিচাপে সফল হোৱাটো সম্ভৱ ভাৰতবৰ্ষই তাৰ উদাহৰণ ।’

ADVERTISEMENT

আজি মুম্বাইৰ ৰাজভৱনত ৰাষ্ট্ৰীয় পত্ৰকাৰিতা কল্যাণ ন্যাসে আগবঢ়োৱা সাংবাদিকতাৰ জীৱনজোৰা সাধনাৰ ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰি এইদৰে কয় বিশিষ্ট সাংবাদিক-সাহিত্যিক তথা ‘দৈনিক অগ্ৰদূত’ৰ মুখ্য সম্পাদক কনকসেন ডেকাই । মহাৰাষ্ট্ৰ ৰাজ্যপাল ভগত সিং কোছিয়াৰীয়ে প্ৰদান কৰা বঁটা গ্ৰহণ কৰি ডেকাই আৰু কয়, ‘হেৰল্ড লাস্কিৰ দৰে ৰাজনীতি বিজ্ঞানৰ পণ্ডিতেও কৈছিল যে এক জাতি হিচাপে ভাৰত টিকি নাথাকিব; কিয়নো এক ভাষা, এক ধৰ্ম আৰু এক ভূখণ্ডৰ জৰিয়তেহে এক জাতি গঢ়ি উঠে । আনকি বিশ্বৰ এগৰাকী অতি শক্তিশালী ৰাষ্ট্ৰনেতা ব্ৰিটিছ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে ভাৰতীয়ই স্বাধীনতা কাণত পিন্ধে নে নাকত পিন্ধে তাকো নাজানে বুলি কটাক্ষ কৰিছিল; কিন্তু সেই চাৰ্চিলৰ দেশৰ প্ৰধানমন্ত্ৰী পদৰ দৌৰত অগ্ৰসৰ হৈছে এই ভাৰতৰে বংশোদ্ভূত এজনে স্বাধীনতাৰ ৭৫ বছৰ কালত এয়াই ভাৰতৰ বৃহৎ সাফল্য । ইয়াৰ বিপৰীতে এক দেশ, এক ধৰ্মৰ হৈও পাকিস্তান, আফগানিস্তান আদি ব্যৰ্থ ৰাষ্ট্ৰত পৰিণত হৈছে ।’

RelatedPosts

Chang Ghar:বান-খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ চাংঘৰেই বিকল্প

Book Release:মহানগৰীৰ অগ্ৰদূত ভৱনত উন্মোচন ‘ফনীন্দ্ৰ নাথ গগৈৰ অসমীয়া সাহিত্যত যৌনতাৰ স্থান

Public Relations Department Be The Pillar Of Light Of Assam:জনসংযোগ বিভাগ হওক অসমৰ আলোক স্তম্ভ

মহাৰাষ্ট্ৰলৈ আহিলে দুগৰাকী মহাবীৰৰ কথা মনলৈ আহে বুলি উল্লেখ কৰি ডেকাই কয় যে ছত্ৰপতি শিৱাজী আৰু লাচিত বৰফুকন উভয়ে মোগলৰ বিৰুদ্ধে সফলতাৰে যুঁজ দি খ্যাতি ৰাখি গৈছে । মোগলে ১৭ বাৰকৈ আক্ৰমণ কৰিও অসমক পৰাভূত কৰিবলৈ সক্ষম হোৱা নাছিল । ইয়াৰ জৰিয়তে অসমৰ সেনাই দেশৰ ইতিহাসতে এক বিৰল দৃষ্টান্ত ৰাখি থৈ গৈছে । সুকণ্ঠী গায়িকা লতা মংগেশকাৰে ‘অসমী আইলৈ যাঁচো প্ৰণাম’ গাওঁতে কেৱল মাৰাঠী আৰু অসমীয়াত ‘আই’ শব্দ পাইছিল বুলি উল্লেখ কৰি যোৱাৰ কথা সুঁৱৰি ডেকাই কয় যে অসম আৰু মহাৰাষ্ট্ৰৰ মাজত সুদৃঢ় সম্পৰ্ক আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Kanak Sen Deka
publisher

publisher

Related Posts

এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
India

March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
News

হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

March 11, 2026
Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল
News

Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
News

Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
India

ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d