Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Chang Ghar:বান-খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ চাংঘৰেই বিকল্প

#কনকসেন ডেকা

publisher by publisher
July 11, 2024
in Assam, India, News
Reading Time: 4 mins read
0
Chang Ghar:বান-খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ চাংঘৰেই বিকল্প
6
SHARES
64
VIEWS
ShareShareShareShare

RelatedPosts

Rage :আপোনাৰ বছে সৰু সৰু কথাক লৈ খং কৰে নেকি ?

Bhupen Hazarika:ইলেক্ট্র’নিক ভীষ্ম মই, মই নমৰো !

Tribute to Dr.Bhupen Hazarika: ভূপেনদালৈ শ্রদ্ধাঞ্জলি

Chang Ghar:বান-খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ চাংঘৰেই বিকল্প

#কনকসেন ডেকা

‘অথেলো’ নাটকত উইলিয়াম শ্বেইক্সপীয়েৰে (১৫৬৪-১৬১৬) তেতিয়াৰ চিচিলি দ্বীপৰ আকাশচুম্বী অট্টালিকাবোৰৰ বিষয়ে উল্লেখ কৰিছিল; কিন্তু সেই সময়ৰ অসমৰ মানুহে তেনে অট্টালিকা নিৰ্মাণৰ কথা ভাবিব পাৰিছিল নে? তাৰ অৰ্থ এইটো নহয় যে সেই সময়ত আমাৰ দেশত নির্মাতাৰ অভাৱ আছিল। ইয়াৰ মূল কাৰণ, ভূমিৰ চৰিত্ৰ। অসমৰ ভূমিভাগ নৰম হোৱা হেতুকে তেনে সুউচ্চ অট্টালিকা নিৰ্মাণৰ কথা তেতিয়া কাৰো মনলৈ অহা নাছিল। আনকি শ্বেইক্সপীয়েৰৰ সমসাময়িক শ্রীমন্ত শংকৰদেৱৰ নামঘৰসমূহো বাঁহ-বেত আৰু খেৰৰে নিৰ্মাণ কৰা হৈছিল।

ADVERTISEMENT

অৱশ্যে কিছু সংখ্যক মন্দিৰৰ দৌল ওখকৈ নিৰ্মাণ কৰা হৈছিল যদিও সেইবোৰৰ সৌন্দৰ্য খুব কম সংখ্যকৰ ক্ষেত্ৰতহে অটুট থাকে। তেনেদৰে একে সময়ৰ শ্বেইক্সপীয়েৰৰ পকী বাসভৱনটোও কে’বা মহলীয়া। তাৰ কে’বা শতিকাৰো পাছতহে আমাৰ অসমৰ ৰংঘৰ, কাৰেংঘৰ নিৰ্মাণ কৰা হয়। সম্প্ৰতি অসমৰ মাটিত কে’বা মহলীয়া পকীঘৰ নিৰ্মাণ কৰা হৈছে অত্যাধুনিক কাৰিকৰী আৰু প্ৰযুক্তিৰ লগতে অতিৰিক্ত কেতবোৰ লৌহ জাতীয় পদাৰ্থৰ সংযোগত; কিন্তু দিল্লীৰ কুতুব মিনাৰ অথবা হিন্দী বলয়ৰ গৃহ নির্মাণত তেনে বিশেষ প্ৰযুক্তিৰ প্ৰয়োজন নাথাকে। .

সেই অঞ্চলৰ পকী ঘৰসমূহ সাধাৰণতে কেৱল ইটাৰে গথা হয় আৰু কিছু মানতহে চিমেন্টৰ লেপ দিয়া হয়। গতিকে ভূমি বুলিলে দেখাত একেই যদিও গুণাগুণৰ পাৰ্থক্য মন কৰিবলগীয়া। এই বছৰৰ বানপানীয়ে পূৰ্বৰ অভিলেখ ভংগ কৰি লক্ষ লক্ষ মানুহক জীয়াতু ভোগাইছে। তেওঁলোকক সকলো ধৰণৰ নাগৰিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ অধিকাৰ আমি পালো কেনেকৈ? চৰকাৰৰ দুৰ্যোগ প্রশমন বিভাগৰ অস্তিত্ব ক’ত? মুখ্যমন্ত্রীয়ে নির্দেশ দিছিল যে এইবাৰ আগতীয়াকৈ মথাউৰিসমূহ নিৰ্মাণ কৰা হ’ব। জলসম্পদ মন্ত্রীয়েও তৎপৰতা প্ৰদৰ্শন কৰাৰ কথা প্রকাশ পাইছিল যদিও তেনেবোৰ প্রতিশ্রুতি এইবাৰৰ বানপানীয়ে বাৰুকৈয়ে উটুৱাই লৈ গ’ল। লক্ষ লক্ষ লোক হ’ল গৃহহাৰা।

এখন সমাজ বা জাতিৰ ঐক্য গঢ়ি উঠে সেই সমাজৰ লোকসকলৰ প্ৰতি বিপদকালত প্রদর্শন কৰা সহমর্মিতাৰ আধাৰত, কিন্তু অতি বেদনাৰ কথা যে লক্ষ লক্ষ বান পীড়িত লোকে অর্ধাহাৰে ৰ’দ-বৰষুণত নির্যাতন ভুগিছে; কিন্তু আমি তেওঁলোকৰ প্রতি প্রয়োজনীয় দায়িত্ব পালন কৰিব পৰা নাই। তাৰ বাবে এধানমানো আমাৰ বিবেক দংশন হোৱা নাই। ৰাজনৈতিক নেতাসকলৰ কথা বাদেই, ৰাজ্যৰ বৌদ্ধিক মহলো নির্বিকাৰ আৰু সততে জাতীয় চেতনাৰ দাবীদাৰ বুলি চিঞৰি থকা দল-সংগঠনবোৰৰো বানপানী- খহনীয়াত নির্যাতিত লোকৰ প্রতি নাই কোনো অনুকম্পা ।

কোনো কোনোৱে মাথোঁ সময়ে সময়ে অসমৰ বানপানী-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ল’ব লাগে বুলি দাবী কৰিয়েই দায়িত্ব সামৰিছে, কিন্তু তেওঁলোকে নাজানে যে বানপানী কেন্দ্রীয় তালিকাত অন্তর্ভুক্ত নহয়, এয়া সম্পূর্ণভাৱে ৰাজ্যিক চৰকাৰৰ অন্তর্ভুক্ত। অৱশ্যে তাৰ অৰ্থ এইটো নহয় যে কেন্দ্রই হস্তক্ষেপ কৰি তৎকালীনভাবে সমস্যাৰ সমাধান কৰিব নালাগে; কিন্তু তেনেকুৱা শক্তিশালী দাবী অসম বিধানসভাৰ মঞ্চতেই হওক, অথবা ৰাজহুৱা মঞ্চতেই হওক কৰা হৈছেনে? সকলোৱে নিৰাপদ দূৰত্বত থাকি বানপীড়িত বৃহৎ জনসংখ্যাৰ লোকসকলৰ দুখ- দুর্গতি উপভোগ কৰাহে দেখা গৈছে। ইয়াতকৈ হৃদয়হীনতাৰ পৰিচায়ক আন একো হ’ব নোৱাৰে। আনহাতে, কেন্দ্রীয় চৰকাৰে সময়ে সময়ে বানমুক্ত অসমৰ প্রতিশ্রুতি নিদিয়াকৈ থকা নাই।

কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীয়ে ব্রহ্মপুত্ৰ নিয়ন্ত্ৰণৰ লগতে দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কথাও ঘোষণা কৰিছিল; কিন্তু সেই ঘোষণা আজিও কার্যকৰী কৰা কিয় নহ’ল, তাৰ কৈফিয়ৎ চৰকাৰ আৰু বিজেপিয়েহে দিব পাৰিব। মথাউৰি নিৰ্মাণৰ দ্বাৰা প্ৰতি বছৰে ৰাজভঁৰালৰ প্ৰচুৰ ধন ব্যয় কৰিলেও অসমবাসীয়ে সুফল লাভ কৰিব পৰা নাই। ইয়াৰ কাৰণ, অসমৰ বালিসেৰীয়া মাটিত বানপানীৰ সম্মুখত মথাউৰি নিটিকে। দৰাচলতে কে’বা দশকৰ আগতে মথাউৰি নির্মাণ কৰিবলৈ লোৱাৰ সময়তে অসমৰ ভূমি পৰীক্ষা কৰিহে এই ক্ষেত্রত আগবঢ়াটো উচিত আছিল; কিয়নো বিহাৰ, উত্তৰ প্ৰদেশ আদিৰ তুলনাত অসমৰ মাটি কোমল আৰু বালিসেৰীয়া হোৱা হেতুকে বেছিভাগ ক্ষেত্ৰতে মথাউৰি অকাৰ্যকৰী হৈ পৰিছে।

ভূমি পৰীক্ষা অবিহনে প্রতি বছৰে মথাউৰি নিৰ্মাণত শ শ কোটি টকা ব্যয় কৰি অহাৰ পাছতো সেয়েহে আমি কোনো ধৰণৰ সুফল পোৱা নাই। তৎসত্ত্বেও মথাউৰিৰ বিকল্প চিন্তা নকৰি হাত সাবটি বহি থকা হেতুকে বানাক্ৰান্ত ৰাইজে নাৰকীয় যন্ত্রণা ভোগ কৰিব লগা হৈছে। ছাত্র-ছাত্রীৰ অধ্যয়নত প্রভুত ক্ষতি হৈছে- অথচ এনে ধৰণৰ প্ৰাকৃতিক দুর্যোগৰ পৰা সকাহ দি
পীড়িতসকলক যথোচিত ক্ষতিপূৰণ দিয়াৰ আইনী ব্যৱস্থা আছে।

সোণ এবিধ অতি মূল্যবান ধাতু; কিন্তু অন্ধজনে তাৰ মোল বুজিব পাৰেনে? অন্ধৰ বাবে সোণ আৰু লোৰ মাজত কোনো পার্থক্য নাথাকে। এই কথা আমি এইবাবেই উল্লেখ কৰিছো যে পূর্বতে নির্বাচনী ভাষণ দিবলৈ আহি গুৱাহাটীৰ সোণাৰাম খেলপথাৰৰ ৰাজহুৱা সভাত নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰৰ পানীলৈ চাই কৈছিল, এয়া অমৃতধাৰা। মোৰ গুজৰাটত পানী দুষ্প্রাপ্য। এনেকুৱা অমৃতধাৰা গুজৰাটত থকা হ’লে ৰাজ্যখনৰ চেহেৰাৰ আমূল পৰিৱৰ্তন ঘটিলহেঁতেন। মোদীয়ে যিয়েই নকওক, বায়ু আৰু পানীয়েই জীৱ মাত্ৰৰেই সবাতোকৈ মূল্যবান সম্পদ; কিন্তু সেই পানী অন্ধই সোণৰ টুকুৰাৰ মূল্য নুবুজাৰ দৰে অসমবাসীৰ বাবে মূল্যহীনেই নহয়, এবিধ অদৰকাৰী সামগ্ৰী হৈ পৰিছে।

এইখন ব্রহ্মপুত্ৰৰ পাৰৰ গুৱাহাটী মহানগৰীৰ নাগৰিকে নাপায় প্রয়োজনীয় পিয়াহৰ পানীখিনি; কিন্তু যিখন গুজৰাটত পানী দুষ্প্রাপ্য, সেইখন ৰাজ্যৰ ৰাজধানী আহমেদাবাদৰ নাগৰিকে ২৪ ঘণ্টাই পানী পায়। কাইলৈ খৰাং বতৰ হ’লে পানীৰ অভাৱত অসমৰ খেতিপথাৰৰ সেউজীয়া শইচ মৰহি যাব। ৰাজ্যখনত পানী উভৈনদী হৈ থাকিলেও কৃষিত সবাতোকৈ কম জলসিঞ্চনৰ ব্যৱস্থা থকা ৰাজ্য অসমেই। বিশেষকৈ আমাৰ যুৱ সমাজে মনত ৰখা উচিত যে জ্যেষ্ঠসকলৰ এনে ব্যর্থতাই যুৱ শক্তিৰ মনোবল বৃদ্ধি নকৰে, বৰঞ্চ পংগুত্বহে প্রদান কৰিব।

বেদব্রত বৰুৱা কেন্দ্রীয় মন্ত্রী থকাৰ সময়তে ব্রহ্মপুত্র খান্দিবলৈ ড্রেজাৰ অনা হ’ল অসমলৈ; কিন্তু বছৰৰ পাছত বছৰ অব্যবহৃত হৈ পৰি থাকিল। এতিয়া আকৌ ড্ৰেজাৰ আমদানিৰ কথা কোৱা হৈছে; কিন্তু ড্রেজাৰেৰে খান্দি ব্ৰহ্মপুত্ৰৰ মাটি ক’ত পেলাব? বাংলাদেশৰ মাজেৰে সেই মাটি যাবলৈ দিয়া হ’বনে- ইত্যাদি সম্পৰ্কত আমাৰ কোনো চিন্তা-ভাবনা নাই। কোটি কোটি নিৰপৰাধী মানুহৰ জীৱনক লৈ কেবল চলিছে ল’ৰা-ধেমালি। কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহে আকৌ পুখুৰী খান্দি ব্রহ্মপুত্রৰ বানক ভেটা শেহতীয়াকৈ দিবলৈ উপদেশ দিছে।

সি যিয়েই নহওক, মুখ্যমন্ত্রী শৰৎ চন্দ্ৰ সিংহই বানপানীৰ স’তে সহাৱস্থানৰ কথা কৈছিল। এই সম্পর্কত আমি কোনো মন্তব্য দিব নোখোজো। প্রতি বছৰে বানপীড়িত দুৰ্ভগীয়া ৰাইজক এই যন্ত্রণাৰ পৰা মুক্তি দিবলৈ বিকল্প চিন্তা কৰিব লাগিব আৰু লগতে বানপানীক সম্পদ হিচাপেহে ল’ব লাগিব। আজিৰ পৰা ১৫ বছৰৰ আগতেই পহিলা আগষ্ট, ২০০৪ব ‘অগ্রদূত’ৰ প্রথম পৃষ্ঠাত আমি বানপানীৰ স’তে মোকাবিলাৰ বাবে তিনিটা কোঠালিৰ পকী চাংঘৰ নিৰ্মাণৰ পৰামৰ্শ আগবঢ়াইছিলো।

প্রতি বছৰে জলসম্পদ বিভাগৰ বাবে প্রায় দুহেজাৰ কোটি টকা ধার্য কৰা হয়। আমি দেখুৱাইছিলো যে এনেকুৱা একোটি দুমহলীয়া পকী চাংঘৰ নিৰ্মাণৰ বাবে ব্যয় হয় মাত্র এক লাখ টকা। অৱশ্যে সামগ্রী সমূহৰ দাম বৃদ্ধি পোৱা হেতুকে হয়তো এতিয়া সর্বাধিক তিনি লাখ টকা হ’বগৈ পাৰে। গতিকে অসমৰ বানপীড়িত প্ৰতিটো পৰিয়ালৰ বাবে এনেকুৱা একোটি পকী চাংঘৰ নিৰ্মাণ কৰিলে ৰাজভঁৰালৰ পাঁচ-ছশ কোটি টকা ব্যয় হ’লেও প্রতি বছৰে সন্মুখীন হৈ অহা নাৰকীয় যন্ত্রণাৰ পৰা ভুক্তভোগীসকলে উদ্ধাৰ পাবলৈ সক্ষম হ’ব। কংক্রিট পোষ্টৰ একোটা চাংঘৰ নিৰ্মাণ কৰি দিব পাৰিলে বানপানীৰ কালছোৱাত একোটা পৰিয়ালে নিৰাপদে থাকিব পাবে। ছাদসমূহ সৌৰশক্তিৰে সংযোজিত কৰিলে বিদ্যুৎ ব্যৱহাৰৰ সুযোগো পাব। আমি হিচাপ কৰি দেখিছো যে জলসম্পদ বিভাগৰ ধনেৰেই বানপীড়িত প্রতিটো পৰিয়াললৈ একোটা পকী চাংঘৰ যোগান ধৰাটো সম্ভৱ হৈ উঠিব। কেন্দ্ৰীয় চৰকাৰেও নিশ্চয় এই ক্ষেত্রত সহযোগিতা আগবঢ়াব। এই ব্যৱস্থা আমাৰ পৰ্যটনৰ বিকাশতো যথেষ্ট সহায়ক হ’ব।

তদুপৰি অসমৰ মানুহৰ বাবে যিহেতু মাছ অপৰিহাৰ্য, গতিকে মৎস্য উৎপাদনৰ বাবেও বিশেষ আঁচনি ল’ব পাৰিব। চাংঘৰৰ পৰিসৰ বৃদ্ধি কৰি কিছু ডাঙৰ আকাৰৰ নিৰ্মাণ কৰিলে তিনি-চাৰিটা পৰিয়ালে একেখন ছাদৰ তলতেই স্থায়ীভাবে বসবাস কৰাৰ সুযোগ পাব। দ্বিতীয়তে, অসমৰ জলবায়ুৰ প্রতি লক্ষ্য ৰাখি বাৰিষা দ’ ঠাইবোৰত খেতি কৰিবলৈ গৈ অযথা লোকচানৰ সম্মুখীন হোৱাৰ সলনি সেই সময়ছোৱা ৰেহাই দি বাকীন মাহেই ৰবি শস্যৰ ওপৰত গুৰুত্ব দি কেবল ধানেই নহয়, শাক-পাচলি, ফলমূলৰ খেতি ব্যাপক হাৰত কৰিব পৰা যায়। মথাউৰি নিৰ্মাণৰ আঁচনি সংকুচিত কৰা হওক আৰু গুৰুত্ব দিয়া হওক খৰালি কালৰ শস্য উৎপাদনৰ ওপৰত। এবছৰৰ জলসম্পদৰ বাজেটৰ ধনৰেই পকী চাংঘৰ নিৰ্মাণ কৰি চিৰকালৰ বাবে বানপানীৰ যন্ত্ৰণাৰ পৰা অসমবাসীক মুক্তি দিয়াটো সম্ভৱ কৰি তোলক।

বানপীড়িত সমষ্টিৰ বিধায়কে নিজাববীয়াকৈ উদ্যোগ লৈ আগবাঢ়িলে বিভিন্ন মহলে নিশ্চয় সহায়ৰ হাত আগবঢ়াব। পকী চাংঘৰ সম্পৰ্কীয় বাতৰিটো ‘অগ্রদূত’ আৰু ‘দৈনিক অগ্রদূত’ত প্রকাশ কৰাৰ উপৰি আমি নিজে সাক্ষাৎ কৰি তদানীন্তন অসমৰ মুখ্যমন্ত্রীক এই ব্যৱস্থা কার্যকৰী কৰিবলৈ অনুৰোধ জনাইছিলো।

সাম্প্রতিক ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ কৰ্ণধাৰসকলৰ লগতে জনপ্রতিনিধিসকললৈ আবেদন জনালো, যাতে পকী চাংঘৰ নিৰ্মাণৰ বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰে। প্ৰতি বছৰে মথাউৰি নিৰ্মাণৰ নামত হেজাৰ কোটি টকা পানীত পেলোৱাতকৈ এবাৰ পাঁচশ কোটি টকাৰে প্রতিটো পৰিয়ালৰ পৰিত্ৰাণৰ বাবে পকী চাংঘৰ নিৰ্মাণ সমীচীন নহ’বনে?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam FloodChang GharKanak Sen DekaSpl Articles
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d