Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

    যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

    যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Book Release:মহানগৰীৰ অগ্ৰদূত ভৱনত উন্মোচন ‘ফনীন্দ্ৰ নাথ গগৈৰ অসমীয়া সাহিত্যত যৌনতাৰ স্থান

publisher by publisher
May 15, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Book Release:মহানগৰীৰ অগ্ৰদূত ভৱনত উন্মোচন ‘ফনীন্দ্ৰ নাথ গগৈৰ অসমীয়া সাহিত্যত যৌনতাৰ স্থান
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Book Release:

অসমীয়া সাহিত্যত যৌনতা কেন্দ্ৰীক বিষয়বস্তক লৈ লিখা গ্ৰন্থ খুবেই তাকৰ ৷ কিন্ত সাম্প্ৰতিক সময়ত গৱেষণামূলক যৌনতা কেন্দ্ৰীক বিষয়বস্তক মুল আধাৰ হিচাপে লিখা গ্ৰন্থৰ প্ৰয়োজনীতা আহি পৰিছে ৷ বহুতে এইয়া অশ্লীল বুলি ভাবে যদিও কাৰ্যত: কিন্ত ই এক গুৰুত্বপূৰ্ণ বিষয় ৷

ADVERTISEMENT

আজি মহানগৰীৰ অগ্ৰদূত ভৱনৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত জ্যেষ্ঠ অধিবক্তা ফনীন্দ্ৰ নাথ গগৈৰ বহুচৰ্চিত ‘গৱেষণামূলক গ্ৰন্থ’অসমীয়া সাহিত্যত যৌনতাৰ স্থান’শীৰ্ষক গ্ৰন্থ খন উন্মোচন কৰি দিয়া ভাষনত উল্লিখিত মন্তব্য কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাংবাদিক কনকসেন ডেকাই ৷

ডেকাই তেওঁৰ ভাষণত উল্লেখ কৰে যে, ফনীন্দ্ৰ নাথ গগৈৰ নতুন গ্ৰন্থ খন গুৰুত্বপূৰ্ণ কীতি । চেক্স অৰ্গেন পবিত্ৰ আৰু দেহৰ মূল্যৱান অংগ ৷ এই গ্ৰন্থ খনে অসমীয়া সাহিত্য জগত খনত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হ’ব । গ্ৰন্থ খনৰ বিশ্লেষণ সংবাদ মাধ্যমত চৰ্চা হোৱাটো প্ৰয়োজন বুলি উল্লেখ কৰি ডেকাই লেখকৰ কলমৰে অবিৰতভাৱে ব্যতিক্ৰমী লিখনি অব্যাহত থকাৰ কামনা কৰে।

সভাত উপস্থিত থকা প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ প্ৰাক্তন সদস্য গীতাৰ্থ পাঠকে তেওঁৰ ভাষণত কয় যে, সামাজিক ব্যাধি ধৰ্ষণ আতৰ কৰাৰ ক্ষেত্ৰত এই গ্ৰন্থ খনে বিশেষ ভূমিকা গ্ৰহণ কৰিব । এনেক্ষেত্ৰত চৰকাৰে সময়োচিত পদক্ষেপ বিচাৰে পাঠকে।
আনহাতে সভাখনত উপস্থিত থকা অসম বিধানসভাৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সচিব সতেন্দ্ৰ গগৈয়ে কয়,অস্পৃশ্য যেন লগা বিষয় এটা ৰসাল কৰি পাঠক সমাজলৈ উলিয়াই দিয়াতো লেখকৰ এটা সুন্দৰ প্ৰচেষ্টা। গ্ৰন্থ খনে সাহিত্য জগতত আলোড়ন সৃষ্টি কৰাৰ সম্ভাৱনা ব্যক্ত কৰে ৷ গগৈয়ে আৰু কয় যে, গ্ৰন্থ খনৰ বিষয়বস্তু উৎকৃষ্ট যদিও ই অত্যন্ত দুৰূহ কাম ৷

গ্ৰন্থ উন্মোচন সভা খনিত বিশিষ্ট অতিথি ৰূপে উপস্থিত থকা বিশিষ্ট চিকিৎসক ডা:বসন্ত কুমাৰ বৈশ্যই কয়, ফনীন্দ্ৰ নাথ গগৈৰ এই নতুন গ্ৰন খনে অসমীয়া সাহিত্যত এক নতুন ধাৰাৰ সৃষ্টি কৰিব। গতানুগতিকতাক বাদ দি ভাৰতীয় সমাজ ব্যৱস্থাত এক নতুন ৰূপ দিয়াত অগ্ৰণী ভূমিকা ল’ব গ্ৰন্থ খনে ৷ডা:বৈশ্যয়ে আৰু কয় যে,মুক্ত সমাজত ধৰ্ষণৰ সংখ্যা তেনেই কম ৷ স্কুলীয়া পাঠ্যক্ৰমত যৌন শিক্ষা অন্তভুৰ্ক্ত হোৱাৰ প্ৰয়োজন আছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Agradoot BhawanAsomia Sahityot Jounatar SthanBook ReleaseGuwahatiKanak Sen DekaPhanindra Nath Gogoi
publisher

publisher

Related Posts

দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি
India

October 14, 2026
যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা
India

যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

October 14, 2026
যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি
India

যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

October 14, 2026
উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d