Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

DISPUR দিছপুৰত ’ৰিহেবিলিটেশ্যন’ কেন্দ্ৰসমূহৰ স্বত্বাধিকাৰীসকলৰ সৈতে পৰ্যালোচনা বৈঠক মন্ত্ৰী পীযুষ হাজৰীকাৰ

তিনি মাহৰ ভিতৰত সকলোকে উপযুক্ত ঘৰ, প্ৰয়োজন সংখ্যক শৌচাগাৰ, পুষ্টিকৰ খাদ্য আৰু নিয়মিত স্বাস্থ্যপৰীক্ষাৰ সু-ব্যৱস্থা কৰিবলৈ নিৰ্দেশ

publisher by publisher
September 3, 2022
in Assam, India, News
Reading Time: 1 min read
0
DISPUR দিছপুৰত ’ৰিহেবিলিটেশ্যন’ কেন্দ্ৰসমূহৰ স্বত্বাধিকাৰীসকলৰ সৈতে পৰ্যালোচনা বৈঠক মন্ত্ৰী পীযুষ হাজৰীকাৰ
1
SHARES
7
VIEWS
ShareShareShareShare

ASSAM GOVT অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ৰাজ্য চৰকাৰৰ আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ লগতে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তৰ উপস্থিতিত গুৱাহাটীৰ ব্যক্তিগত ’ৰিহেবিলিটেশ্যন’ কেন্দ্ৰসমূহৰ স্বত্বাধিকাৰী সকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশ লয় | যোৱা বৃহস্পতিবাৰে গুৱাহাটীৰ এটা ব্যক্তিগত ’ৰিহেবিলিটেশ্যন’ কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন কৰাৰ সময়ত আবাসীসকলৰ বাবে ন্যুনতম সুবিধাও দেখা নাপায় মন্ত্ৰী হাজৰীকাই ৰিহেবিলিটেশ্যন কেন্দ্ৰসমূহ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কিছু নীতি প্ৰস্তুত কৰিব বুলি ঘোষণা কৰাৰ লগতে শীঘ্ৰে গুৱাহাটীৰ সকলো ৰিহেবিলিটেশ্যন কেন্দ্ৰৰ স্বত্বাধিকাৰীৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হ’ব বুলি উল্লেখ কৰিছিল | আজি জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাগৃহত পৰ্যালোচনা বৈঠকত অংশ লৈ মন্ত্ৰীগৰাকীয়ে স্বত্বাধিকাৰীসকলক তেঁওলোকৰ কেন্দ্ৰসমূহৰ আৱাসীসকলৰ ন্যুনতম সুখ সুবিধাৰ প্ৰতি লক্ষ ৰাখি কিছু নীতি মানি চলিবলৈ আহ্বান জনায় |

ADVERTISEMENT

| এটা স্বাভাৱিক আয়তনৰ কোঠাত সৰ্বাধিক চাৰিজনকৈ আৱাসী ৰখা, প্ৰতি ৫ ৰ পৰা ৭ জন আৱাসীৰ বিপৰীতে একোটাকৈ শৌচাগাৰ, পুষ্টিকৰ খাদ্য আৰু নিয়মিত স্বাস্থ্য পৰীক্ষা, এই চাৰিওটা দিশ ৰিহেবিলিটেশ্যন কেন্দ্ৰসমূহে তাৎক্ষণিকভাৱে গুৰুত্ব দিব লাগিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত পৰৱৰ্তী তিনি মাহৰ ভিতৰত সকলো যাৱতীয় কাম সমাপ্ত কৰিব লাগিব বুলি নিৰ্দেশ দিয়ে | আনহাতে একোটা ৰিহেবিলিটেশ্যন কেন্দ্ৰ আৰম্ভ কৰিবৰ বাবে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ লগতে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰো অনুমতি লাগিব বুলি আজিৰ পৰ্যালোচনা বৈঠকত আলোচনা কৰা হয় | আজিৰ বৈঠকতে আঠ গৰাকী স্বত্বাধিকাৰীক অন্তৰ্ভুক্ত কৰি বিভাগীয় এখন সমিতি গঠন কৰি দিয়া হয় আৰু পৰৱৰ্তী দুই মাহৰ ভিতৰত এই সমিতিয়ে নতুন নীতি প্ৰস্তুত কৰিবৰ বাবে তেঁওলোকৰ প্ৰতিবেদন দাখিল কৰিব |

RelatedPosts

No Content Available

আনহাতে কোনোৱে যাতে তাৎক্ষণিকভাৱে তেঁওলোকৰ কেন্দ্ৰসমূহ বন্ধ কৰি আৱাসীসকলক সমস্যাত পেলাব নোৱাৰে তাৰ প্ৰতি কঠোৰ দৃষ্টি ৰখা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে আজিৰ বৈঠকত মন্তব্য কৰে | যিসমূহ কেন্দ্ৰই পৰৱৰ্তী তিনি মাহৰ পাছত কোনোমতেই চৰকাৰী নীতি মানি চলিবলৈ সক্ষম নহ’ব আৰু তেঁওলোকৰ কেন্দ্ৰসমূহ বন্ধ কৰি দিব বিচাৰিব তেনে কেন্দ্ৰসমূহৰ আৱাসীসকলক চৰকাৰী ৰিহেবিলিটেশ্যন কেন্দ্ৰলৈ স্থানান্তৰিত কৰা হ’ব বুলিও মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে |

আজিৰ পৰ্যালোচনা বৈঠকতে ড্ৰাগচৰ আসক্তিৰ পৰা আঁতৰি আহিব বিচৰা, ৰিহেবিলিটেশ্যন কেন্দ্ৰৰ আৱাসীসকলৰ বাবে চৰকাৰৰ উদ্যোগত দক্ষতা বিকাশৰ বাবে আঁচনি গ্ৰহণ কৰিব পাৰি নেকি সেই বিষয়ে আলোচনা কৰি মন্ত্ৰী হাজৰীকাই কয় যে পৰৱৰ্তী বাজেট বৰ্ষত ১০০০ জন এনে আৱাসীৰ বাবে দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিব পৰা যায় নেকি সেয়া চিন্তা কৰা হ’ব | মন্ত্ৰী হাজৰীকাই আজিৰ বৈঠকত স্বাস্থ্য বিভাগ আৰু আৰক্ষী বিভাগৰ বিষয়াসকলকো সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সৈতে একেলগে কাম কৰি ৰিহেবিলিটেশ্যন কেন্দ্ৰসমূহ নিয়ন্ত্ৰণ তথা নিয়মিত পৰ্যবেক্ষণৰ হকে কাম কৰিবলৈ আহ্বান জনায় যাতে ৰাজ্যখনৰ ড্ৰাগচআসক্ত ব্যক্তিসকলক একোটা নতুন জীৱন দিব পৰা যায় |

আজিৰ পৰ্যালোচনা বৈঠকত মন্ত্ৰী গৰাকীৰ লগত বিধায়ক জিতু গোস্বামী, ড্ৰাগচবিৰোধী আৰু প্ৰতিৰোধী পৰিষদৰ অধ্যক্ষা মৃদুলা বৰকাকতি, উপাধ্যক্ষ জিতু বৰগোঁহাই, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ আয়ুক্ত মুকেশ চন্দ্ৰ চাহু, সঞ্চালক কিশোৰ ঠাকুৰীয়া, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত, স্বাস্থ্য বিভাগৰ সচিব, অসম আৰক্ষীৰ বিষয়া তথা আন বিভাগীয় বিষয়াসকল উপস্থিত আছিল |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Rehabilitation Center owner meeting with govt
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d