BIHARবিহাৰৰ পাটনাৰ পাটলিপুত্ৰ ক্ৰীড়া প্ৰকল্পত আজিৰে পৰা ৩দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা।প্ৰতিযোগিতাৰ প্ৰথম দিনটোত অসমে লাভ কৰিছে ৫ টা সোণ, ৩টা ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদক। পদক বিজয়ী খেলুৱৈসকল ক্ৰমে সোণৰ পদক হেমাংগ বৰগোহাঁই (হাইজাম্প),অমিছা পেগু (চটপুত),ইণ্ডিভৰ হাজৰিকা(১৫০০মিটাৰ দৌৰ),মোছাদ্দিক হুছেইন( ৬০মিটাৰ দৌৰ),পাহি কেওঁট (২০০০মিটাৰ দৌৰ),ৰূপৰ পদক শিখামণি বৰগোহাঁই (লং জাম্প),সুভম ঘোস (জেভলিন থ্ৰ),পিন্টু বৰঠাকুৰ (হাইজাম্প) আৰু ব্ৰঞ্জৰ পদক পুলি দলে( ১৫০০মিটাৰ দৌৰ),কাদম্বৰী মুদিয়াৰ (১০০মিটাৰ দৌৰ),প্ৰবাল কোঁৱৰ( লং জাম্প), ৰিমঝিম শইকীয়া(১০০মিটাৰ দৌৰ),যুগান্ত চাংমাই( ডিচকাছ থ্ৰ), প্ৰমোদ হাগজাৰ( জেভলিন থ্ৰ),অভিষেক মহালী (৩০০০মিটাৰ দৌৰ),চাংমিৰ টেৰনপি( ৩০০০মিটাৰ দৌৰ)আৰু মেহদী হাচানে(৮০০মিটাৰ দৌৰ)।
EASTERAN ZONALপূৱ মণ্ডল এথলেটিকছ প্ৰতিযোগিতা
প্ৰথম দিনটোত অসমৰ ৫টা সোণ,৩টা ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদক লাভ
-
By publisher

- Categories: India, Assam, News
- Tags: EASTERN ZONAL ATHELETICS CHAMPIONSHIP
Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026