COTTONIAN: ৰাজ্য বহু চৰ্চিত নিযুক্তি কেলেংকাৰীক লৈ এইবাৰ গৰজি উঠিল কটনিয়ান ৷ নিযুক্তিক লৈ সংঘটিত হোৱা বিসংগতিৰ তদন্তৰ দাবীত আজি দুপৰীয়া কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ চৌহদত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰাা হয় ৷ হাতত প্লেকাৰ্ড লৈ প্ৰতিবাদী কটনিয়ানে নিযুক্তিৰ স্বচ্ছ আৰু নিকা হোৱাৰ কামনা কৰি ধৰ্ণা দিয়ে৷ নিযুক্তি কেলেংকাৰী জড়িত সকলক শীৰ্ঘে আটকৰ দাবী তোলে ছাত্ৰ সমাজে ৷
COTTONIAN : নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে গৰজি উঠিল কটনিয়ান
হাতত প্লেকাৰ্ড লৈ কটনৰ চৌহদত ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ
-
By publisher
- Categories: India, Assam, News
- Tags: Cottonian ProtestGuwahati
Related Content
App Assam Pressmeet In Guwahati:পুনৰ চৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশ !
By
publisher
May 6, 2024
Air India Flight:বিমানযাত্ৰীয়ে লগত নিব পাৰিব ১৫ কিলো সামগ্রী !
By
publisher
May 6, 2024