Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ASSAM  MINORITY : দিল্লীৰ জন্তৰ-মন্তৰত নেমছু”ৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু সংখ্যালঘূ দপ্তৰৰ মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান

publisher by publisher
September 22, 2022
in India, Assam, News
Reading Time: 1 min read
0
ASSAM  MINORITY : দিল্লীৰ জন্তৰ-মন্তৰত নেমছু”ৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু সংখ্যালঘূ দপ্তৰৰ মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান
3
SHARES
26
VIEWS
ShareShareShareShare

ASSAM  MINORITY : অসমৰ সংখালঘু লোক সকল পূৰ্বৰ পৰাই বিভিন্ন সমস্যাৰে জৰ্জৰিত।কোনো এখন চৰকাৰেই সংখ্যালঘু লোকসকলৰ শৈক্ষিক,সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন হোৱাটো নিবিচাৰে। পিছপৰা সংখ্যালঘু লোকসকলক লৈ প্ৰতিটো ৰাজনৈতিক দলেই মাথোঁ ৰাজনীতি কৰি আহিছে।ৰাজনৈতিক বিভাজন আৰু ভয়- শংকাৰ ৰাজনীতি কৰি একমাত্ৰ সংখ্যালঘু লোকসকলক লৈ বিভাজনমুখী ৰাজনীতি কৰি আহিছে।শৈক্ষিক বিপ্লৱ আনি সংখ্যালঘুসকলক বিশ্বৰ দৰবাৰত চিনাকি কৰি দিবলৈ কোনো এটা ৰাজনৈতিক দলেই আজিলৈ কাম কৰা নাই।ভাৰতে স্বাধীনতা পোৱাৰ পিছত কংগ্ৰেছে একমাত্ৰ শাসন আৰু শোষণ কৰি আহিছে।বদৰুদ্দিন আজমলে সাম্প্ৰদায়িক আৰু জৰা-ফুঁকা তথা বিভাজনৰ ৰাজনীতি কৰি অন্য ৰাজনৈতিক দলক গাদ্দীত বহুৱাৰ ৰাজনীতি কৰি আহিছে।অৰ্থাৎ আজমলে ৰাজনৈতিক ভাৱে সংখ্যালঘুক পণ্য সামগ্ৰীৰ দৰে বিক্ৰী কৰি আহিছে।

ADVERTISEMENT

শেহতীয়াকৈ এই পিছপৰা ৰাইজে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ জৰিয়তে অন্যান্য জাতি-জনগোষ্ঠীৰ লগতে ধৰ্মীয় সংখ্যালঘূ লোকসকলৰো সৰ্বাঙ্গীন উন্নয়ন হব বুলি আশা কৰিছিল যদিও সেই আশা পূৰণৰ পৰিবৰ্তে আজি সম্পূৰ্ণৰূপে ফুটুকাৰ ফেনলৈ ৰূপান্তৰিত হল।শেহতীয়াকৈ ধাৰাবাহিকভাৱে একাংশ সংখ্যালঘুৰ ওপৰত বৰ্তমানৰ চৰকাৰ খনে চলাই আহিছে অমানৱীয় উচ্ছেদ। আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘূ ছাত্ৰ সন্থা চমুকৈ নেমছুই চাৰি দফীয়া দাবীৰে দিল্লীৰ জন্তৰ-মন্তৰত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি ভাৰতৰ ৰাষ্ট্ৰপতি,প্ৰধামন্ত্ৰী,গৃহমন্ত্ৰী আৰু সংখালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰেৰণ কৰে। নেমছুৰ কৰ্মকৰ্তা সকলে আকাশ বতাহ কঁপাই তোলে। অমানৱীয় উচ্ছেদ বন্ধ কৰক,উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিয়ক,মাদ্ৰাছা ভঙা বন্ধ কৰক,অসম চৰকাৰ হায় হায়,কেন্দ্ৰীয় চৰকাৰ হায় ইত্যাদি বিভিন্ন শ্লোগান দিয়ে ।

RelatedPosts

Sasal Nemsu Protest:উচ্ছেদৰ বিৰুদ্ধে দিছপুৰত গৰজি উঠিল নেমছু

NEMSU press release: চৰকাৰে দাবী পূৰণ কৰিবনে ?

নেমছুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামে কয় যে নাগৰিকত্ব আইন ১৯৫৫ ৰ বিধান অনুসৰি অসম ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি)ৰ প্ৰক্ৰিয়া হাতত লোৱা হৈছে। ২০০৯ চনত সংশোধন কৰা নাগৰিকত্ব (নাগৰিক পঞ্জীয়ন আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান) নিয়ম -২০০৩ মতে ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা/আদেশমৰ্মে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (SOP)/ প্ৰস্তুত কৰা হয়। সেই অনুসৰি অসম ৰাজ্যত ৩১.০৮.২০১৯ তাৰিখে প্ৰকাশিত হয় চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC)।
চূড়ান্ত ৰাষ্ট্রীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হোৱা সকলো ব্যক্তিক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ (NIC) প্ৰদান কৰিবলৈ আৰু ৩১.০৮.২০১৯ তাৰিখে প্ৰকাশিত চূড়ান্ত NRC ৰ পৰা বাদ পৰা ব্যক্তি সকলৰ বাবে আপীল প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী জনাওঁ।

দ্বিতীয়তে এন আৰ চি প্ৰকাশৰ পিছত দাবী আৰু আপত্তিৰ সময়ছোৱাত ২৭ লাখৰো অধিক আবেদনকাৰীৰ বায়’মেট্ৰিক বিৱৰণ সংগ্ৰহ কৰা হৈছিল। এই আবেদনকাৰীসকলৰ ভিতৰত ৩১.০৮.২০১৯ তাৰিখে প্ৰকাশিত অন্তৰ্ভুক্তিৰ পৰিপূৰক তালিকাত প্ৰায় ১৯ লাখ আবেদনকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। তেতিয়াৰ পৰাই এই ২৭ লাখৰো অধিক আবেদনকাৰীৰ বায়’মেট্ৰিক ডাটা বন্ধ কৰি ৰখা হৈছে।যাৰ বাবে ইউ,আই,ডি,এ,আইয়ে তেওঁলোকৰ আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব পৰা নাই আৰু তেওঁলোকেও এতিয়া নতুন আধাৰ কাৰ্ডৰ নামভৰ্তিৰ বাবে আবেদন কৰিব নোৱাৰা হৈছে। তাৰোপৰি আয়কৰ বিভাগৰ পান কাৰ্ডৰ সৈতে আধাৰ সংযোগ কৰাটো প্ৰয়োজনীয় আৰু আয়কৰ ৰিটাৰ্ণ দাখিল কৰাকে ধৰি কেইবাটাও বিত্তীয় লেনদেনৰ বাবে পান কাৰ্ড বাধ্যতামূলক। জানিব পৰা গৈছে যে নিৰ্বাচনী তালিকাত আধাৰক নিজৰ নামৰ সৈতে সংযোগ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আইন প্ৰণয়ন কৰিছে। কেইবাখনো চৰকাৰী আঁচনিৰ বাবে আধাৰ প্ৰয়োজনীয় যেনে ৰেচন কাৰ্ড, প্ৰধানমন্ত্ৰী আৱাস যোজনা, বেংক লোন, এডুকেচন লোন আদিত প্ৰয়োজন হয়।

এনআৰচিৰ দাবী আৰু আপত্তি প্ৰক্ৰিয়াৰ সময়ত ইউ.আই.ডি.এ.আই আৰু এনআৰচি কৰ্তৃপক্ষৰ সহায়ত বায়’মেট্ৰিক তথ্য সংগ্ৰহ কৰাৰ পিছত প্ৰায় ২৭ লাখ ব্যক্তিৰ আধাৰ বন্ধ কৰি ৰখা হয়।ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ দাবী/আপত্তি পৰ্যায়ত অসমৰ যিসকল ব্যক্তিৰ বায়’মেট্ৰিক তথ্য সংগ্ৰহ কৰা হৈছিল, তেওঁলোকৰ বায়’মেট্ৰিক ডাটা আনলক কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী জনাওঁ।অতি গুৰুত্বপূৰ্ণ আৰু সংখ্যালঘুৰ বাবে দুখৰ কথা যে অসম চৰকাৰে বিভিন্ন অজুহাত দেখুৱাই নিজ ৰাজনৈতিক স্বাৰ্থত মাদ্ৰাছা ভাঙিছে যাৰ ফলত সংখ্যালঘুসকলৰ মৌলিক অধিকাৰ খৰ্ব হৈছে। সংবিধানৰ ৩০ (১) অনুচ্ছেদে মতে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলক নিজৰ পছন্দৰ শিক্ষানুষ্ঠান স্থাপন আৰু চোৱাচিতা কৰাৰ অধিকাৰ প্ৰদান কৰিছে। যিহেতু ৩০ নং অনুচ্ছেদ এটা মৌলিক অধিকাৰ যিটো অধিকাৰ আইন প্ৰণয়ন কৰিও বিধায়িনী দলে কাঢ়ি নিব নোৱাৰে । কোনো নীতিগত সিদ্ধান্তই ভাৰতৰ সংবিধানে নিশ্চিত কৰা মৌলিক অধিকাৰ কাঢ়ি নিব নোৱাৰে। কিন্তু বৰ্তমান অসমৰ চৰকাৰখনে ইয়াৰ বিপৰীতে কাম কৰিছে।

উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে আইন প্ৰণয়ন কৰিছিল যে, যদিহে শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ সংখ্যালঘু বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য কৰা হয়, তেওঁলোক যদি অসহায় হয়, তেন্তে অনুচ্ছেদ.৩০ (১)ৰ অধীনত সংখ্যালঘুসকলৰ সংবিধানিক অধিকাৰ বাতিল কৰা নহ’ব ।অসম ৰাজ্যৰ সংখ্যালঘুসকলৰ মৌলিক অধিকাৰ যাতে খৰ্ব কৰা নহয় তাৰবাবে অসম চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণৰ বাবেও আমি দাবী জনাওঁ।অতি গুৰুত্বপূৰ্ণ কথাটো হল আশ্ৰয়ৰ অধিকাৰ হৈছে ভাৰতীয় সংবিধানে নিশ্চিত কৰা নাগৰিকৰ মৌলিক অধিকাৰ। অসম চৰকাৰে উপযুক্ত পুনৰসংস্থাপন নিদিয়াকৈ অতি কঠোৰ আৰু অমানৱীয়ভাৱে ভূমিহীন লোকক উচ্ছেদ কৰি আহি আছে। উচ্ছেদিত লোকসকলৰ মৌলিক অধিকাৰৰ লগতে শৈক্ষিক অধিকাৰ খৰ্ব কৰা হৈছে। বৰ্তমান মুকলি আকাশৰ তলত জীৱ-জন্তু,লৰা-ছোৱালীৰ সৈতে অতি দুৰ্বিষহ জীৱন যাপন কৰিবলৈ বাধ্য হৈছে।

ইতিমধ্যে উচ্ছেদ কৰা ভূমিহীন লোকসকলক পুনৰ সংস্থাপন কৰাৰ লগতে ভূমিহীন লোকসকলক পুনৰ সংস্থাপন নকৰাকৈ অসম চৰকাৰক আৰু অধিক উচ্ছেদৰ পৰা ৰক্ষা কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিবলৈ  দাবী জনায় ৷  ধৰ্মঘট কাৰ্যসূচীত অসমৰ বিভিন্ন জিলাৰ বিষয়ববীয়াৰ লগতে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতিদ্বয় গোলাপ ৰাব্বানী,মুস্তাক হুছেইন সাধাৰণ সম্পাদকদ্বয় মিনহাজুল ইমৰান, জিয়াউল হক, সহকাৰী সম্পাদক আবু বক্কৰ ছিদ্দিক উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DELHI JANTAR MANTORNEMSU PROTEST
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d