Durga Puja 2022 Wishes : ‘পুনৰ আহিবা মা’, বিজয়া দশমীৰ দিনা প্রিয়জনক জনাওক শুভেচ্ছা

images 6

আজি বিজয়া দশমী । চাওঁতে চাওঁতে পাঁচটা দিন পাৰ হৈ গ’ল ।

কিছুদিন আগতেই যেন মা আহিল পঞ্চমীত আৰু সপ্তমী, অষ্টমী, নৱমী- পাৰ কৰি অৱশেষত বিজয়া দশমী আহিল ।

বুকুত আশা বান্ধি পুনৰ এবছৰৰ অপেক্ষাত সকলো ।

সেন্দুৰ খেল, উৰুলিৰ ধ্বনিৰে মাক বিদায় দিয়াৰ দুখ কিছু হ’লেও পাহৰাৰ চেষ্টা কৰে সকলো ।

এই শুভ ক্ষণত নিজৰ প্রিয়জনক বিজয়া দশমীৰ শুভেচ্ছা জনাবলৈ নাপাহৰিব ।

Exit mobile version