Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Mulayam Singh Yadav : মল্লযুদ্ধৰ আখৰাৰ পৰা লক্ষ্ণৌলৈ, দেশৰ প্রতিৰক্ষামন্ত্রী, উত্তৰ প্রদেশত স্বতন্ত্র ৰাজনীতিৰ জনক

publisher by publisher
October 10, 2022
in India, News, Politics
Reading Time: 1 min read
0
Mulayam Singh Yadav : মল্লযুদ্ধৰ আখৰাৰ পৰা লক্ষ্ণৌলৈ, দেশৰ প্রতিৰক্ষামন্ত্রী, উত্তৰ প্রদেশত স্বতন্ত্র ৰাজনীতিৰ জনক
1
SHARES
14
VIEWS
ShareShareShareShare

১৯৩৯ৰ ২২ নৱেম্বৰ, আধুনিক উত্তৰ প্রদেশৰ ইটাওৱা জিলাৰ ছাইফাই গাঁৱত জন্ম হয় মুলায়মসিং যাদৱৰ । যাদৱৰ পিতৃৰ নাম সুঘৰ সিং যাদৱ আৰু মাতৃ মূর্তি দেৱী । তেওঁ গাঁৱতেই শিক্ষা গ্ৰহণ কৰিছিল । ইয়াৰ পাছত ইটাওৱাৰ ‘কর্মক্ষেত্র প’ষ্ট গ্রেজুৱেট কলেজ’ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক সম্পন্ন কৰে । ছিকোহাবাদৰ ‘একেই কলেজ’ৰ পৰা বিটি আৰু আগ্ৰা বিশ্ববিদ্যালয়ৰ ‘বিআৰ কলেজ’ৰ পৰা স্নাতকোত্তৰ ডিগ্রী গ্ৰহণ কৰে । ছাত্রাৱস্থাতেই ৰাজনীতিত সোমাই পৰে আধুনিক উত্তৰ প্রদেশৰ ‘নেতাজি’ । জনসাধাৰণৰ মাজত কথিত ভাষাত অসাধাৰণ বক্তৃতা প্ৰদানৰ ক্ষমতাই তেওঁক আনতকৈ পৃথক কৰি তুলিছিল সেই সময়ৰ পৰাই । যদিও তেওঁৰ প্রথম প্রেম সেই সময়ত আছিল মল্লযুঁজ ।

ADVERTISEMENT

সেই মল্লযুদ্ধৰ আখৰাৰ পৰাই লক্ষ্ণৌৰ যাত্রা আৰম্ভ হৈছিল মুলায়মৰ । ১৯৬২ত যশৱন্তনগৰৰ এখন গাঁৱত বিধানসভা নিৰ্বাচনৰ প্রচাৰ চলাকালীন এটা মল্লযুদ্ধৰ প্রতিযোগিতা আয়োজন কৰা হয় । প্ৰতিযোগিতাত প্রতিযোগী হিচাপে মুলায়মেও ভাগ লৈছিল । সেই প্রতিযোগিতা চাবলৈ উপস্থিত হৈছিল সংযুক্ত ছ’চিয়েলিষ্ট পার্টিৰ টিকিটপ্ৰাপ্ত নিৰ্বাচনৰ প্রার্থী নত্থু সিং । মল্লযুদ্ধ আৰম্ভ হ’ল । এটাৰ পাছত এটা পালোৱানক পৰাস্ত কৰি চেম্পিয়ন হয় মুলায়ম । মুলায়মৰ মল্লযুদ্ধ দেখি ডেকাকালত মল্লযুদ্ধ কৰা নত্থু মুগ্ধ হয় । তেওঁ মুলায়মৰ মূৰত হাত ৰাখে । তাতেই গুৰু-শিষ্যৰ সম্পর্কৰ আৰম্ভণি হয় ।

RelatedPosts

Expressions Of Condolence:বিশিষ্ট সংগীত শিল্পী সমৰ হাজাৰিকাৰ বিয়োগত শোকপ্ৰকাশ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

GHC Retd. judge Sunil Kumar Kar Passes Away:গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ সুনীল কুমাৰ কৰ প্ৰয়াত

Veteran artist Chowkat Ali Passes Away: প্রথিতযশা চিত্ৰ শিল্পী চৌকত আলীৰ দেহাৱসান

দল ভাঙিছে, অন্য দলৰ স’তে নতুন দল গঠন কৰিছে, কিন্তু যাদৱৰ স’তে যশৱন্তনগৰৰ সম্পর্কত ছাপ পৰা নাই । যশৱন্তনগৰৰ বিধায়কৰূপেই যাদৱে ১৯৮৯-ত প্রথমবাৰ উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী হয় । সেই সময়ত তেওঁ জনতা দলৰ বিধায়ক আছিল । ১৯৯৩-ত পুনৰ মুখ্যমন্ত্রী হয় যাদৱ । এবছৰ পূৰ্বেই গঠন কৰিছিল সমাজবাদী পার্টি ।

৯৬-ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিধায়ক পদৰ পৰা পদত্যাগ দিয়ে । লোকসভা কেন্দ্রৰ নাম মইনপুৰী । নিৰ্বাচনত জয়ী হৈ দেবগৌড়া মন্ত্রীসভাত প্রতিৰক্ষামন্ত্রীৰ গুৰুত্বপূর্ণ দায়িত্ব গ্ৰহণ কৰে যিদৱে । ২০০৩-ত তেওঁ পুনৰ লক্ষ্ণৌলৈ উভতি আহে । পুনৰ মুখ্যমন্ত্রী হয় । উপনির্বাচনত গান্নউৰৰ পৰা জয়ী হয় । তৃতীয় পৰ্যায়ত মুখ্যমন্ত্রী পদৰ দায়িত্ব এৰাৰ পাছত যাদৱে দিল্লীৰ ৰাজনীতিতেই অধিক মনোযোগ দিয়ে । তেওঁৰ স্থায়ী আসন হৈ পৰে মইনপুৰী । মোদীৰ প্রৱল লহৰতো ২০১৯-ত তেওঁ সেই কেন্দ্রৰ পৰাই পুনৰ জয়ী হয় ।

উত্তৰ প্রদেশত কংগ্রেছ আৰু বিজেপিৰ একচেটিয়া আধিপত্য খর্ব কৰিছিল যাদৱে । কাশীৰামৰ ধাৰাৰ ৰাজনীতিতকৈ পৃথক, সত্তা ধৰি ৰাখি নিজৰ এক সুকীয়া পৰিচয় বনাইছিল উত্তৰ প্রদেশৰ যাদৱ সাম্রাজ্যৰ পালোৱানজিয়ে । পৰৱর্তী কালত তেওঁক নেতাজি নামে অভিহিত কৰে তেওঁৰ দলৰ নেতা-কর্মীৰ পৰা আৰম্ভ কৰি বিৰোধীসকলেও ।

উত্তৰ প্রদেশত যাদৱ ৰাজনীতিৰ আটাইতকৈ উল্লেখযোগ্য নেতাৰূপে মুলায়মৰ নাম ইতিহাসত আছে । সেই মুলায়মেই বাৰে বাৰে নিজৰ গুৰু হিচাপে কৈছিল এজন বঙালী নেতাৰ নাম । তেওঁৰ হৈছে জ্যোতি বসু । আনকি ১৯৯৬ত চিপিএম পলিটব্যুৰ’ৰ সিদ্ধান্তৰ ফলত যেতিয়া জ্যোতি বসু প্রধানমন্ত্রী হ’ব নোৱাৰে, সেই সময়ত প্রথম সর্বসমক্ষত চিপিএমৰ সিদ্ধান্তৰ তীব্ৰ সমালোচনা কৰিছিল মুলায়মেই । তেওঁ কৈছিল, ‘‘ম‌ই নিশ্চিত যে, জ্যোতি বসুক তেওঁৰ পার্টিয়ে যদি প্রধানমন্ত্রী হ’বলৈ দিলে হয়, তেন্তে দেশৰ অৱস্থা আজি অধিক ভাল হ’ল হয় । এই পদত অধিষ্ঠিত হৈ তেওঁ যি উদাহৰণ দিলে হয়, তাক অনুসৰণ কৰিলে হয় অন্যসকলে । এইটো চিপিএম পার্টিৰ এটা দুর্ভাগ্যজনক সিদ্ধান্ত । কাৰণ বসুৰ দৰে নেতা সকৰো সময়তেই পার্টি-লাইনৰ ঊর্ধ্বত হয় ।’’

দেশৰ ‘পিছপৰা’ বর্গৰ নেতাক, লৈ ৯০ৰ দশকৰ আৰম্ভণিতে মুলায়ম যাদৱ আৰু লালুপ্রসাদ যাদৱৰ মাজত তৰ্ক-বিতৰ্ক চলি আছিল । আনকি, ১৯৯৭ত সংযুক্ত মর্চাৰ চৰকাৰ গঠন কৰাৰ সময়ত লালুৱে মুলায়মৰ প্রধানমন্ত্রী হোৱাৰ ক্ষেত্রত ভেটো দিছিল । প্রধানমন্ত্রী হয় ইন্দ্রকুমাৰ গুজৰাল । এনেকি উত্তৰ প্রদেশৰ নিৰ্বাচনত প্রতিবাৰ অংশ লৈছিল লালুৰ দলে । কিন্তু তাৰ পাছত দুই যাদৱ একজোঁট হয় । বন্ধুত্ব‌ই পাৰিবাৰিক সম্পর্কৰ ৰূপ লয় । মুলায়মৰ ভতিজা ৰণবীৰ সিং যাদৱৰ পুত্ৰ তেজপ্রতাপৰ স’তে বিহাৰৰ লালুৰ কনিষ্ঠ পুত্ৰী ৰাজলক্ষ্মী যাদৱ বিবাহপাশত আৱদ্ধ হয় ।

লালু আৰু বামপন্থীসকলৰ লগতে মুলায়মেই এজন বিৰল নেতাৰ ভিতৰত অন্যতম, যিয়ে কোনোদিনে বিজেপিৰ স’তে একজোঁট হোৱা নাই । বৰঞ্চ, কেতিয়াবা কংগ্রেছ কেতিয়াবা বিজেপিক পৰাস্ত কৰিবলৈ মুলায়মে হাত মিলাইছিল দলিত নেত্রী মায়াৱতীৰ স’তে ।

১৯৯৬-ত লোকসভা নিৰ্বাচনত জয়ী হৈ প্রথমবাৰ দিল্লীলৈ যায় মুলায়ম । যদিও অকংগ্রেছি আৰু অবিজেপি দলৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ স’তে তেওঁৰ সম্পর্ক অধিক পুৰণি । ১৯৮৭-ত লক্ষ্ণৌত তৃতীয় ফ্রন্টৰ এটা সুবিশাল সমাৱেশৰ আহ্বান কৰা হয় । ৰাজীৱ গান্ধীৰ বিৰোধিতা কৰি আহ্বান কৰা সেই সমাৱেশত আমন্ত্রিত আছিল দেশৰ ঘোৰ অকংগ্রেছি আৰু অবিজেপি নেতৃত্ব । সেই সমাৱেশৰ প্রধান উদ্যোক্তা আছিল মুলায়ম । ‘নেতাজি’ নিজে বাৰে বাৰে স্বীকাৰ কৰিছে, সেই সমাৱেশৰ পৰাই ৰাজনীতিৰ প্রতি তেওঁৰ দৃষ্টিভংগী সম্পূর্ণ সলনি কৰি দিছিল এজন ব্যক্তিয়ে । তেওঁ হৈছে জ্যোতি বসু । মূলতঃ, সেই সময়ৰ পৰাই ৰাষ্ট্ৰীয় ৰাজনীতিত তৃতীয় ফ্রন্টৰ ৰাজনীতিৰ অন্যতম হৈ উঠে মুলায়ম ।

তেওঁ একাধিক বিতর্কত বাৰে বাৰে সাঙুৰ খাই পৰিছে । ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক সিদ্ধান্তৰ ফলত সৃষ্টি হোৱা বাতাবৰণ— মুলায়ম সর্বদাই শিৰানামত আছিল । লোকসভাত তেওঁৰ ভাষণ তথা নিৰ্বাচনৰ পূৰ্বে নিজৰ লোকসভা কেন্দ্র মইনপুৰীত জনসভা — মুলায়মৰ বাচনভংগী আৰু ৰসবোধত মুগ্ধ নোহোৱা মানুহ বিচাৰি পোৱা কঠিন ।

বিগত দুবছৰৰো অধিক সময় নিজে প্রত্যক্ষ ৰাজনীতিত নাথাকিলেও পুত্ৰ অখিলেশে মায়াৱতীৰ স’তে একজোঁট হোৱাত মুলায়মক অনেকেই কৃতিত্ব দিয়ে । পুনৰ নিজে গঠন কৰা সমাজবাদী পার্টিত অখিলেশ বনাম ভাতৃ শিৱপালৰ দ্বন্দ্বতো কম বিড়ম্বনাত নপৰে নেতাজি । যদিও সকলোকে পিছ পেলাই মল্লযুদ্ধত জয়ী হোৱাৰ দৰেই আগুৱাই আহিছে মুলায়ম সিং যাদৱ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Mulayam Singh Yadavpasses awaySamajwadi Party
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d