Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

    CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

    Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

    Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

THA SHRIMAD BHAGAVAD GITA : জীৱনত মূল্যবোধৰ জ্ঞান ল’বলৈ মানি চলক গীতাৰ এই পাঁচটা উপদেশ

publisher by publisher
October 12, 2022
in India, News
Reading Time: 1 min read
0
THA SHRIMAD BHAGAVAD GITA : জীৱনত মূল্যবোধৰ জ্ঞান ল’বলৈ মানি চলক গীতাৰ এই পাঁচটা উপদেশ
42
SHARES
420
VIEWS
ShareShareShareShare

THA SHRIMAD BHAGAVAD GITA : ভাগৱৎ গীতাত জীৱনৰ সফল হোৱাৰ শিক্ষা দি গৈছে ভগৱান শ্ৰী কৃষ্ণই । মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে অৰ্জুনে কিদৰে নিজৰ আপোনজনৰ ওপৰত অস্ত্ৰচালনা কৰিব, সেই সংশয়ক জয় কৰিবলৈ জীৱন দৰ্শনৰ শিক্ষা দান কৰিছিল ভগৱান শ্ৰী কৃষ্ণই । গীতাৰ প্ৰতিটো শ্লোকেই আমাক জীৱন সম্পৰ্কে মূল্যবোধৰ শিক্ষা দিয়ে । জীৱনক কিদৰে জয় কৰিব, জীৱন জীয়াবলৈ কেনেকৈ সঠিক পথৰ সন্ধান কৰিব ,সেই সম্পৰ্কে গীতাৰ বাণীয়ে আমাক জীৱন দৰ্শনৰ শুদ্ধ পথ দেখুৱাই জীৱনটো সুন্দৰ কৰি তোলে ।

ADVERTISEMENT

গীতাৰ মুঠ ১৮ টা অধ্য়ায়ত ৭০০ টা শ্লোক আছে । এই সকলো শ্লোকত আমাৰ জীৱনৰ সমস্ত সংশয় আৰু সমস্যাৰ সমাধানৰ সূত্ৰ বিচাৰি পোৱা যায় । গীতাৰ শ্লোকসমূহ সঠিকভাৱে অনুকৰণ কৰিলে জীৱনত সফলতা লাভ কৰাটো খাটাং । জীৱনত সফলতা লাভ কৰিবলৈ আজি আমি আপোনালোকক গীতাৰ পাঁচটা উপদেশৰ বিষয়ে জ্ঞাত কৰিম ।

RelatedPosts

No Content Available

১/ শ্ৰী কৃষ্ণই গীতাত কৈছে , মানুহে মনৰ ভিতৰত থকা গোঢ়ামী ভাৱ দূৰ কৰিব নোৱাৰিলে ,কেতিয়াও সফল হ’ব নোৱাৰে । মানুহৰ জীৱনৰ প্ৰধান অন্তৰায় হৈছে গোঢ়ামী বা জেদভাৱ । আমাৰ মনত থকা উচ্চ-নীচৰ ভেদভাৱে ইগ’ৰ সৃষ্টি কৰে । শ্ৰী কৃষ্ণই কৈছে , ‘’ কৰ্ম কৰি যোৱা ফল আশা নকৰিবা ।‘’ অৰ্থাৎ ফল আশা নকৰাকৈ নিজৰ কৰ্ম কৰি গলে সেই ফলে মানুহক সাফল্য দিয়ে ।
২/ যিসকল লোকে যোগ-ধ্যান নকৰে , সেইজনৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা লুপ্ত হয় । কাৰণ ধ্যানৰ অভ্যাসে মানুহক নিজক চিনি পাবলৈ শিকায় । অৰ্থাৎ যিজনে নিজক চিনি পাই তেওঁ জীৱনৰ যিকোনো সিদ্ধান্ত ল’বলৈ কুণ্ঠাবোধ নকৰে লগতে ধ্যানে মানুহৰ মনত আৱেগৰ সৃষ্টি কৰে । যাৰ মনত আৱেগ নাথাকে , তেওঁৰ মনত কেতিয়াও শান্তি প্ৰাপ্তি নহয় আৰু এইসকল লোকে জীৱনত কতো শান্তিৰ সন্ধান কৰিব নোৱাৰে । অৰ্থাৎ গীতাত ভগৱান কৃষ্ণই কোনো কাম কৰাৰ পূৰ্বে যোগ-ধ্যান কৰিবলৈ উপদেশ দিছে ।
৩/ শ্ৰী কৃষ্ণই গীতাত কৈছে , কোনো লোকে কেতিয়াও আন কোনো ব্যক্তিৰ পৰা কোনোধৰণৰ আশা কৰিব নালাগে । অৰ্থাৎ নিজৰ কৰ্মক ধৰ্ম ভাৱি কৰি যাৱলৈ পৰামৰ্শ দিছে । কামনা বাসনা ত্যাগ কৰি কাম কৰি গ’লে জীৱনত শান্তি আৰু সাফল্য আহে ।
৪/ গীতাৰ এক অধ্যায়ত ভগৱান কৃষ্ণই প্ৰিয় সখা অৰ্জুনক কৈছে , হে অৰ্জুন , যিসকল ব্যক্তিয়ে আমাক যি ভাৱে স্মৰণ কৰে, আমি তেওঁক সেইধৰণেই ফল প্ৰদান কৰো । আমি দেখুওৱা পথ অনুকৰণ কৰিলে সকলোৱে জীৱনত মোক্ষলাভ কৰিব ।
৫/ শ্ৰী কৃষ্ণই অৰ্জুনক কৈছিল , হে অৰ্জুন , তোমাৰ কাম কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে । সেই কামৰ ফল কি হ’ব পাৰে , সেইকথা নভৱাকৈ বা ভয় নকৰাকৈ মনে বিচৰা ধৰণে কাম কৰি যাব লাগে । যিকোনো পৰিস্থিতিতেই নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ পৰা পিছুৱাই আহিব নালাগে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: THA SHRIMAD BHAGAVAD GITA
publisher

publisher

Related Posts

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

April 29, 2026
Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

April 29, 2026
Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী
News

Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

April 29, 2026
CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল
News

CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

April 29, 2026
Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ
News

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

April 29, 2026
Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা
News

Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d