PDS RICE SEIZED IN RAHA :বিনামূলীয়া চাউল ওলাল এইবাৰ ক’লা ব্যৱসায়ীৰ গুদামত ৷ যোৱা নিশা নগাঁৱৰ ৰহা আৰক্ষীৰ বৃহৎ দল এটাই গোপন সূত্ৰৰ পম খেদি ৰহা নগৰৰ অভিষেক আগৰৱালাৰ চাউলৰ গুদামত তালাচি চলাই জব্দ কৰে ছয়শ বেগ বিলামূলীয়া চাউল ভৰ্তি বস্তুা ৷ এই সন্দৰ্ভত গুদামটোৰ পহৰাৰত চকীদাৰজনক সোধপোছৰ বাবে আটক কৰিছে ৷
উল্লেখ্য যে বটদ্ৰৱা ৰাজহ চক্ৰ বিষয়াই ৰহা,চাপৰমুখ আৰক্ষীৰ সহযোগত অভিযান চলাইছিল গুদামটোত ৷ ইতিমধ্যে জব্দকৃত চাউলখিনি তদন্তৰ বাবে আৰক্ষীয়ে লৈছে জিন্মাত ৷
PDS RICE SEIZED IN RAHA :ৰহাৰ চাউল ব্যৱসায়ীৰ গুদামত আৰক্ষীৰ অভিযান
জব্দ শ শ বিনামূলীয়া চাউল ভৰ্তি বস্তুা
